October 12, 2024 4:19 PM

views 31

সন্ধিয়া ৭ বজাত ভাৰত আৰু বাংলাদেশৰ মাজত টি-২০ ক্রিকেটৰ অন্তিমখন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হায়দাবাদত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। শৃংখলাত ২-০ ফলাফলত আগবাঢ়ি থকা ভাৰতীয় দলে আজি খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অক্ষুন্ন ৰখা আৰু বাংলাদেশৰ বিৰুদ্ধে আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃত...

October 12, 2024 4:14 PM

views 23

ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা আমেৰিকাৰ

ইজৰাইলৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে, আমেৰিকাই ইতিমধ্যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা ৰাজহ ব্যৱস্থা বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। আম...

October 12, 2024 4:10 PM

views 30

কাউৰাপেট্টাইত সংঘটিত ৰে’ল দূৰ্ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

দক্ষিণ ৰে'লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত যোৱানিশা সংঘটিত ৰে'ল দূৰ্ঘটনাটোৰ সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাটোত সামগ্ৰী কঢ়িওৱা ৰে'লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে'লগাড়ীখন ৰে'ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা ...

October 12, 2024 4:06 PM

views 17

নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত...

October 12, 2024 12:22 PM

views 26

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী উদযাপন

কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পুৱা ৬বজাত প্রভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ তৰফৰ পৰা জনোৱা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ জয়ন্তী উপলক্ষে আজি ভাগৱত পাঠ, আয়তিৰ নাম পৰিবেশন, ধর্মালোচনী সভাৰ লগতে সন্ধিয়া বন্তি প্রজ্জ্বলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইপিনে,...

October 12, 2024 12:13 PM

views 28

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিবেশ

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জ জিলাৰ পূজা মণ্ডপো সর্বমংগলময়ী, সিদ্ধিদাত্রী মহিষ মর্দিনী দেৱী দুৰ্গাৰ বন্দনা আৰু পুৰোহিতৰ মন্ত্রোচাৰণ, ঢাক, ঢোল, শংখ, ঘণ্টা, ডবা, কাহৰ শব্দৰ মুখৰ হৈ পৰিছে । ইপিনে বাক্সা জিলাৰ ছিকাদৌল বাথৌ মন্দিৰ প্ৰাংগণত সম্পূৰ্ণ বড়ো ৰীতি-নীতিৰে দুৰ্গা পূজা প...

October 12, 2024 12:11 PM

views 26

বিজয়া দশমী উপলক্ষে যানবাহন আৰক্ষীৰ নীতি নিৰ্দেশনা জাৰি

শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি আৰু কাইলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি আজি পুৱা ১০ বজাৰ পৰা প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব। আনহাতে, প্রতিমা কঢ়িওৱা বাহন সমূ...

October 12, 2024 12:06 PM

views 23

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ খেলত অষ্ট্ৰেলিয়াৰ হাতত পাকিস্তান ৯ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই যোৱানিশা ডুবাইত অনুষ্ঠিত মহিলাৰ আই চি চি টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাকিস্তানক ৯ উইকেটত পৰাস্ত কৰে। খেলখনত পাকিস্তানে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আৰম্ভণিতেই শ'লঠেকত পৰে আৰু ১৯ অভাৰ আৰু ৫টা বলত মাত্র ৮২ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই। অষ্ট্...

October 12, 2024 12:01 PM

views 21

হায়দৰাবাদত আজি ভাৰত-বাংলাদেশৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু বাংলাদেশৰ মাজত টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হায়দাবাদত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। শৃংখলাত ২-০ ফলাফলত আগবাঢ়ি থকা ভাৰতীয় দলে আজি খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অক্ষুন্ন ৰখা আৰু বাংলাদেশৰ বিৰুদ্ধে আটাইকেইখন খেলতে জয়লাভ কৰাৰ কৃত...

October 12, 2024 12:02 PM

views 31

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া তিনিখনীয়া টেষ্ট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় ক্রিকেট দল ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ সম্পাদক জয় শ্বাহে কালি এখন বিজ্ঞপ্তিৰ জৰিয়তে ৰোহিত শৰ্মাই ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব বুলি ঘোষণা কৰে। বিজ্ঞপ্তি অনুসৰি আগশাৰীৰ বেগী বলাৰ যশপ্রীত...