October 12, 2024 11:55 AM
29
কাউৰাপেট্টাইত মহীশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে’লগাড়ী ৰে’ল লাইনৰ পৰা আঁতৰ
যোৱানিশা দক্ষিণ ৰে'লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত সামগ্ৰী কঢ়িওৱা ৰে'লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰে'ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা লাইনচ্যুত হয়। এই ঘটনাত হতাহতৰ কোনো খবৰ অহা নাই যদিও কেইবাজনা লোক আহত হৈছে। আহত লোকসকল...