November 18, 2024 12:04 PM

views 17

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিৰ সমর্থন প্রত্যাহাৰ

এন বীৰেন সিঙৰ নেতৃত্বৰ মণিপুৰ চৰকাৰৰ প্ৰতি নেছনেল পিপলছ্ পার্টিয়ে সমর্থন প্রত্যাহাৰ কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সভাপতি কনবাড কে চাংমাই বিজেপিৰ সভাপতি জে পি নাড্ডাক এন পি পিৰ এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। একাদশ মণিপুৰ বিধানসভাত থকা ৭ গৰাকী এন পি পি বিধায়কে মণিপুৰৰ বিজেপিৰ নেতৃত্ব চৰকাৰক সমর্থন দিছ...

November 18, 2024 12:02 PM

views 14

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে একেটা বিষয় লৈ আজি আন এখন বিশেষ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। গৃহমন্ত্ৰীগৰাকীয়ে কালিৰ বৈঠকত কয় যে মণিপুৰলৈ শান্তি-শৃংখলা ওভতাই অনাৰ উদ্দেশ্যে নিৰাপ...

November 18, 2024 12:00 PM

views 12

ভাৰতে নাইজেৰিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে বুলি প্রধানমন্ত্ৰীৰ মন্ত্যব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। দুগৰাকী নেতাই এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পাছত প্ৰতিনি...

November 17, 2024 8:36 PM

views 45

চেন্নাইত প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰতিৰক্ষা বিষয়ক সংসদীয় স্থায়ী সমিতিৰ এখন বৈঠক আজি চেন্নাইত অনুষ্ঠিত হয়। বৈঠকত দেশৰ ব্যাপক সামুদ্রিক সীমান্তৰ পাৰৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰাত উপকূলৰক্ষী বাহিনীৰ কাম-কাজ পৰ্যালোচনা কৰা হয়। ৰাধামোহন সিঙৰ অধ্যক্ষতাত আয়োজিত বৈঠকখনত উপকূলৰক্ষী বাহিনী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেইবাগৰাকীও জ্...

November 17, 2024 8:30 PM

views 17

বাংলাদেশৰ সৈতে ভাৰতে সুস্থিৰ, ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক বৰ্তাই ৰাখিছে বুলি ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ প্ৰকাশ

বাংলাদেশৰ সৈতে ভাৰতে সুস্থিৰ, ইতিবাচক আৰু গঠনমূলক সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে কাম কৰি আছে বুলি স্পষ্ট কৰি দিছে। আজি ঢাকাত অনুষ্ঠিত বংগোপ সাগৰীয় বাৰ্তালাপত অংশগ্ৰহণ কৰি ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত প্রণয় বাৰ্মাই কয়, যে ভাৰতে বাংলাদেশৰ সৈতে শান্তি, নিৰাপত্তা, প্ৰগতি আৰু সমৃদ্ধিৰ দীৰ্ঘস্থায়ী সহযোগিতা...

November 17, 2024 8:26 PM

views 38

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ  সামৰণি

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ কাইলৈ সন্ধিয়া সামৰণি পৰিব। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে চেষ্টাৰ ত্রুটি কৰা নাই। বিজেপিৰ সভাপতি জে পি নাড্ডাই আজি বোকাৰো জিলাৰ গমিয়াত এখন প্ৰচাৰ সভাত অংশ লৈ হেমন্ত চোৰেণক ৰাজ্যখনৰ দুৰ্নীতি আৰু দুঃশাসনৰ অ...

November 17, 2024 8:20 PM

views 16

২০ নৱেম্বৰত মহাৰাষ্ট্ৰ বিধানসভা নির্বাচন

মহাৰাষ্ট্ৰ বিধানসভা নির্বাচন অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত ৰাজ্যখনৰ ২৮৮খন আসনৰ বাবে ৪,১৩৬গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ৩,৭৭১গৰাকী হৈছে পুৰুষ প্ৰাৰ্থী আৰু ৩৬৩ গৰাকী হৈছে মহিলা প্ৰাৰ্থী। মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণৰ গৌৰৱময় ইতিহাসৰ প্ৰতি লক্ষ্য ৰা...

November 17, 2024 8:16 PM

views 21

কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰ নিৰ্মাণ উদ্যোগৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ ভিজন নেক্সট শীৰ্ষক কাৰ্যসূচী মুকলি কৰিছেঃ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে কয়, যে কেন্দ্ৰীয় চৰকাৰে বস্ত্ৰ নিৰ্মাণ উদ্যোগৰ অগ্ৰগতি ত্বৰান্বিত কৰিবলৈ ভিজন নেক্সট শীৰ্ষক কাৰ্যসূচী মুকলি কৰিছে। চেন্নাইৰ ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্ৰতিষ্ঠানত আজি আয়োজিত পর্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, যে দেশৰ বস্ত্ৰৰ ...

November 17, 2024 8:12 PM

views 12

ভাৰতে নাইজেৰিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বক সর্বোচ্চ অগ্ৰাধিকাৰ দিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। ৰাষ্ট্ৰপতি টিনুবুৰ সৈতে এই প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ...

November 17, 2024 7:48 PM

views 19

কেন্দ্ৰীয় চৰকাৰৰ নিৰপেক্ষ বিশেষজ্ঞ দলৰ দ্বাৰা জলজীৱন আঁচনিৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ কাম আৰম্ভ

কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ বিশেষজ্ঞ দলৰ দ্বাৰা জলজীৱন আঁচনিৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ কাম আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অধীনত মাদ্ৰাছৰ আই আই টিৰ বিশেষজ্ঞ এটা দলে আজি নগাঁও জিলাৰ বহুকেইখন আঁচনি নিৰীক্ষণ কৰে। জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত নগাঁও সংমণ্ডলৰ জুৰিয়া, দলংঘাট, ৰূপহী, পাখিমৰীয়া আৰ...