November 2, 2024 12:30 PM

views 18

আজি গুজৰাটী নতুন বর্ষ উদযাপন

বিশ্বজুৰি গুজৰাটী সম্প্রদায়ে আজি গুজৰাটী নতুন বর্ষ উদযাপন কৰিছে। গুজৰাটত হিন্দু পঞ্জিকা বিক্ৰম চম্ভাট অনুসৰি কাৰ্তিক মাহৰ প্ৰথম দিনাৰে পৰা নৱবৰ্ষ পালন কৰা হয়। বেষ্টু বই নামে জনপ্রিয় এই গুজৰাটী নৱবৰ্ষ সমগ্ৰ ৰাজ্যতে পৰম্পৰাগতভাৱে উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে।

November 2, 2024 12:28 PM

views 29

ডুমু গিডিয়ান বকো বটছৱানাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ

বটছৱানাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ডুমু গিডিয়ান বকোৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। নিৰ্বাচনৰ জৰিয়তে জয় লাভ কৰি ডুমু বকোৱে আফ্রিকান দেশখনত প্ৰায় ৬০ বছৰ শাসন কৰা বটছৱানা ডেমক্রেটিক পার্টি চমুকৈ বি ডি পিৰ শাসনৰ অৱসান ঘটায়। ৫৪ বছৰীয়া ডুমু বকোৱে নিৰ্বাচনত বি ডি পিক পৰাস্ত কৰাৰ ৩ দিন পিছতেই মুখ্য ন্যায়াধীশ ত...

November 2, 2024 12:25 PM

views 18

ঝাৰখণ্ড বিধানসভাৰ বাবে ১,২১১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

ঝাৰখণ্ড বিধানসভাৰ আসন্ন নির্বাচনত মুঠ এহেজাৰ ২১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহ্বাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজ্যখনৰ ৮১ জনীয়া বিধানসভাৰ বাবে এইবেলি দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ১৩ নৱেম্বৰত হ'ব...

November 2, 2024 12:23 PM

views 19

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক ২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ব্যক্তি আৰু সংগঠনক স্বাস্থ্য, মানৱ অধিকাৰৰ প্ৰসাৰ, সক্ৰিয় নাগৰিকত্ব আৰু সমূহীয়া সেৱাৰ দৰে উন্নয়ন তথা সমাজ সেৱাৰ বিভিন্ন ক্ষে...

November 2, 2024 12:19 PM

views 19

ভাৰতীয় ৰে’লৱেই ৭,৪৩৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সন্ধিয়া নতুন দিল্লী ৰে'লৱে ষ্টেচনত উপস্থিত হৈ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা আৰু ভ্ৰমণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। প্লেটফৰ্মত ৰে'লৰ বাবে অপেক্ষা কৰি থকা একাংশ যাত্ৰীৰ সৈতেও তেওঁ মত বিনিময় কৰে। যাত্ৰীসকলৰ একাংশই জনোৱা মতে, উপযুক্ত ভিৰ ব্যৱস্থাপনাৰ বাবে ত...

November 2, 2024 12:16 PM

views 21

নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অমিত শ্বাহ আজি ৰাঁচীলৈ ৰাওনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি ঝাৰখণ্ডৰ ৰাঁচীলৈ যাব। তেওঁ দলৰ নেতাসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলাব। বিজেপিৰ নেতাগৰাকীয়ে কাইলৈ চৰাৰ ছিমৰীয়া, ঘাটছিলাৰ বালভূমগড় আৰু হাজাৰিবাগ জিলাৰ বৰকথাত তিনিখন নির্বাচনী সভাক সম্বোধন কৰিব। ইপিনে, ৰাজ্যখনত প্ৰচাৰ অভিযান ত...

November 2, 2024 12:14 PM

views 10

আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আজি বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ আজি আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আৰম্ভ হ'ব। ২২ নবেম্বৰত এই অনুশীলনৰ সামৰণি পৰিব। যোৱা বছৰ মেঘালয়ৰ উমৰৈত এই অনুশীলনৰ পূৰ্বৰ সংস্কৰণ অনুষ্ঠিত হৈছিল। এয়া ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিন...

November 2, 2024 12:10 PM

views 15

ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে এই বুলি অভিযোগ তোলে যে, দেশৰ জনসাধাৰণে কংগ্ৰেছৰ হকে ভোটদান কৰা মানে অপশাসন, বেয়া অৰ্থব্যৱস্থা আৰু লুণ্ঠনৰ হকে ভোটদান বুলি অনুভৱ কৰিবলৈ লৈছে। তেওঁ কয় যে, জনসাধাৰণে কংগ্...

November 1, 2024 8:29 PM

views 28

আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতীয় সেনাৰ দল ৰাওনা

ভাৰতীয় সেনাৰ এটা দল ভাৰত আৰু আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে। এই অনুশীলন আমেৰিকাৰ আইডাহোৰ আৰ্চৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত কাইলৈৰ পৰা ২২ নবেম্বৰলৈ অনুষ্ঠিত হ'ব। যোৱা বছৰ মেঘালয়ৰ আমচৈত এই অনুশীলন অনুষ্ঠিত হৈছিল। এই অনুশীলন...

November 1, 2024 8:26 PM

views 61

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। এই পৰ্য্যায়ৰ বাবে ৬৩৪ জন প্রার্থীয়ে মনোনয়ন দাখিল কৰে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮...