October 18, 2024 11:35 AM

views 14

বলীউড অভিনেত্রী তামান্না ভাটিয়াক অনলাইন বেটিং এপৰ প্ৰচাৰৰ গোচৰত গুৱাহাটীৰ বিধি বলৱৎকাৰী সঞ্চাকালয়ত জেৰা

বলীউড তথা দক্ষিণৰ চলচ্চিত্র অভিনেত্রী তামান্না ভাটিয়াই কালি অনলাইন বেটিং এপৰ প্ৰচাৰৰ সৈতে জড়িত এটা গোচৰ সম্পৰ্কত কালি মুম্বাইৰ পৰা আহি গুৱাহাটীৰ বিধি বলৱৎকাৰী সঞ্চাকালয়ৰ তদন্তকাৰী দলৰ আগত হাজিৰ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি অভিনেত্রী তামান্নাই অবৈধভাৱে চলা এটা ক্ৰিকেটৰ অনলাইন জুৱা এপৰ বাবে প্ৰচাৰ চলা...

October 18, 2024 11:33 AM

views 22

আকাশবন্তিৰ পোহৰে ন-আশাৰ সঞ্চাৰ কৰি অসমীয়াৰ সমাজ জীৱন উজলাই তোলেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কাতি বিহু উপলক্ষে ৰাইজক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, কাতি বিহুৰ ঐতিহ্য পৰম্পৰা আকাশবন্তিৰ পোহৰে ন-আশাৰ সঞ্চাৰ কৰি অসমীয়াৰ সমাজ জীৱন উজলাই তোলে। তুলসী তলৰ বন্তিয়ে পৱিত্ৰতা কঢ়িয়াই আনে। কালি দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাই...

October 17, 2024 8:26 PM

views 35

ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কৈছে যে, ভাৰত আৰু মলাৱিৰ মাজত সৌহার্দ্য আৰু বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পর্ক আছে। লিলোংগতে ভাৰত মলাৱি ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে ১৯৬৪ চনত মলাৱিৰ স্বাধীনতা লাভৰ ঠিক পাছত দেশখনৰ সৈতে কূটনৈতিক সম্পৰ্ক স...

October 17, 2024 8:22 PM

views 31

তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ প্ৰথম ইনিংছত ৩ টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ

নিউজিলেণ্ডে ভাৰতৰ বিৰুদ্ধে বাংগালুৰুৰ এম ছিন্নস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তিনিখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শক্তিশালী স্থিতিত উপনীত হৈছে। ভাৰতে ৪৬ ৰানতে প্রথম ইনিংছ সামৰাৰ পাছত আলহী দল নিউজিলেণ্ডে আজি দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৩ টা উইকেট হেৰুৱাই ১৮০ ৰান সংগ্ৰহ কৰে। ন...

October 17, 2024 8:16 PM

views 35

নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ সৈতে ৰাজ্যৰ স্বাৰ্থজনিত বিভিন্ন বিষয়ক আলোচনা

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী চিৰাগ পাছোৱানৰ সৈতে ৰাজ্যৰ স্বাৰ্থজনিত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বাৰ্তালাপত ৰাজ্যখনৰ নতুন খাদ্য প্ৰক্ৰিয়াকৰণ বিনিয়োগ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই সম্পৰ্কত মুখ্যমন্ত্রী শ্রীশর্মাই এই আলোচনাই অসমৰ বিকাশ আৰু উন্নয়নত বিশ...

October 17, 2024 8:13 PM

views 35

গোলাঘাট জিলা প্রশাসনৰ পেট্রল পাম্পত নো হেলমেট নো ফিউল বেনাৰ লগাবৰ বাবে আদেশ জাৰি

গোলাঘাট জিলা প্রশাসনে পথ সুৰক্ষাৰ অন্যতম পদক্ষেপ হিচাপে নীতি বহির্ভুতভাৱে হেলমেট নিপিন্ধাকৈ অহা মটৰ চাইকেল আৰোহীক খোলাকৈ পেট্রলজাত সামগ্ৰী বিক্ৰী কৰা কাৰ্য বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰি সকলো পেট্রল পাম্পত নো হেলমেট নো ফিউল বেনাৰ লগাবৰ বাবেও আদেশ জাৰি কৰিছে। এই আদেশ তাৎক্ষণিকভাৱে কাৰ্যক...

October 17, 2024 8:10 PM

views 12

সদৌ অসম উকিল সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক কমিটিৰ শপত গ্ৰহণ

সদৌ অসম উকিল সন্থাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক কমিটিখনে আজি শপত গ্ৰহণ কৰে। উকিল সন্থাৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত পূৰ্বৰ সভাপতি ডেভিদ লাইজাৰে নৱনিৰ্বাচিত সভাপতি শৈলেন্দ্ৰ দাসক দায়িত্বভাৰ অৰ্পন কৰে। লগতে পঞ্চমবাৰৰ বাবে সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত দীপক কুমাৰ দাসে নৱ নিৰ্বাচিত সভাপতিৰ সৈতে ...

October 17, 2024 8:03 PM

views 46

বিদেশ আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ত্ৰিপুৰাৰ খোৱাই জিলাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰে

বিদেশ আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি ত্ৰিপুৰাৰ খোৱাই জিলাত ৰূপায়িত শিক্ষা, স্বাস্থ্য সেৱা, যোগাযোগসহ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা চলায়। পর্যালোচনা বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, পূৰ্বতে উত্তৰ-পূৰ্বাঞ্চলক প্রান্তীয় অঞ্চল ...

October 17, 2024 7:58 PM

views 33

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ’ব

ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত ৰাজ্যখনৰ ৪৩টা সমষ্টি সামৰি লোৱা হ'ব। প্ৰথম পৰ্যায়ৰ বাবে ২৫ অক্টোবৰ মনোনয়পত্র দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। ২৮ অক্টোবৰত মনোনয়পত্রসমূহ পৰীক্ষা কৰা হ'ব। ৰাজ্যখনত প্ৰথম পৰ্যায়ত ১৩ নৱেম্বৰত আৰু দ্বিতীয় পৰ্...

October 17, 2024 7:55 PM

views 34

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পানৰ ফলত কমেও ২৪ জন লোকৰ প্রাণহানি

বিহাৰৰ ছিৱান আৰু ছাৰন জিলাত বিষাক্ত সুৰা পান কৰাৰ ফলত কালি কমেও ২৪ জন লোকে প্রাণ হেৰুৱায় আৰু ১৫ জন গুৰুতৰভাৱে অসুস্থ হৈ পৰে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে ছিৱানত ২০ জন আৰু ছাৰন জিলাত ৪ জন লোকে প্ৰাণ হেৰুৱায়। মৃত লোককেইজন ভগলপুৰহাট আৰু মছৰখ আৰক্ষী থানা এলেকাৰ অধীনৰ বিভিন্ন গাঁৱৰ বাসিন্দা বুলি জান...