September 29, 2024 11:33 AM

views 33

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ উদ্যোগীসকললৈ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠান

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৰাজ্যৰ উদ্যোগীসকললৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ হ'বলগীয়া বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বচা বচা কেইগৰাকীমান উদ্যোগীক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰথমটো কিস্তি প...

September 29, 2024 11:24 AM

views 27

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা অনুষ্ঠিত

ৰাজ্যৰ কেইবাখনো জিলাত আজি অনুষ্ঠিত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত মুঠ ৭ লাখ ৩৪ হাজাৰ ৮০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰে এই পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষা প্ৰক্...

September 29, 2024 11:17 AM

views 11

অসমৰ ৭০ শতাংশৰো অধিক লোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে, খাদ্য সুৰক্ষা কাৰ্যসূচী ত্বৰান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা

অসমৰ ৭০ শতাংশৰো অধিক লোকৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে, খাদ্য সুৰক্ষা কাৰ্যসূচী ত্বৰান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈ অধিক লোকৰ পুষ্টিৰ দিশত গ...

September 29, 2024 11:13 AM

views 26

মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেলী মুকলি আৰু আধাৰশিলা স্থাপন  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ জিলা আদালতৰ পৰা স্বৰগেটলৈকে পুনে মেট্ৰ' খণ্ড মুকলি কৰিব। প্ৰায় ১, ৮১০ কোটি টকা ব্যয়ৰে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়...

September 28, 2024 8:33 PM

views 31

পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি জম্মুৰ ৰাজভৱনত পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জনায়। শ্ৰী সিনহাই জম্মু-কাশ্মীৰৰ পেৰা ধৰ্মবিদদ্বয়ক পেৰিচ পেৰালিম্পিক ২০২৪ত তেওঁলোকৰ উল্লেখনীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

September 28, 2024 8:26 PM

views 33

থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ছেমিফাইনেল খেলখনত নেপালক ৪-২ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ বিশাল য়াদৱে দুটা আৰু ঋষি সিং আৰু হেমনেই চুং লুংকিমে এটাকৈ গ'ল কৰে। পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া দ্বিতীয়খন ছেমিফ...

September 28, 2024 8:22 PM

views 34

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰিবলৈ নির্বাচন আয়োগৰ আহ্বান

ভাৰতীয় নির্বাচন আয়োগে মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰি গণতন্ত্ৰৰ উৎসৱক সফল কৰি তুলিবলৈ আহ্বান জনাইছে। সমাগত নিৰ্বাচনৰ বাবে সকলোধৰণৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰলৈ যোৱা মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা...

September 28, 2024 8:18 PM

views 49

দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী গিৰীৰাজ সিঙ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে কৈছে যে, তেওঁৰ বিভাগে দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানি মূল্য বৰ্তমান ৪৫ হাজাৰ কোটি টকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সংখ্যাটো প্ৰচাৰ, আৰ্থিক স...

September 28, 2024 8:15 PM

views 36

ছহীদ ভগত সিঙৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুক্তিযোদ্ধা ছহীদ ভগত সিঙৰ প্ৰতি তেওঁৰ জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ভগত সিঙক স্মৰণ কৰি কয় যে তেওঁ এগৰাকী অমৰ শ্বহীদ, যি নিজৰ মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন আহুতি দিছিল। গৃহমন...

September 28, 2024 8:12 PM

views 21

১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছেঃ ভূপতিৰাজু শ্ৰীনিবাস

কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰী ভূপতিৰাজু শ্ৰীনিবাসে কয় যে ১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত স্বচ্ছ তীখা উৎপাদনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মন্ত্ৰী গৰাকীয়ে তীখাৰ ক্ষেত্ৰখনত প্ৰযুক্তিগত উদ্ভাৱন আৰু দক্ষতাৰ প্ৰশং...