November 20, 2024 8:43 PM

views 26

অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। আজি বিয়লি ৫ বজাত পানাৰ্জীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূর্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ ক...

November 20, 2024 8:37 PM

views 26

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যা

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত খোৱাপানীৰ সমস্যাই জনসাধাৰণক জুৰুলা কৰিছে। গুৱাহাটী জল ব'ৰ্ডে নতুন অঞ্চলত পানী সংযোগ দিয়া আৰু পানীৰ পাইপলাইন শক্তিশালী কৰিবলৈ যোৱা ১৫ নৱেম্বৰৰ পৰা দুদিনৰ বাবে পানী যোগান বন্ধ কৰিব বুলি ঘোষণা কৰিছিল যদিও এই কাম এতিয়াও সম্পূৰ্ণ নোহোৱাত মহানগৰীৰ বিস্তীর্ণ অঞ্চলত পাইপযো...

November 20, 2024 8:28 PM

views 14

অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যখনত অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰে। ছাত্ৰ সন্থাৰ সদস্যসকলে মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিভিন্ন জিলাৰ সদৰত প্রতিবাদী শোভাযাত্রা উলিয়ায় আৰু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা ল'বলৈ চৰকাৰ ওচৰত দাবী জনায়।

November 20, 2024 7:05 PM

views 18

দুদিনীয়া কাৰ্যসূচীৰে অনুস্থিত বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ আজি সামৰণি

বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তীৰ দুদিনীয়া কাৰ্যসূচীৰ আজি সামৰণি পৰিছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলাৰ কাকপথাৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত আজি বীৰগৰাকীৰ জীৱনগাঁথাক লৈ প্ৰকাশ কৰা স্মৰণিকা- বীৰ ৰাঘৱ উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড০ প্ৰাণজ...

November 20, 2024 5:49 PM

views 40

দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত

দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ ৫০ শতাংশ কৰ্মচাৰীৰ বাবে ঘৰৰ পৰা কাম কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে মহানগৰীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে আজি বিয়লি এখন বৈঠকৰ আহ্বান কৰিছে। উল্...

November 20, 2024 5:42 PM

views 29

আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণৰ উদ্দেশ্যে লাওছ অভিমুখে ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আছিয়ান দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠক ‘এ ডি এম এম প্লাছ’ত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি লাওছ অভিমুখে ৰাওনা হৈছে। এই বৈঠকৰ সময়ছোৱাত তেওঁ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক লৈ গঠিত এখন মঞ্চতো ভাষণ দিব। উল্লেখযোগ্য যে এ ডি...

November 20, 2024 5:38 PM

views 30

চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টনত পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

চীনৰ শ্বেনঝেনত অনুষ্ঠিত চাইনা মাষ্টাৰ্ছ, ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগল্‌ছ শাখাত ভাৰতৰ পি ভি সিন্ধু আৰু মালৱিকা বানছোদে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ প্ৰথমটো ৰাউণ্ডত সিন্ধুৱে মালয়েছিয়াৰ বুছানন অংবামৰংফানক ২১-১৭, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে দুয়োগৰাকী খে...

November 20, 2024 6:57 PM

views 41

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

মহাৰাষ্ট্ৰৰ একক পৰ্যায়ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আজি বিয়লি সামৰণি পৰিছে। ঝাৰখণ্ডৰ নক্সাল অধ্যুষিত আৰু অতি স্পৰ্শকাতৰ বুলি চিহ্নিত ৩১টা ভোটকেন্দ্ৰত অৱশ্যে আবেলি ৪ বজাতে ভোটগ্ৰহণৰ সামৰণি পৰে। শেহতীয়া তথ্য অনুসৰি ঝাৰখণ্ডত ৬৭.৫৯ শতাংশ আৰু মহাৰাষ্ট্ৰত ৫৮.২২ শতাংশ ভোটদ...

November 20, 2024 5:32 PM

views 27

গোৱাৰ পানাজীত আৰম্ভ ৫৫ সংখ্যক ‘ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। আজি বিয়লি ৫ বজাত পানাৰ্জীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ ক...

November 20, 2024 5:29 PM

views 36

ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটী ফাঁচী বজাৰৰ সমীপত নির্মীয়মান গুৱাহাটী প্রৱেশ পথ ঘাট অর্থাৎ গেটৱে অব গুৱাহাটী টার্মিনেলৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে ঘাটটো শীঘ্ৰেই নিৰ্মাণ কৰি জনসাধাৰণৰ সুবিধাৰ বাবে এই ঘাটেৰে নদী পৰিবহন ব্যৱস্থা ম...