October 19, 2024 8:26 PM
17
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে বিজয়া ৰাহাটকাৰক নিযুক্তি
বিজয়া ৰাহাটকাৰক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এই সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে এখন অধিসূচনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীমতী ৰাহাটকাৰে মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আৰু ঔৰংগবাদৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ বিজেপিৰ ৰাষ্ট্ৰ...