October 23, 2024 6:00 PM

views 25

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বাবে শিৱসেনাৰ ৪৫ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে শিৱসেনাই ৪৫ জনীয়া প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰিছে। মুখ্যমন্ত্রী একনাথ সিন্দেই বর্তমান প্রতিনিধিত্ব কৰি থকা ক'প্ৰি-পাচপাখী বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। ইফালে ৰাজ্যখনৰ মন্ত্ৰী আব্দুল ছাট্টাৰে ছিল্ল'ড, সঞ্জয় ৰাথোৰে দিগৰাজ, সন্তোষ বাংলাৰে ...

October 23, 2024 5:57 PM

views 11

বেংগালুৰুত নির্মীয়মান অট্টালিকা খহি পৰাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫লৈ বৃদ্ধি

কৰ্ণাটকৰ বেংগালুৰুত নির্মীয়মান অট্টালিকা খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫লৈ বৃদ্ধি পাইছে। বৰ্তমান উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। বেংগালুৰুৰ বাবুছাপল্যাত কালি ছমহীয়া অট্টালিকাটো খহি পৰাৰ সময়ত ২১ গৰাকী শ্রমিক ধ্বংসস্তূপত আবদ্ধ হৈ আছিল। হেৰ আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে আন সংশ...

October 23, 2024 5:51 PM

views 28

পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত মত বিনিময় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়ুষ্মমান ভাৰত আঁচনিখনক সবাতোকৈ উৎকৃষ্ট সামাজিক নিৰাপত্তামূলক আঁচনিসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত এটা মত বিনিময় অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিৰ জৰিয়তে জনসাধাৰণৰ স্বাস্থ্য বীমা কৰা হৈছে...

October 23, 2024 12:21 PM

views 22

কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা

সশস্ত্র সীমা বল গুৱাহাটীৰ ফ্ৰণ্টিয়াৰ কাৰ্যালয়ে কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত কৰিব। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ কুমাৰকুচিত থকা লক্ষ্মীবাঈ নেচনেল ইনষ্টিউট অৱ ফিজিকেল এডুকেশ্বনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ২৭ অক্টোবৰত প্রতিযোগিতাৰ সামৰণি পৰিব।

October 23, 2024 12:19 PM

views 24

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেৰ কামাখ্যা মন্দিৰ দৰ্শন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশিস গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে মা কামাখ্যাৰ আশিস লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি বিশেষ বিমানযোগে গুৱাহাটীত উপস্থিত হয়। আজি পুৱাৰ ভাগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত নিৰ্বাচন...

October 23, 2024 11:57 AM

views 21

এ চি চি পুৰুষৰ টি-২০ ইমার্জিং এছিয়া কাপত আজি ভাৰত অমানৰ বিৰুদ্ধে অৱতীৰ্ণ

এ চি চি পুৰুষৰ টি-২০ ইমার্জিং এছিয়া কাপত আজি সন্ধিয়া ভাৰত এ দলটোৱে ঘৰুৱা দল অমানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অল আমেৰাট ক্রিকেট গ্রাউণ্ডত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত এই পর্যন্ত আটাইকেইখন খেলতে জয়ী হোৱা তিলক বার্মা নেতৃত্বাধীন ভাৰতীয় এ দলে ইতিমধ্যে ছেম...

October 23, 2024 11:55 AM

views 29

অসম দক্ষতা বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান

অসম দক্ষতা বিশ্ববিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্রী শৰ্মাই কয় যে ৰাজ্যৰ যুৱশক্তিৰ দক্ষতা বিকাশ অর্থে অসম দক্ষতা বিশ্ববিদ্যালয়ে নিত্য নতুন কৌশল অৱলম্বন কৰিছে। ৰাজ্যৰ য...

October 23, 2024 11:53 AM

views 31

সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি মাজুলীত ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ

মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি জিলা অতিৰিক্ত আয়ুক্তই সমাগত পঞ্চায়ত নিৰ্বাচন ২০২৪ৰ লগত সংগতি ৰাখি জিলাখনৰ মুঠ ২০খন গাঁও পঞ্চায়তৰ ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰে। জিলাখনৰ ১ লাখ ৩২ হাজাৰ ৯৪৭গৰাকী ভোটদাতাই মুঠ ২০১টা ভোটগ্রহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ভোটদাতাসকলে পঞ্চায়তৰ ভোটাৰ তালিক...

October 23, 2024 11:50 AM

views 28

গোৱালপাৰাত চি এল এফ এৰ ছজনীয়া বিধায়কৰ দলৰ বিভিন্ন উন্নয়নমূলক আঁচনি পৰিদৰ্শন

অসম বিধানসভাৰ অধ্যক্ষৰ দ্বাৰা গঠিত কমিটী অন লোকেল ফাণ্ড একাউণ্টছ – চি এল এফ এৰ ছজনীয়া বিধায়কৰ দল এটাই কালি গোৱালপাৰা জিলাত উপস্থিত হৈ নগৰ আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনি পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে দুধনৈ আৱৰ্ত্ত ভৱনত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে ৰূপায়ণ ...

October 23, 2024 11:46 AM

views 29

ক’লা ধন বৈধকৰণ আইনৰ অধীনত সীমান্তৰ সিপাৰৰ পৰা ৬ জন লোকক আটক

বিধি বলবৎকাৰী সঞ্চালকালয়ে ক'লা ধন বৈধকৰণ আইনৰ অধীনত সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছৰ চোৰাং নেটৱৰ্কৰ সৈতে জড়িত এটা ঘটনাৰ তদন্ত কৰি ৬ জন লোকক আটক কৰিছে। মুম্বাইৰ শ্বেৰা বন্দৰত আমদানিকৃত কণ্টেইনাৰৰ পৰা প্ৰায় ২৯৩ কিলোগ্রাম হেৰইন জব্দ কৰা ঘটনাৰ ওপৰত ভিত্তি কৰি এই তদন্ত চলাই আছে। ইয়াৰ উপৰি দিল্লী আৰক্ষীৰ ব...