November 21, 2024 6:23 PM

views 16

বিশিষ্ট শিল্পী প্রয়াত ৰুণুমী ঠাকুৰ সোঁৱৰণী বক্তৃতানুষ্ঠান

গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপিকা তথা বিশিষ্ট শিল্পী প্রয়াত ৰুণুমী ঠাকুৰ সোঁৱৰণী বক্তৃতা অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট সাংবাদিক মুনীন বায়নে সাহিত্য সংস্কৃতিৰ শেহতীয়া প্ৰেক্ষাপট : আনন্দ বিষাদ বিষয়ত বক্তৃতা প্রদান কৰে। বক্তৃতা অনুষ্ঠানত বিশ্বায়...

November 21, 2024 6:19 PM

views 18

কেইবাটাও বিত্তীয় অনিয়মৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ চি বি আইৰ

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, চি বি আইয়ে অসম চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত কেইবাটাও বিত্তীয় অনিয়মৰ ঘটনাৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে। সংস্থাটোৱে কালি এনে এটা গোচৰৰ তদন্তৰ বাবে শিলচৰত তনয় দেৱ নামৰ অভিযুক্তজনৰ বাসগৃহত তালাচী চলাই কেতবোৰ আপত্তিজনক সঁজুলি আৰু নথিপত্র জব্দ কৰে। কে...

November 21, 2024 6:13 PM

views 25

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট কাইলৈ পাৰ্থত আৰম্ভ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ কাইলৈ পাৰ্থত আৰম্ভ হ'ব। ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই ব্যক্তিগত অসুবিধাৰ বাবে প্ৰথম টেষ্টত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে যশপ্রীত বুমৰাই দলটোৰ দায়িত্ব ল'ব। ভাৰতীয় দলৰ আন এগৰাকী আগশাৰীৰ ব...

November 21, 2024 6:51 PM

views 12

টি-২০ ৰেংকিঙত ভাৰতৰ হার্দিক পাণ্ডিয়াৰ বিশ্বৰ অল ৰাউণ্ডাৰ হিচাপে পুনৰ প্ৰথম স্থান দখল

আই চি চিৰ পুৰুষৰ টি-২০ ৰেংকিঙত ভাৰতৰ হার্দিক পাণ্ডিয়াই বিশ্বৰ অল ৰাউণ্ডাৰ হিচাপে পুনৰ প্ৰথম স্থান দখল কৰিছে। বেটছমেনৰ তালিকাত শীৰ্ষ দহৰ তৃতীয় স্থানত ভাৰতৰ তিলক বার্মা থকাৰ লগতে সূৰ্য্যকুমাৰ যাদৱ চতুৰ্থ স্থানলৈ উন্নীত হৈছে। আনহাতে, যশস্বী জয়ছোৱালে এটা স্থান অৱনমিত হৈ আঠ নম্বৰ স্থানত আছে। পেচ বলাৰ অ...

November 21, 2024 6:08 PM

views 13

ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত হোৱা বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৰ্পন

ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত হোৱা নাগৰিকক কালি পশ্চিম বংগৰ বেনাপোল তালাচী চকীৰে স্বদেশলৈ ওভতাই পঠিওৱা হয়। ভাৰতৰ পাৰপত্ৰ বিষয়াসকলে ১১গৰাকী মহিলা সহ ২৪ গৰাকী বাংলাদেশী নাগৰিকক বাংলাদেশী বিষয়াৰ হাতত সোধাই দিয়ে। উল্লেখযোগ্য যে বৈধ নথিপত্র অবিহনে ভাৰতত প্ৰবেশ কৰা এই লোককেইজনক প্রথমে কলকাতা আৰক্ষীয়ে গ্ৰে...

November 21, 2024 5:57 PM

views 11

দেশৰ নতুন কন্ট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে কে সঞ্জয় মূৰ্তিৰ শপত গ্ৰহণ

কে সঞ্জয় মূৰ্তিয়ে দেশৰ নতুন কন্ট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে শপত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমূৰ্তিক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় । ইয়াৰ পূৰ্বে উচ্চ শিক্ষা বিভাগৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া ...

November 21, 2024 5:54 PM

views 14

একাদশ আছিয়ান বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতে সদায় জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানৰ বাবে পোষকতা কৰে বুলি উল্লেখ কৰে। লাওচৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে মুক্ত যোগাযোগ আৰু শান্তিপূর্ণ আলোচনাৰ প্ৰতিশ্ৰুতিৰ লগতে সীমা বিবাদৰ পৰা আৰম্ভ কৰি বাণিজ্যি...

November 21, 2024 12:29 PM

views 18

আজি বিশ্ব মীন দিৱস

আজি বিশ্ব মীন দিৱস ৷ এইবাৰৰ মীন দিৱসৰ বিষয়বস্তু হ'ল ভাৰতৰ নীল ৰূপান্তৰণ : ক্ষুদ্ৰ তথা বহনক্ষম মীন ক্ষেত্ৰৰ সবলীকৰণ। মীন দিৱস উপলক্ষে আজি দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন কক্ষ তথা প্ৰশিক্ষণ কেন্দ্ৰত মীন মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশ্ব মীন দিৱস উপলক্ষে মুখ্যমন্ত্...

November 21, 2024 12:27 PM

views 16

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গায়েনাৰ সৰ্বোচ্চ সন্মান দা অৰ্ডাৰ অব্ এক্সিলেঞ্চ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গায়েনাৰ সৰ্বোচ্চ সন্মান দা অৰ্ডাৰ অব্ এক্সিলেঞ্চ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্রী মোদীয়ে যোৱানিশা ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেৰিটক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে তেওঁলৈ দেশখনৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ বাবে প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই জলবায়ু...

November 21, 2024 12:25 PM

views 24

গোৱাৰ পানাজীত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ কালি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। কালি বিয়লি ৫ বজাত পানাজীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ ক...