September 23, 2024 8:33 PM

views 15

জয়পুৰত সামৰিক বিদ্যালয় আনুষ্ঠানিক উদ্বোধন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাক শক্তিশালী কৰাৰ ক্ষেত্ৰত সামৰিক বিদ্যালয়সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে বুলি মন্তব্য কৰিছে। আজি জয়পুৰত এখন সামৰিক বিদ্যালয় আনুষ্ঠানিকভাবে উদ্বোধন কৰি শ্ৰী সিঙে কয় যে, ৰাজস্থান সংস্কৃতি আৰু বীৰত্বৰ বাবে প্ৰসিদ্ধ ৷ এই সামৰিক বিদ্যালয়খন চলিত শিক্ষ...

September 23, 2024 8:28 PM

views 18

নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ, পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰে দ্বিপাক্ষিক আলোচনা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি দ্বিতীয় দিনা নেপালৰ প্ৰধানমন্ত্ৰী, কুৱেইটৰ যুৱৰাজ আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অ'লিৰ সৈতে হোৱা বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু নেপালৰ মাজত থকা অনন্য আৰু দৃঢ় দ্বিপাক্ষিক সহযোগ...

September 23, 2024 8:17 PM

views 31

শিৱসাগৰত বিজেপিৰ সদস্যতা অভিযান সন্দৰ্ভত গুৰুত্বপূৰ্ণ পর্যালোচনা সভা

বিজেপিৰ সদস্যতা অভিযানৰ সৈতে সংগতি ৰাখি শিৱসাগৰৰ পুৰণি পুখুৰীত এখন গুৰুত্বপূৰ্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী পীযূষ হাজৰিকাকে ধৰি ভালে কেইগৰাকী নেতাই বৈঠকত অংশগ্ৰহণ কৰে। সভাত যোৰহাট লোকসভা স...

September 23, 2024 8:11 PM

views 18

আয়ুস্মান ভাৰত-প্রধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ ৬বছৰ সম্পূৰ্ণ

আয়ুস্মান ভাৰত-প্রধানমন্ত্ৰীৰ জন আৰোগ্য যোজনা আৰম্ভ আজি ৬বছৰ সম্পূৰ্ণ হ'ল। আজিৰ দিনটোতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনত ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে প্ৰতিটো পৰিয়ালক ৫ লাখ টকাৰ স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমতো বিগত ছটা বছৰত ...

September 23, 2024 8:07 PM

views 12

উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো বিদ্যালয় কাইলৈৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা

বিগত কেইবাদিনো ধৰি অব্যাহত থকা উৎকট গৰমৰ বাবে কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় কাইলৈৰ পৰা ২৭ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে। প্ৰচণ্ড গৰমৰ বাবে মহানগৰীৰ কেইবাখনো বিদ্যালয়ৰ মুৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে অৱগত কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ আয়ুক্তৰ অনুমোদন স...

September 23, 2024 8:02 PM

views 19

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত হিতাধিকাৰীৰে মত-বিনিময় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে বাছনি হোৱা হিতাধিকাৰীসকলক ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত খাদ্য, ৰাজহুৱা বিতৰণ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকি হিতাধিকাৰীসকলৰ সৈতে মত ব...

September 23, 2024 7:53 PM

views 13

গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীৰ সংবাদমেল সম্বোধন

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং ষ্টেচন স্থাপনৰ বাবে কেন্দ্ৰই দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ কা...

September 23, 2024 7:34 PM

views 34

পাঁচ দিনীয়া আবাসীক অনুষদ বিকাশ কাৰ্যসূচী মুকলি কেন্দ্রীয় মন্ত্রী এছ পি সিং বাঘেলৰ

কেন্দ্রীয় মন্ত্রী এছ পি সিং বাঘেলে আজি গুৱাহাটীৰ খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত পাঁচ দিনীয়া আবাসীক অনুষদ বিকাশ কাৰ্যসূচী মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত পঞ্চায়ততহে প্রকৃত গণতন্ত্র পোৱা যায় বুলি প্ৰকাশ কৰে। তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে...

September 23, 2024 3:47 PM

views 14

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন

হাইফা যুদ্ধৰ শ্বহীদসকলৰ সন্মানার্থে নতুন দিল্লীত আজি হাইফা দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ভাৰতত ইজৰাইলৰ ৰাষ্ট্রদূত ৰুৱেন আজাৰে দুয়োখন দেশৰ সম্পৰ্কৰ প্ৰশংসা কৰে। তেওঁ দুয়োখন দেশত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ প্ৰশংসা কৰে। ১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰি...

September 23, 2024 3:42 PM

views 25

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগৰ পৰিকল্পনা

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ কাৰ্বি ...