October 2, 2024 9:48 AM

views 19

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

● জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তীত আজি সমগ্র দেশবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গান্ধী জয়ন্তী উপলক্ষে প্ৰতি বছৰে সমগ্ৰ দেশৰ লগতে প্রবাসী ভাৰতীয়সকলেও ধাৰাবাহিকভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। নতুন দিল্লীৰ ৰাজঘাটৰ বাপুৰ সমাধিস্থলীত গান্ধী জয়ন্তী উপলক্ষে আজি এখন সৰ্বধৰ্মীয় ...

October 2, 2024 9:40 AM

views 45

আজি মহালয়া

● আজি মহালয়া। আহিন মাহৰ অমাৱাস্যা তিথিটোক মহালয়া নামেৰে অভিহিত কৰা হয় আৰু এই দিনটোতে দিন-ৰাতিৰ সন্ধিক্ষণৰ পৰা মহালয়া পূজা আৰম্ভ হয়। মহালয়ৰ পৱিত্ৰ ক্ষণত দেৱী দুৰ্গাৰ ধৰালৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগে লগেই দুৰ্গা পূজাৰ আধ্যাত্মিক পৰ্বসমূহো আৰম্ভ হয়। মহালয়া উপলক্ষে পাৰ্বন শ্রাদ্ধ ক...

October 2, 2024 9:35 AM

views 42

অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ পুঁজিৰ আৱণ্টন

● কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজি আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰিৰ পুজিৰ অংশ হিচাপে ৫ হাজাৰ ৮৫৮ কোটি ৬০ লাখ টকাৰ আৱণ্টন দিছে। কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৭১৬ কোটি টকা আবণ্টন দিছে। একেদৰে মহাৰাষ্ট্ৰলৈ ১,৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ এহেজাৰ কোটি...

October 2, 2024 9:32 AM

views 19

চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ভার্চুৱেলী অংশগ্ৰহণ কৰিব

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অইল ইণ্ডিয়া লিমিটেড গুৱাহাটী, তিনিচুকীয়া, যোৰহাট আৰু শিৱসাগৰত স্থাপন কৰিবলগীয়া চি বি জি প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত ভার্চুৱেলী অংশগ্ৰহণ কৰিব। শিৱসাগৰ, যোৰহাট আৰু তিনিচুকীয়াত আজি পুৱা ৯.৩০ বজাত আৰু গুৱাহাটীত পুৱা ১০ বজাত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অইল ইণ্ড...

October 2, 2024 9:28 AM

views 30

উচ্চতৰ মাধ্যমিকত ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদানৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ড° বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সৰ্বমুঠ ৪০ হাজাৰ ৭৩৫ গৰাকী ছাত্ৰী, ৭ হাজাৰ ৯৩৮ জন ছাত্ৰক এই স্কুটি প্ৰদান কৰাৰ বাবে কেবিনেটে অনুমোদন জনায়। এই স্কুটিস...

October 1, 2024 8:38 PM

views 29

জম্মু-কাশ্মীৰৰ তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ৫৬ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্রহণ আবেলি ৩ বজা পর্যন্ত ৫৬ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ...

October 1, 2024 8:37 PM

views 19

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি অমিত শ্বাহৰ দাবী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। আজি মুম্বাইত অনুষ্ঠিত এখন অধিবেশনত বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মীসকলক সম্বোধন কৰি শ্ৰীশ্বাহে তেওলোকক যিকোনো হতাশা জোকাৰি পেলাবলৈ, সমীক্ষাত মনোনিবেশ নকৰিবলৈ আৰু আগন্তুক নি...

October 1, 2024 8:35 PM

views 13

নতুন দিল্লীত ড° এন্ড্রিউ হ’লনেছৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত জামাইকাৰ প্ৰধানমন্ত্ৰী ড° এন্ড্রিউ হ'লনেছৰ সৈতে বাৰ্তালাপত মিলিত হয়। প্রধানমন্ত্রী মোদীয়ে হায়দৰাবাদ হাউছত ড° হলনেছক আদৰণি জনায়। দুয়োখন দেশে আজি ডিজিটেল ৰাজহুৱা আন্তঃগাথনি, সাংস্কৃতিক বিনিময় আৰু ক্ৰীড়াৰ ক্ষেত্ৰত ৪ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰ...

October 1, 2024 8:30 PM

views 19

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ুবীৰ বিজেতা কাৰ ৰেলী মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ুবীৰ বিজেতা কাৰ ৰেলী মুকলি কৰে। এই কাৰ ৰেলী প্রথমে লাডাখৰ থৈছেত উপস্থিত হব। তাৰ পিছত ভাৰতীয় বায়ু সেনাৰ ৯২ সংখ্যক জয়ন্তী উপলক্ষে চলিত মাহৰ ৮ তাৰিখে আনুষ্ঠানিকভাৱে এই কাৰ ৰেলী অৰুণাচলৰ টাৱাঙল...

October 1, 2024 8:27 PM

views 25

ডº বাণীকান্ত কাকতি বঁটাৰ স্কুটি প্ৰদানৰ সিদ্ধান্তত অসম কেবিনেটৰ অনুমোদন

অসম কেবিনেটে আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু ৭৫ শতাংশৰে উত্তীৰ্ণ হোৱা ছাত্ৰক ডº বাণীকান্ত কাকতি বঁটাৰে স্কুটি প্ৰদান কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। সৰ্বমুঠ ৪৮ হাজাৰ ৬৭৩ গৰাকী ছাত্র-ছাত্রীক এই স্কুটি প্রদান কৰাৰ বাবে কেবিনেটে আজি অনুমোদন জনায়। ন্যায়ধীশ বিপ্লৱ শৰ্মা ...