September 29, 2024 6:28 PM
31
স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সকলোকে আহ্বান
স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত কয় যে, ২ অক্টোবৰত এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ'ব আৰু মানুহৰ মাজত আৱৰ্জনাক সম্পত্তিলৈ ৰূপান্তৰ কৰাৰ মন্ত্ৰ জনপ্ৰিয় হোৱাৰ কথাই এই অভিযানৰ সাফল্যকে নিৰ্দেশ কৰিছে। তেওঁ কয় যে, বর্তমান দেশবাসীয়ে হ্রাস, পুনৰ ব্য...