September 24, 2024 12:09 PM

views 32

বিধানমণ্ডলৰ কাম-কাজ আৰু দক্ষতা বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিধানমণ্ডলৰ কামকাজ আৰু দক্ষতা বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত আৰম্ভ হোৱা কমনৱেলথ সংসদীয় সংস্থাৰ দুদিনীয়াকৈ অনুষ্ঠিত দশম ভাৰত আঞ্চলিক সন্মিলনত ভাষণ দি তেওঁ এইদৰে কয়। শ্ৰী বিৰলাই বিধানমণ্ডলসমূহক বিভিন্ন মঞ্চৰ মাধ্যমেৰে আলোচনা কৰি প্ৰযু...

September 24, 2024 12:02 PM

views 23

কাইলৈ হ’বলগীয়া জম্মু-কাশ্মীৰৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ

জম্মু-কাশ্মীৰৰ বিধানসভাৰ কাইলৈ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত পাঁচখন জিলাৰ ২৬টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। নির্বাচন হ'বলগীয়া জিলাকেইখনৰ ভিতৰত জম্মু অঞ্চলৰ ৰিয়াছি, ৰাজৌৰি আৰু পুঞ্চ তথা কাশ্মীৰ উপত্যকাৰ শ্ৰীনগৰ আৰু বুড়গাম আছে। এই পৰ্যা...

September 24, 2024 11:58 AM

views 17

অষ্ট্ৰেলিয়া ভ্ৰমণৰত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ কেইবাখনো বৈঠকত অংশগ্ৰহণ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে তেওঁৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথম দিনা কালি কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে শ্রী গোৱেলে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক লৈ অষ্ট্ৰেলিয়াৰ বাণিজ্য পৰিষদে আয়োজন ক...

September 24, 2024 11:52 AM

views 27

উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ কাইলৈ মুকলি কৰিব উপ-ৰাষ্ট্ৰপতিয়ে

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কাইলৈ গৌতমবুদ্ধ নগৰত উত্তৰপ্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰদৰ্শনীৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। পাঁচ দিনীয়াকৈ হ'বলগীয়া এই বাণিজ্য প্রদর্শনী অহা ২৯ ছেপ্তেম্বৰত অন্ত পৰিব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ বাণিজ্য আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনীত অংশীদাৰ ৰাষ্ট্ৰ হিচা...

September 24, 2024 11:48 AM

views 19

পাঁচদিনীয়া ভ্রমণসূচীৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উজবেকিস্তানলৈ ৰাওনা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি পাঁচদিনীয়া ভ্রমণসূচীৰে উজবেকিস্তানলৈ ৰাওনা হ'ব। ভ্ৰমণৰ সময়চোৱাত বিত্তমন্ত্ৰীগৰাকীয়ে কাইলৈ আৰু বৃহস্পতিবাৰে চমৰকণ্ডত হ'বলগীয়া এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক-এ আই আই বিৰ পৰিচালকমণ্ডলীৰ নৱমখন বার্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ উভয় দেশৰ দ্বিপাক্ষিক বিনিয...

September 24, 2024 11:46 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে তৃতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাথনি, সমাজ কল্যাণ, কৃষক, মধ্যবিত্ত শ্ৰেণী, মহিলা আৰু যুৱ প্ৰজন্মৰ বাবে প্ৰায় ১৫ লাখ কোটি টকা ব্যয় সাপেক্ষ বিভিন্ন আঁচনি গ্রহণ কৰিছে। চৰকাৰে দেশৰ গ্ৰামাঞ্চল আৰু আৰ্থিকভাৱে প...

September 24, 2024 11:42 AM

views 17

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ আপাহতে প্ৰধানমন্ত্ৰীৰ বিভিন্ন ৰাষ্ট্ৰনেতাৰে বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত আয়োজিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনৰ আপাহতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ আর্মেনিয়াৰ প্ৰধানমন্ত্রী নিকোল পাছিনিয়ানকো সাক্ষাৎ কৰে। শ্রীমোদীয়ে ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট’লামৰ সৈতেও দ্বিপাক্ষিক বৈঠকত ভাগ ...

September 24, 2024 11:33 AM

views 17

মানৱতাৰ সাফল্য যুদ্ধক্ষেত্ৰত নহয়, বৰং সামূহিক শক্তিতহে নিহিত হৈ থাকে : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ডিজিটীয় জন আন্তঃগাঁঠনিক বাধা হিচাপে নহয়, বৰং সংযোগ হিচাপেহে ব্যৱহাৰ কৰিব লাগে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোৱা নিশা অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বৰ মংগলৰ বাবে ভাৰতে নিজৰ ডিজিটীয় জন আন্তঃগাঁঠনি ৰাজহুৱা কৰিবলৈ সাজু। ভাষণত...

September 23, 2024 8:45 PM

views 20

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰে। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগ...

September 23, 2024 8:36 PM

views 14

অহা বছৰৰ মাজভাগলৈ ১ লাখ 4G মোবাইল টাৱাৰ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কেন্দ্ৰৰ

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, চৰকাৰে অহা বছৰৰ মাজ ভাগলৈকে এক লাখ 4G মোবাইল টাৱাৰ স্থাপন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰে ৩৬ হাজাৰ ৫৭৪ টা 4G মোবাইল টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিনৰ সফলতা স...