October 7, 2024 2:43 PM

views 33

বায়ু প্ৰদৰ্শনীত হোৱা দুৰ্ঘটনাৰ বাবে ডি এম কে চৰকাৰক সমালোচনা মন্ত্ৰী ড০ এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কালি বায়ু প্ৰদৰ্শনীত হোৱা দুৰ্ঘটনাৰ বাবে ডি এম কে চৰকাৰক সমালোচনা কৰে। তিৰুনেলভেলীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে বায়ু সেনাৰ সৈতে সঠিক সমন্বয় ৰক্ষা নকৰাৰ বাবে চৰকাৰখনক দোষাৰোপ কৰে। তেওঁ লগতে...

October 7, 2024 2:36 PM

views 52

পাকিস্তানৰ কৰাচী বিমান বন্দৰত হোৱা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত

পাকিস্তানৰ কৰাচী বিমান বন্দৰৰ বাহিৰত কালি নিশা হোৱা এটা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হয়। বিচ্ছন্নতাবাদী সন্ত্রাসবাদী গোট বেলুচ লিবাৰেশ্বন আৰ্মী চমুকৈ বি এল এয়ে এই বিস্ফোৰণ দায়িত্ব স্বীকাৰ কৰিছে। চীনৰ অভিযন্তা আৰু বিনিয়োগকাৰীৰ এটা উচ্চস্তৰীয় কনভয়ক লক্ষ্য কৰি সন্ত্ৰাসবাদী গ...

October 7, 2024 2:32 PM

views 19

বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পর্যালোচনা বৈঠকত গৃহমন্ত্রীৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি এই বৈঠকত...

October 7, 2024 2:28 PM

views 27

নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি প্রধানমন্ত্ৰী মোদীয়ে পূজা-অৰ্চনা আগবঢ়ায়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পঞ্চম দিনটোত দেৱী স্কণ্ডমাতাৰ প্ৰতি পূজা-অৰ্চনা আগবঢ়ায়। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰী মোদীয়ে মা সুখদায়িনী-মোক্ষদায়িনীয়ে যেন সকলোকে আশীর্বাদ প্ৰদান কৰে, তাৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ লগতে এটি গবা গীতো সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰে।

October 7, 2024 2:24 PM

views 15

ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অভিনন্দন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা পদবীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী শ্বাহে কয় যে, শ্ৰী মোদীৰ এই দীঘলীয়া যাত্ৰা ৰাজহুৱা জীৱনত থকা সকলোৰে বাবে জীৱন্ত প্ৰেৰণাৰ উৎস হিচাপে পৰিগণিত হৈছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰ...

October 7, 2024 2:22 PM

views 23

প্রধানমন্ত্ৰী মোদীৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৰাজহুৱা পদবীত আজি ২৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতেই শ্রী মোদীয়ে প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ উদ্যমসমূহৰ পৰা অনুপ্ৰাণিত হৈ কেন্দ্ৰত এন ডি এ চৰকাৰে ভালেমান কল্যাণমূলক কা...

October 7, 2024 2:19 PM

views 26

মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ আলোচনা

  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত দ্বিপাক্ষিক, আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনাত মিলিত হৈছে। আলোচনাৰ অন্ততঃ দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। আজি পুৱাৰ ভাগত ড° মুইজ্...

October 7, 2024 2:14 PM

views 37

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমৰ পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন

শাৰদীয় দুর্গা পূজা উপলক্ষে গুৱাহাটী পৌৰ নিগমে বিগত বৰ্ষৰ দৰে এইবাৰো পূজা সমিতিসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি এখন সংবাদমেলযোগে স্বচ্ছতা বজাই ৰখা পূজা সমিতিসমূহক প্রথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰে...

October 7, 2024 11:41 AM

views 32

কলাক্ষেত্ৰত কৃষি যন্ত্রপাতি, ভূমি স্বাস্থ্য-পত্ৰ বিতৰণ, কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে আজি কৃষি যন্ত্রপাতি আৰু ভূমি স্বাস্থ্য-পত্ৰ বিতৰণৰ লগতে কৃষি জ্ঞান কেন্দ্ৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৃষিমন্ত্রী অতুল বৰা উপস্থিত থাকিব। এই অনুষ্ঠানত কৃষি যান্ত্ৰিকীকৰ...

October 7, 2024 11:29 AM

views 32

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী

শাৰদীয় দুর্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। কালি দুপৰীয়া ভাগৰে পৰা বতৰ কিছু ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। কালি নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী দুৰ্গাক কুষ্মাণ্ডা ৰূপত পূজা কৰা হয়। দেৱীৰ এই ৰূপে সুস্বাস্থ্য, ইতিবাচক শক...