October 23, 2024 11:40 AM

views 32

ভিয়েনা অ’পেন টেনিছ প্রতিযোগিতাত ৰোহন বোপন্না আৰু মেথিউ এবডেন কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ভিয়েনা অ'পেন টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্রি-কোৱাৰ্টাৰ ফাইনেল নেডাৰলেণ্ডছৰ ৰবিন হাছে আৰু জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰ্ভেৰ যুটীটো ২-৬, ৭-৫, ১০–৫ ছেটত পৰাস্ত কৰে। বোপন্না আৰু এবডেনৰ যুটীটো ...

October 23, 2024 12:18 PM

views 25

আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা

নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত আজিৰে পৰা ভাৰত আৰু জাৰ্মানীৰ মাজৰ বহু অপেক্ষিত দ্বিপাক্ষিক হকী শৃংখলা আৰম্ভ হ'ব। খেলখন দিনৰ ৩ বজাত আৰম্ভ হ'ব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা দশকৰ পাছত আন্তঃৰাষ্ট্ৰীয় হকী খেল অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই শৃংখলা বিশেষ ৰূপে পৰিগণিত হৈছে। হৰমনপ্রীত সিং ...

October 23, 2024 11:34 AM

views 21

শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড’ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বৃদ্ধি

ভাৰত আৰু পাকিস্তানে শ্ৰী কৰ্টাৰপুৰ চাহিব কৰিড'ৰ সম্পৰ্কীয় চুক্তিৰ ম্যাদ আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে চুক্তিৰ ম্যাদ পাঁচ বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্তই পাকিস্তানলৈ যোৱা ভাৰতীয় তীর্থযাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিব। কৰ্টাৰপুৰ চ...

October 23, 2024 11:33 AM

views 28

ভাৰত-চীনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি আশা প্রকাশ এণ্টনিঅ’ গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে সীমান্তত উত্তেজনা হ্ৰাস কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজৰ সীমান্ত এলেকাত তহল ব্যৱস্থা সন্দৰ্ভত অলপতে চুক্তি সম্পাদিত হোৱাৰ পাছত দেশ দুখনৰ মাজত ভাল প্রতিবেশীৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ দৈনিক প্ৰেছ বিবৃতিৰ সময়ত শ্রীগুটেৰেছে দুয়...

October 23, 2024 11:30 AM

views 19

নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি নতুন দিল্লীত অসম, ছিকিম আৰু মিজোৰামৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা চলায়। বৈঠকত শ্ৰীগাডকাৰীয়ে অসমৰ এহেজাৰ কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যক সামৰি ৫৭টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। আলোচনাত স্থায়ীত্...

October 23, 2024 11:26 AM

views 31

ব্ৰিকছ শীৰ্ষ সন্মিলনত আজি শ্বি জিনপিঙৰ সৈতে প্রধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ আপাহতে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত তহল ব্যৱস্থাপনা সন্দৰ্ভত দুয়োখন দেশ এখন চুক্তিত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। প...

October 22, 2024 9:22 PM

views 20

ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, ভাৰত দেশৰ ৮ কোটি দুগ্ধ উৎপাদকক সংযুক্ত কৰাৰ উদ্দেশ্যে দ্বিতীয় শ্বেতবিপ্লৱৰ বাবে সাজু হৈছে। গুজৰাটৰ আনন্দত আজি ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ হীৰক জয়ন্তী সমাৰোহত ভাষণ দি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বর্তমান মাত্ৰ ডেৰ কোটি দুগ্ধ উৎপ...

October 22, 2024 9:21 PM

views 41

বি এছ এন এলৰ নতুন লোগো মুকলি

কেন্দ্রীয় যোগাযোগ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছে যে, ভাৰত সঞ্চাৰ নিগম লিমিটেডে ফোৰ-জি নেটৱৰ্ক মুকলি কৰাৰ পাছৰে পৰা গ্ৰাহকৰ সংখ্যা বিগত ৬ মাহত ৭৫ লাখৰ পৰা ১ কোটি ৮০ লাখলৈ বৃদ্ধি পাইছে। নতুন দিল্লীত আজি ভাৰত সঞ্চাৰ নিগম লিমিটেড-বি এছ এন এলৰ নতুন লোগো আৰু ৭ প্ৰকাৰৰ নতুন সেৱা মুকলি মন্ত্ৰীগৰাকীয...

October 22, 2024 9:20 PM

views 31

বিজেপিয়ে অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা বিজেপিৰ

উচ্চতম ন্যায়ালয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰী সন্দৰ্ভত প্রশ্ন উত্থাপন কৰাৰ বাবে গুজৰাট বিশ্ববিদ্যালয়ে ৰুজু কৰা মানহানিৰ গোচৰ সংক্ৰান্তত জাৰি কৰা চমন বাতিল কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা আবেদন অগ্রাহ্য কৰাৰ পাছত বিজেপিয়ে আজি দিল্লীৰ প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা কৰে।...

October 22, 2024 9:19 PM

views 19

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা ঘুৰ্ণিবতাহজাক ওড়িশাৰ উপকূলৰ ফালে অগ্ৰসৰ

বঙ্গোপসাগৰত সৃষ্টি হোৱা ডানা নামৰ ঘুৰ্ণিবতাহজাক অধিক শক্তিশালী হৈছে আৰু বতাহজাক ওড়িশাৰ উপকূল ভাগৰ দিশে অগ্ৰসৰ হৈছে। বতাহজাকে বৃহস্পতিবাৰে মাজনিশা ওড়িশাৰ বালেশ্বৰ সমীপৰ উপকূলভাগ আৰু কেন্দ্ৰপাৰা ভদ্ৰক বা ভিতকণিকাত খুন্দা মৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বতাহজাকৰ প্ৰভাৱত ওড়িশাৰ ভালেমান ...