November 5, 2024 10:45 AM

views 31

ধ্রুপদী ভাষাৰ স্বীকৃতিপ্ৰাপ্তিৰ লগে লগে প্ৰতিজন অসমীয়াৰ ভাষাটোৰ প্ৰতি দায়িত্ব বাঢ়িলঃ অতুল বৰা

অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটীত কালি ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ উদ্বোধনী অনুষ্ঠানত কৃষি ...

November 5, 2024 10:16 AM

views 37

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহৰ সহযোগত নির্বাচনী বিভাগে নির্বাচনত নিয়োজিত হ'বলগীয়া বিষয়াসকলৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ইপিনে শাসকীয় বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনৰ পৰিপ্ৰেক...

November 4, 2024 8:13 PM

views 4

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত...

November 4, 2024 8:08 PM

views 35

চৰকাৰে ৩৭.৫ গিগাৱাট নৱীকৰণযোগ্য শক্তিসম্পন্ন ৫০ খন সৌৰ উদ্যানৰ বাবে অনুমোদন জনাইছেঃ প্রহ্লাদ যোশী

নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্রী প্রহ্লাদ যোশীয়ে আজি কৈছে যে, ভাৰতে ৯০ গিগাৱাট শক্তিসম্পন্ন সৌৰ ক্ষমতা স্থাপন কৰিছে আৰু ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তিসম্পন্ন নবীকৰণযোগ্য শক্তিক্ষমতা লাভ কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। শ্রী যোশীয়ে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ সপ্তম সত্ৰৰ উদ্বোধনী অনুষ্ঠানত...

November 4, 2024 8:06 PM

views 19

হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হেমন্ত চোৰেণ নেতৃত্বাধীন চৰকাৰখনে ৫ বছৰ কাৰ্যকালত ঝাৰখণ্ডৰ লোকসকলক প্ৰৱঞ্চনা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। গড়ৱাৰ চেতনা মৈদানত আজি এখন নির্বাচনী সমাবেশক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, জে এম এম, কংগ্ৰেছ আৰু আৰ জে দিয়ে ভুৱা প্ৰতিশ্ৰুতি প্ৰদা...

November 4, 2024 8:03 PM

views 18

এদিনীয়া ভ্রমণসূচীৰে বুধবাৰে চত্তিশগড়লৈ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড় পৰহিলৈ এদিনীয়া ভ্রমণসূচীৰে চত্তিশগড়লৈ যাব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীধনখড়ে ৰায়পুৰত অনুষ্ঠিত চত্তিশগড় ৰাজ্যিক মহোৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

November 4, 2024 8:02 PM

views 31

দেশে ঔপনিবেশিক মানসিকতা পৰিহাৰ কৰিছেঃ জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, ৰাজহুৱা প্ৰশাসনৰ সৈতে জড়িত লোকসকল ৰাষ্ট্ৰবাদ, বিকশিত আৰু সংঘবদ্ধ ভাৰতবৰ্ষৰ ধাৰণা আৰু পক্ষপাতিত্ব অবিহনে দেশৰ সকলো নাগৰিককে সেৱা আগবঢ়োৱাৰ প্ৰমূল্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। নতুন দিল্লীত আজি ৰাজহুৱা প্ৰশাসনৰ ভাৰতীয় প্ৰতিষ্ঠান-আই আই পি এৰ সাধাৰণ পৰিষদৰ ৭০ স...

November 4, 2024 7:58 PM

views 32

কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন সলনি

নির্বাচন আয়োগে কেৰালা, পাঞ্জাব আৰু উত্তৰ প্ৰদেশৰ ১৪ টা বিধানসভা সমষ্টিৰ বাবে হ’বলগীয়া উপ নিৰ্বাচনৰ দিন সলনি হোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি এতিয়া এই সমষ্টিকেইটাৰ বাবে ১৩ নৱেম্বৰৰ সলনি ২০ নৱেম্বৰত ভোটগ্ৰহণ কৰা হ'ব। এই ১৪ টা সমষ্টি হৈছে কেৰালাৰ পালাক্কাড় পাঞ্জাবৰ দেৰা বাবা নানক, চাবেবৱাল, গিদ্দ্...

November 4, 2024 7:35 PM

views 24

অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেল

অসম ক্রিকেট সন্থাই অহা ৬ নৱেম্বৰৰ পৰা স্থানীয় এ চি এ ষ্টেডিয়ামত তামিলনাডুৰ বিৰুদ্ধে হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ চতুৰ্থখন খেলৰ বাবে অসমৰ খেলুৱৈৰ লগতে সহায়ক ষ্টাফৰ নাম প্ৰকাশ কৰিছে। ডেভিড দাসক অধিনায়ক আৰু মুক্তাৰ হুছেইনক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলটোত দৰ্শন ৰাজবংশী, মৃন্ময় দত্ত, ভাৰ্গৱ দত্ত, ...

November 4, 2024 7:21 PM

views 18

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্রতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত...