November 19, 2024 12:05 PM

views 24

ভাৰতে ২০৪৭ চনৰ ভিতৰত বন্দৰৰ বহনক্ষমতা বছৰি ১ কোটি মেট্রিক টনলৈ বৃদ্ধিৰ লক্ষ্য লৈছে : মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ভাৰতে ২০৪৭ চনৰ ভিতৰত বন্দৰৰ বহনক্ষমতা বছৰি এক কোটি মেট্রিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। নতুন দিল্লীত কালি অনুষ্ঠিত সাগৰমন্থন - দা গ্রেট অ'চেনছ ডাইলগ শীর্ষক অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বন্দৰৰ ক্ষমতা বৃদ্ধি, জাহাজৰ চলাচল ...

November 19, 2024 12:02 PM

views 12

ফ্রান্স, ইটালী, ন’ৰৱে, পৰ্টুগাল, ইণ্ডোনেছিয়াৰ লগতে বহু দেশৰ নেতৃবৰ্গৰে প্রধানমন্ত্ৰী মোদীৰ আলোচনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ শীৰ্ষ সন্মিলনৰ আপাহতে ফ্রান্স, ইটালী, ন'ৰৱে, পৰ্টুগাল আৰু ইণ্ডোনেছিয়াৰ লগতে ভালেকেইখন দেশৰ নেতৃবৰ্গৰ সৈতে ভাৰতৰ লগত থকা সম্পৰ্ক শক্তিশালী আৰু উন্নত কৰাৰ লক্ষ্যৰে আলোচনাত মিলিত হয়। শ্ৰীমোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰো সৈতে হোৱা আলোচনাত চলিত বৰ্ষত পেৰি...

November 18, 2024 8:40 PM

views 13

‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থ উন্মোচন

অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱন আৰু কৃতিক লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ঔষধি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডাঃ নৰোত্তম সোণোৱালে ৰচনা কৰা ‘মোলাই কাঠনিৰ মানুহজন’ গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘The Man of the Forest Molai’ গ্ৰন্থখন কালি যোৰহাট প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ড° প্ৰশান্ত প...

November 18, 2024 8:36 PM

views 12

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰৰ অসম ভ্ৰমণ

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে আজি ডিফু আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু ডিমাপুৰ পথত থকা ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হোজাই জিলাৰ ডবকাৰ পৰা ডিফুৰ লাহৰীজানলৈ নিৰ্মাণ কৰি থকা ফৰলেন ৰাষ্ট...

November 18, 2024 8:31 PM

views 12

বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাচিনা, আন ৪৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে থকা গোচৰৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিলৰ নিৰ্দেশ

বাংলাদেশৰ আন্তৰ্জাতিক অপৰাধ ন্যায়াধীকৰণে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাচিনা আৰু আন ৪৫ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ সন্দৰ্ভত এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। বৈষম্য বিৰোধী ছাত্র আন্দোলনৰ সময়ছোৱাত গণহত্যাত জড়িত থকা আৰু মানৱতা বিৰোধী কাৰ্যকলাপৰ অভিযোগ সন্দৰ্ভত ন্য...

November 18, 2024 8:27 PM

views 15

মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰে গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত গৃহ মন্ত্ৰ্যালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত গৃহ মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাজ্যখনৰ সুস্থিৰতা আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এ...

November 18, 2024 8:23 PM

views 22

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণ

সান্ধ্য আইনৰ কৱলত থকা মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে যদিও ভিতৰি ভিতৰি উত্তেজনা অব্যাহত আছে। যোৱা সপ্তাহত উগ্ৰপন্থীয়ে অপহৰণ কৰা ছজন লোকৰ পাঁচজনৰ মৃতদেহ উদ্ধাৰৰ পাছত জিৰিবামত কালি ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰাত এজন প্ৰতিবাদকাৰী আহ...

November 18, 2024 8:19 PM

views 36

জি টি অ’পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামৰ সোণৰ পদক অৰ্জন

এছিয়ান গেমছ ছেম্পিয়নত ভাৰতৰ জ্যোতি সুৰেশা ৱেন্নামে লাক্সেমবার্গত অৱস্থিত জি টি অ'পেন আৰ্চাৰী প্ৰতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড শাখাত সোণৰ পদক অৰ্জন কৰিছে। প্ৰথমবাৰৰ বাবে জি টি অপেনত অংশগ্ৰহণ কৰি জ্যোতিয়ে উন্নত মানৰ প্ৰদৰ্শনেৰে কালি বেলজিয়ামৰ ছাৰাহ প্ৰিল্‌ছক ১৪৭-১৪৫ ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে। ই...

November 18, 2024 8:16 PM

views 19

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডৰ ১০ লাখতকৈ অধিক নাম পঞ্জীয়ন

নতুনকৈ মুকলি কৰা আয়ুষ্মান বয়োজ্যেষ্ঠ বন্দনা কার্ডে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধৰ ১০ লাখতকৈও অধিক জ্যেষ্ঠ নাগৰিকৰ নাম পঞ্জীয়ন কৰি উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। এই কাৰ্ডৰ জৰিয়তে আয়ুষ্মণ ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বয়োজ্যেষ্ঠ নাগৰিকসকলে বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব। স্...

November 18, 2024 8:10 PM

views 30

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ভোটাৰৰ সমৰ্থন লাভ কৰিবলৈ সৰ্বাত্মক প্রচেষ্টা চলাই আছে৷ ৰাজ্যখনত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে অহা ২৩ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি গণ্ডিয়া আৰু নাগপুৰত প্ৰচাৰ চলোৱাৰ...