October 21, 2024 9:17 PM

views 25

উত্তৰ প্ৰদেশত হ’বলগীয়া ২৫সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং চেম্পিয়নশ্বিপৰ বাবে অসমৰ ৫জনীয়া দলৰ নাম ঘোষণা

উত্তৰ প্ৰদেশৰ গোড়খপুৰত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ২৫ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় ৰ’য়িং চেম্পিয়নশ্বিপৰ বাবে অসমৰ পাঁচজনীয়া দলৰ নাম ঘোষণা কৰিছে। অসম ব'ৰ্ট ৰেচিং এণ্ড ৰ’য়িং এছ’চিয়েচনৰ ল'ৰা আৰু ছোৱালীৰ এই দলটো ঘোষণা কৰিছে। ২৬ অক্টোবৰলৈকে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ ল'ৰাৰ শাখাত ...

October 21, 2024 9:16 PM

views 21

নতুন দিল্লীত কাইলৈ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্ৰেষ্ঠ নগৰঅঞ্চল, শ্রেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ আদিকে ধৰি ৯ টা শাখাত ৩৮ টা বঁটা প্ৰদান কৰিব। শ্...

October 21, 2024 9:15 PM

views 10

নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম প’ৰ্টেল মুকলি

শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত অসংগঠিত ক্ষেত্ৰৰ কৰ্মীসকলৰ সূচলতাৰ বাবে ই-শ্ৰম প’ৰ্টেল মুকলি কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ই-শ্ৰম প’ৰ্টেলৰ প্ৰতি কৰ্মচাৰীসকলৰ বৰ্ধিত আস্থা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, প্ৰতিদিনে ৬ ৰ পৰা ৯ হাজাৰ কৰ্মচাৰীয়ে এ...

October 21, 2024 9:14 PM

views 21

বিমান চলাচলত প্ৰভাৱ পেলাব পৰা ভুৱা ফোন কলৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ সক্ৰিয় পদক্ষেপ গ্ৰহণঃ ৰাম মনোহৰ নাইডু কিঞ্জাৰাপু

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডু কিঞ্জাৰাপুয়ে কৈছে যে বিমান চলাচলৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পৰা ভুৱা ফোন কলসমূহৰ সমস্যা সমাধানৰ উদ্দেশ্যে সুৰক্ষা আৰু সতৰ্কতাতন্ত্ৰৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিষয়টো সন্দৰ্ভত চৰকাৰে অংশীদাৰসকলৰ সৈতে আলোচনা ...

October 21, 2024 9:12 PM

views 26

নতুন দিল্লীত কাইলৈ ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ ষষ্ঠলানি বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ছিংগাপুৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ড০ এন জি ইং হেনে কাইলৈ নতুন দিল্লীত ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ ষষ্ঠলানি বৈঠকত সহঅধ্যক্ষতা কৰিব। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আগুৱাই নিয়াৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হ'ব। আলোচনাত দুয়োপক্ষই পাৰস্পৰিক স্বার্থজড়িত বিভ...

October 21, 2024 7:40 PM

views 27

ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। তেওঁ কয় যে, দেশে সকলো ক্ষেত্ৰতে এক অভূতপূৰ্ব স্তৰত আগবাঢ়ি আছে। এটা ব্যক্তিগত সংবাদ আউটলেটৰ দ্বাৰা আয়োজিত বিশ্ব শীর্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বই এ আইক কৃত্রিম বুদ্ধিমত্তা হিচাপ...

October 21, 2024 7:38 PM

views 31

আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ স্মাৰকত গৃহমন্ত্ৰী অমিত শ্বাহৰ পুষ্পাঞ্জলি অর্পণ

আৰক্ষী স্মৃতি দিৱস উপলক্ষে আজি গৃহমন্ত্রী অমিত শ্বাহে কৰ্তব্যৰ সময়ত নিজৰ সৰ্বোচ্চ বলিদান দি অমৰ হোৱা শ্বহীদসকলক প্ৰণাম কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয় যে, এই দিৱসে আৰক্ষী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালে কৰা ত্যাগক সন্মান জনোৱা হয়। দেশৰ কাৰণে তেওঁলোকে কৰা ত্যাগৰ কাৰণে গৃহমন্ত্...

October 21, 2024 7:37 PM

views 10

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ৰাছিয়ালৈ যাব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষোড়শ ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা অর্থাৎ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ ৰাছিয়ালৈ যাব। প্রধানমন্ত্ৰীয়ে এই সন্মিলনৰ আপাহতে সদস্য ৰাষ্ট্ৰৰ নেতা তথা অন্যান্য আমন্ত্রিত ব্যক্তিসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰৰ ...

October 21, 2024 7:36 PM

views 29

জম্মু-কাশ্মীৰৰ গান্দেৰৱাল জিলাত উগ্ৰপন্থীৰ আক্ৰমণত এজন কাশ্মীৰী চিকিৎসক, ৬জন শ্রমিকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ গান্দেৰৱাল জিলাৰ গগনগীৰ অঞ্চলত এজন কাশ্মীৰী চিকিৎসকসহ ৬জন শ্রমিকৰ উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু হয়। ছ'নমাৰ্গ অঞ্চলত জেড-ম'ৰ সুৰংগৰ নিৰ্মাণ স্থলীত দুটা উগ্ৰপন্থীয়ে এই ঘটনা সংঘটিত কৰে। বাডগাম জিলাৰ নাইডগাম গাঁৱৰ বাসিন্দা ডাঃ ছাহনৱাজৰো কৰ্মৰত অৱস্থাত মৃত্যু হয়। যোৱা তিনিদিনত এইটো হৈছে দ্ব...

October 21, 2024 7:34 PM

views 63

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ‘পাব্লিক স্পীক’ত আজি ডিজিটেল জীৱিত থকাৰ প্ৰমাণপত্ৰ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত ডিজিটেল জীৱিত থকাৰ প্ৰমাণপত্ৰ সন্দৰ্ভত পেন্সন আৰু পেন্সনাৰৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্তৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০...