October 25, 2024 10:57 AM

views 32

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ

কংগ্ৰেছে মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৪৮ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। এই অনুসৰি দলৰ জ্যেষ্ঠ নেতা পৃথিৰাজ চৌহানে কৰাড দক্ষিণ বিধানসভা সমষ্টিৰ পৰা আৰু বিজয় বালাচাহেব থোৰাটে সংগমনেৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিধানসভাত বিৰোধী পক্ষৰ নেতা বিজয় ৱেডেটিৱাৰক ব্ৰহ্মপুৰী ...

October 25, 2024 10:54 AM

views 25

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ গুৱাহাটীলৈ আহিব

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে পৰহিলৈ গুৱাহাটীত উপস্থিত হৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণকালত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজ গুৱাহাটীৰ একবিংশ আন্তঃৰাষ্ট্ৰীয় সমাৱৰ্তনত অংশ ল'ব। তেওঁ লগতে ৰাজভৱনলৈও যোৱাৰ কথা আছে ।

October 25, 2024 10:51 AM

views 26

ন্যায়াধীশ সঞ্জীৱ খান্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

ন্যায়াধীশ সঞ্জীৱ খান্না দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব। আইনমন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সামাজিক মাধ্যম যোগে কৈছে যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ সৈতে আলাপ আলোচনাৰ অন্তত ন্যায়াধীশ খান্নাক ১১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ...

October 25, 2024 10:48 AM

views 18

ডানা নামৰ ঘূৰ্ণী বতাহ জাক সম্প্ৰতি ওড়িশা আৰু পশ্চিমবংগৰ উপকূলভাগৰ দিশে অগ্ৰসৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে, কালি মাজনিশা ওড়িশাৰ ভিটৰকনিকা ৰাষ্ট্ৰীয় উদ্যান আৰু ধামৰা বন্দৰৰ মাজৰ উপকূল ভাগত খুন্দা মৰা ডানা নামৰ ঘূৰ্ণী বতাহ জাক সম্প্ৰতি ওড়িশা আৰু পশ্চিমবংগৰ উপকূলভাগৰ দিশে অগ্ৰসৰ হৈছে। ভূৱনেশ্বৰৰ বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, ধুমুহাজাক ভূ-ভাগত প্ৰৱেশ কৰাৰ...

October 25, 2024 10:45 AM

views 12

দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মৰ ছত্তিশগড় ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্ম আজি দুদিনীয়া ভ্ৰমণসূচীৰে ছত্তিশগড়লৈ যাব। শ্ৰীমতী মুৰ্মুৱে আজি ৰায়পুৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্রতিষ্ঠান এইমছ আৰু এন আই টি সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। তেওঁ লগতে নয়া ৰায়পুৰৰ পুৰখৌতি মুক্তাংগন পৰিদৰ্শন কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে আই আই টি ভিলাইৰ সমাৱৰ্তন অনুষ্...

October 25, 2024 10:47 AM

views 29

সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চলাৰ অ’লাফ ছোল্‌জে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চলাৰ অ'লাফ ছোল্‌জে আজি নতুন দিল্লীত সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰিব। শ্রীছোল্‌ল্জ যোৱানিশা তিনিদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। আন্তঃচৰকাৰী পৰামৰ্শ বৈঠক পূৰ্ণ চৰকাৰী মঞ্চ আৰু ইয়াৰ অধীনত দুয়োপক্ষৰ মন্ত্রীসকলে নিজ নিজ ক্ষে...

October 24, 2024 9:08 PM

views 14

ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে এতিয়ালৈ ১৪গৰাকী প্রার্থীৰ মনোনয়ন পত্র দাখিল, কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আজি ৯গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰে। ইয়াকে লৈ এই পর্যন্ত ১৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল কৰিলে। কাইলৈ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল অন্তিম দিন। চিদলী বিধানসভা সমষ্টিত আজি এন ডি এ সমর্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব...

October 24, 2024 9:11 PM

views 22

বিহালী সমষ্টিত কংগ্ৰেছৰ জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান

ৰাজ্যৰ উপ-নির্বাচনৰ বাবে অসম সন্মিলিত মৰ্চাৰ প্রার্থিত্বক লৈ যোৱা দুদিন ধৰি অব্যাহত থকা উৎকণ্ঠাৰ অৱসান ঘটাই আজি বিহালী আসনখনৰ বাবে কংগ্ৰেছ দলে প্রার্থী ঘোষণা কৰে। দলে এই আসনখনৰ বাবে জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰথমে এই আসনখন অসম সন্মিলিত মৰ্চাৰ প্ৰাৰ্থীক প্ৰদান কৰাৰ কথা আছিল যদিও শেষ মুহূ...

October 24, 2024 9:04 PM

views 29

সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মৰ্চাৰ সভাপতিৰ দায়িত্ৱ

অসম সন্মিলিত মৰ্চাৰ সভাপতি হিচাপে আজি অজিত কুমাৰ ভূঞাৰ নাম ঘোষণা কৰা হয়। সভাপতিৰ  দায়িত্ব গ্ৰহণ কৰি শ্ৰীভূঞাই কয় যে কংগ্ৰেছে নিজৰ স্বৰূপ উদঙাই দেখুৱাইছে। অসম সন্মিলিত মৰ্চাই ৰাজ্যত বিৰোধী ঐক্যক সুৰক্ষিত কৰাৰ স্বাৰ্থত কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে।

October 24, 2024 9:01 PM

views 15

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পত ‘সমর্থ’ আঁচনি উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

কেন্দ্ৰীয় বস্ত্ৰ শিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ লাহদৈগড়ত কেন্দ্রীয় মুগা, এড়ী, গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই প্রতিষ্ঠানটোৱে ৰেচম উদ্যোগ বিশেষকৈ মূগা আৰু এড়ী, ৰেচম সূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰ...