October 19, 2024 7:06 PM
18
ভাৰত-মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে ভাৰত আৰু মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছে। ভাৰত-মেক্সিকো বাণিজ্য আৰু বিনিয়োগ সন্মিলনত তেওঁ কয় যে বিশেষকৈ ঔষধ উৎপাদন আৰু অট’মটিভ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট সম্ভাৱনা আছে। শ্ৰীমতী সীতাৰমনে কয় যে ভাৰতে ডিজিটেল অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত গোলকীয...