October 7, 2024 9:11 PM

views 8

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ

গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই বিশ্ববিদ্যালয়ৰ দুটা ছাত্রাৱাস খালী কৰিবলৈ দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। নির্বাচনকেন্দ্ৰিক সংঘাতৰ পাছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ চি চি ১ নম্বৰ আৰু ২ নম্বৰ ছাত্ৰাৱাস খালী কৰিবলৈ নিৰ্দেশ দিছিল। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশনাৰ পাছতে আৱাসীসকলে প্ৰতিবাদ স...

October 7, 2024 9:10 PM

views 17

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱ-নৰ্বাচিত সদস্যসকলৰ শপতগ্ৰহণ

বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱ-নৰ্বাচিত সদস্যসকলে আজি শপতগ্ৰহণ কৰে। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে ডেকা সত্ৰীয়া গৌতম পাঠকৰ উপস্থিতিত সত্ৰ পৰিচালনা সমিতিৰ নিৰ্বাচিত ২৮ গৰাকী সদস্যক সত্ৰখনৰ মঠৰ চোতালত শপতবাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে যোৱা ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত ব...

October 7, 2024 9:08 PM

views 12

ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প’ৰ্টেললৈ জনতাৰ ব্যাপক সঁহাৰি, ১.৪৬ কোটি আৱেদন লাভ

নাগৰিককেন্দ্ৰিক সেৱা বিতৰণ প্ৰক্ৰিয়া অধিক সুষম আৰু সহজসাধ্য কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প'ৰ্টেলে জনতাৰ ব্যাপক সঁহাৰি লাভ কৰিছে। মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা অনুসৰি প'ৰ্টেলটোত বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগ, সংস্থা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদসমূহৰ ৬৩৬টা সে...

October 7, 2024 9:06 PM

views 18

ভুৱনেশ্বৰত অনুষ্ঠিত পূব মণ্ডল ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাৰ প্ৰথম‌ দিনা অসমৰ ৮টা পদক অৰ্জন

ওড়িশাৰ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত পূব মণ্ডল জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত অসম দলে প্ৰথম দিনটোত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। আজি অসমে ২টা সোণ, ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক সহিতে সৰ্বমুঠ ৮টা পদক অৰ্জন কৰে। ছোৱালীৰ ২০ বছৰ অনূৰ্ধ্ব শাখাৰ ৫০০০ মিটাৰ দৌৰত ছাংমিৰ টেৰণপি আৰু ছোৱালীৰ ১৫০০...

October 7, 2024 9:05 PM

views 9

নতুন দিল্লীত কাইলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰদান কৰিব ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত ২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিব। এই উপলক্ষে বিশিষ্ট অভিনেতা মিথুন চক্ৰৱৰ্তীক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। কানাড়া ছবি কান্তাৰাত কৰা অভিনয়ৰ বাবে ঋষভ চেট্টিক শ্ৰ...

October 7, 2024 9:04 PM

views 27

জম্মু-কাশ্মীৰত কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

জম্মু-কাশ্মীৰত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনা কাইলৈ অনুষ্ঠিত হ'ব। মুখ্য নির্বাচনী বিষয়া পামদুৰাং কে পলে কয় যে, এই ভোটগণনা যাতে সুৰক্ষিতভাৱে আৰু সুকলমে সম্পন্ন হয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে ৩ তৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ষ্ট্ৰং ৰূম আৰু ভোটগণনা কেন্দ্ৰসম...

October 7, 2024 9:03 PM

views 11

শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি

শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি কৰা হৈছে। বোর্ডে সংবাদদাতাসকলক জনোৱা মতে, ভাৰত, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া ভ্ৰমণত শ্ৰীলংকাৰ ক্ৰিকেট দলটোৱে দেখুওৱা ভাল ফলাফলৰ বাবে কাৰ্যবাহী কমিটীয়ে তেখেতক নির্বাচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জয়সূৰ্যই ইতিমধ্যেই যোৱা জ...

October 7, 2024 9:02 PM

views 6

আয়ুষ্মান ভাৰত, প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দ্বাৰা ১২ কোটিতকৈও অধিক পৰিয়াল লাভৱান্বিত হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই আজি কয় যে ভাৰতৰ স্বাস্থ্য প্ৰণালীয়ে সার্বজনিন স্বাস্থ্য কভাৰেজ-ইউ এইচ চি আদায় কৰিবৰ বাবে সম্পূৰ্ণ চৰকাৰ আৰু সম্পূৰ্ণ সমাজ ব্যৱস্থাক আঁকোৱালি লৈছে। ইয়াৰ অধীনত প্ৰাথমিক স্বাস্থ্য চোৱাচিতা আৰু আৱশ্যকীয় সেৱা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ...

October 7, 2024 9:00 PM

views 13

ভাৰতৰ ইউপিআই আৰু ইউএইৰ এএএনআই আন্তঃসংযোগৰ কাম চলি আছেঃ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল

কেন্দ্রীয় বাণিজ্য মন্ত্রী পিয়ুষ গোৱেলে কয় যে, ভাৰত আৰু ইউ এ ই চৰকাৰে ভাৰতৰ ইউ পি আই আৰু ইউ এ ইৰ-এ এ এন আই আন্তঃসংযোগৰ কাম কৰি আছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা লেনদেনৰ সুবিধা অধিক শক্তিশালী হব। ইযাৰ দ্বাৰা ইউ এ ইত বাস কৰা ৩০ লাখতকৈ অধিক ভাৰতীয় উপকৃত হব যাৰ ফলত ইউ পি আই আৰু এ এ এন আই শ...

October 7, 2024 8:58 PM

views 5

ভাৰতীয় বায়ু সেনাৰ বর্ষপুর্তি উপলক্ষে লাডাখৰ থৈছেৰ পৰা কাইলৈ বায়ু বীৰ বিজেতা কাৰ ৰেলী

ভাৰতীয় বায়ু সেনাৰ ৯২ সংখ্যক বর্ষপুর্তিৰ লগত সংগতি ৰাখি কাইলৈ লাডাখৰ থৈছেৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ু বীৰ বিজেতা কাৰ ৰেলী উলিওৱা হ'ব। এই কাৰ ৰেলী ২৯ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত অন্ত পৰিব। ইয়াৰ আগেয়ে যোৱা ১ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লী ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ ...