November 10, 2024 6:42 PM

views 34

বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত আম আদমী পাৰ্টীয়ে গেৰাণ্টি কার্ড মুকলিৰে নিৰ্বাচনী প্ৰচাৰ

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ ২৪ ঘণ্টা বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।  বিহালীত আম আদমী পাৰ্টীয়ে সমষ্টিটোৰ প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি গেৰাণ্টি ...

November 10, 2024 6:24 PM

views 35

ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন

বছৰি বহু পৰিভ্ৰমী পক্ষীৰ সমাগম ঘটা ডিমা হাচাও জিলাৰ জাতিংগা পক্ষী উদ্যানলৈ চলিত বছৰতো ভালেসংখ্যক বিৰল প্ৰজাতিৰ পক্ষীৰ আগমন ঘটিছে। কালি সামৰণি পৰা জাতিংগা মহোৎসৱৰ লগত সংগতি ৰাখি পৰিভ্ৰমী পক্ষী দৰ্শনৰ বাবে দেশ-বিদেশৰ ভালেসংখ্যক পর্যটকো জাতিংগা পক্ষী উদ্যানলৈ আহিছে। উল্লেখযোগ্য যে পক্ষী উদ্যানখনত এইবাৰ...

November 10, 2024 6:17 PM

views 12

কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা, চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই অভিহিত কৰে

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই কল্যাণকামী ৰাষ্ট্ৰ এখনৰ ক্ষেত্ৰত অসামৰিক সেৱা চৰকাৰ আৰু জনসাধাৰণৰ মাজত সংযোগ স্থাপন কৰা এখন শক্তিশালী আৰু অতীব প্রয়োজনীয় সেতু বুলি অভিহিত কৰে। ৰাজ্যপালৰ প্ৰতিভা প্রোৎসাহন যোজনাৰ অধীনত ৰাজ্যখনৰ অসামৰিক সেৱা পৰীক্ষাসমূহৰ বাবে সাজু হোৱা নিৰ্বাচিত পৰীক্ষাৰ্থীসকলৰ কাৰণে ক...

November 10, 2024 6:12 PM

views 27

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান

ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিজ নিজ প্ৰাৰ্থীৰ হৈ ভোটদাতাৰ মন জয় কৰাৰ বাবে আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি দিগন্ত ঘাটোৱালৰ হৈ বিহালী সমষ্টি...

November 10, 2024 6:06 PM

views 18

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ দলীয় ইস্তাহাৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত দলৰ আগশাৰীৰ নেতাসকলৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ সংকল্প-পত্ৰ প্ৰকাশ কৰে। ইস্তাহাৰ প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে বিজেপিৰ সংকল্পপত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হৈছে। সংকল্পপত্ৰত বিজেপিয়ে খৰাং অৱস্থামুক...

November 10, 2024 12:11 PM

views 27

কাইলৈ বিহাৰৰ ৰাজগীৰত মহিলাৰ এচিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতা

মহিলাৰ এচিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতা কাইলৈ বিহাৰৰ ৰাজগীৰত আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এই প্ৰতিযোগিতা উদ্বোধন কৰিব। প্ৰতিযোগিতাত ভাৰতসহ মূল ৬ খন দেশে অংশগ্রহণ কৰিব। ২০ নৱেম্বৰত সামৰণি পৰিবলগীয়া এই প্ৰতিযোগিতাত আটাইকেইখন খেল নৱনিৰ্মিত ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। প্ৰতিযোগি...

November 10, 2024 12:08 PM

views 20

এবেখাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি এবেখাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮-৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে শুকুৰবাৰে অনুষ্ঠিত প্ৰথমখন খেলত ৬১ ৰানত জয়লাভ কৰি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। শৃংখলাৰ তৃতীয়খন খেল বুধবাৰে চেঞ্চুৰিয়ানত আৰু চতুৰ্থ...

November 10, 2024 12:05 PM

views 14

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে’ল ষ্টেচনত সংঘটিত বোমা বিস্ফোৰণত ২৫ জন লোকৰ প্ৰাণহানি

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে'ল ষ্টেচনত কালি হোৱা বোমা বিস্ফোৰণত কমেও ২৫ জন লোকে প্ৰাণ হেৰুৱাই আৰু ৫০ জন আহত হয়। বেলুচিস্তান লিবাৰেছন আর্মী নামৰ বিচ্ছিন্নতাবাদী গোটে এখন ৰে'লগাড়ী কৱেটা ষ্টেচনৰ পৰা পেছাৱৰ অভিমুখে ৰাওনা হ'বলৈ ওলোৱাৰ সময়ত সংঘটিত এই আত্মঘাটী বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। ...

November 10, 2024 12:00 PM

views 15

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ প্ৰকাশ কৰিব। শ্ৰী শ্বাহে লগতে বিদৰ্ভ অঞ্চলৰ জলগাঁও, বুলডেনা আৰু অমৰাৱতীত তিনিখন নিৰ্বাচনী সভা সম্বোধন কৰিব । ইপিনে কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেও আজি ৰাজ্যখনৰ আসন্ন নিৰ্বাচনৰ...

November 10, 2024 11:56 AM

views 38

কেন্দ্ৰীয় চৰকাৰৰ শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয়

চৰকাৰে এইবাৰৰ খাৰিফ বিপণন বৰ্ষত শুকুৰবাৰলৈ ১২০ লাখ মেট্রিকটনৰো অধিক ধান ক্ৰয় কৰিছে আৰু ইয়াৰ পৰা পাঞ্জাবৰ ৬ লাখ ৫৮ হাজাৰৰো অধিক খেতিয়ক উপকৃত হৈছে। খেতিয়কসকলক ২৭ হাজাৰ ৯৯৫ কোটি টকাৰ ন্যূনতম সমৰ্থন মূল্য আদায় দিয়া হৈছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে চৰকাৰে ...