November 19, 2024 6:33 PM
23
দিল্লীত কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান দিল্লী চৰকাৰৰ
দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ ভয়াবহ বায়ু প্ৰদুষণ সমস্যাৰ সমাধানৰ বাবে ক্লাউড চিডিং প্ৰযুক্তিৰ সহায়েৰে কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। দিল্লীৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে বায়ু প্ৰদূষণ সন্দৰ্ভত এখন জৰুৰীকালীন বৈঠক আহ্বান কৰিবলৈ অনুৰোধ জনাই কেন্...