November 22, 2024 5:50 PM

views 28

মণিপুৰৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে কংগ্ৰেছক অভিযোগ জে পি নাড্ডাৰ

বিজেপিৰ সভাপতি জে পি নাড্ডাই মণিপুৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তোলা বুলি কংগ্ৰেছক অভিযোগ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ প্ৰতি সঁহাৰি জনাই শ্ৰী নাড্ডাই এই অভিযোগ তোলে। বিজেপিৰ সভাপতিগৰাকীয়ে শ্ৰী খ...

November 22, 2024 5:49 PM

views 21

বাকোত অনুষ্ঠিত চি অ’ পি 29 ত জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত ভাৰতৰ

ভাৰতে আজাৰবাইজানৰ বাকোত অনুষ্ঠিত চি অ' পি 29 ৰ পূৰ্ণাংগ অধিৱেশনত জলবায়ুৰ ক্ষেত্ৰত পৰ্যাপ্ত বিত্তীয় সাহায্যৰ পৰিৱৰ্তে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বিষয়ত গুৰুত্ব দিয়াৰ বাবে নিৰাশা ব্যক্ত কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে কৈছে যে ভাৰতে সম বিচাৰ সম্পন্ন উন্নয়নশীল দেশসমূহৰ হৈ বলিভিয়...

November 22, 2024 5:48 PM

views 16

ভিয়েনটিয়ানত জাপানৰ প্ৰতিৰক্ষা মন্ত্রী জেনেৰেল নিকাটানিক সাক্ষাৎ ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাওছৰ ৰাজধানী ভিয়েনটিয়ানত জাপানৰ প্ৰতিৰক্ষা মন্ত্রী জেনেৰেল নিকাটানিক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী সিঙে কয়, যে জেনেৰেল নিকাটানিৰ সৈতে তেওঁ এটা ফলপ্রসূ আলোচনাত মিলিত হয়। শ্রী সিঙে দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বই মুক্ত আৰু নিয়ম আধাৰিত ভাৰত-প্রশান...

November 22, 2024 5:46 PM

views 13

সকলো নাগৰিকে ‘ৰাষ্ট্ৰ প্ৰথম’ নীতি গ্ৰহণৰ প্রয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে সকলো নাগৰিকে ‘ৰাষ্ট্ৰ প্ৰথম’ নীতি গ্ৰহণ কৰাৰ প্রয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। হায়দৰাবাদত অনুষ্ঠিত লোক মন্থনৰ চতুৰ্থ সংস্কৰণত ভাষণ দি ৰাষ্ট্ৰপতিয়ে কয়, যে বিভিন্ন ক্ষেত্ৰত থকা বিবিধতাৰ সত্ত্বেও দেশক একত্ৰিত কৰি...

November 22, 2024 12:22 PM

views 14

চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ সকলো জিলাৰ আয়ুক্তক মুখ্যমন্ত্ৰীৰ নির্দেশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক তেওঁলোকৰ প্ৰাপ্য সাহায্য ক্ষিপ্ৰতাৰে আদায় দিবলৈ ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তসকলক নির্দেশ দিছে। মহিলা উদ্যমশীলতা অভিযান সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ ৰাজ্যৰ বিভিন্ন প্ৰ...

November 22, 2024 12:21 PM

views 14

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কাইলৈ ভোটগণনা

ৰাজ্যৰ বঙাইগাঁও, চিদলী, চামগুৰি, বিহালী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনাৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। সংশ্লিষ্ট জিলা প্ৰশাসনসমূহে কাইলৈৰ ভোটগণনাৰ বাবে ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। এই সমষ্টিকেইটাৰ উপ-নিৰ্বাচনৰ বাবে মুঠ ৩৪ গৰাকী প্রার্থীয়ে প্রতিদ...

November 22, 2024 12:20 PM

views 7

বিশ্ব ঐতিহ্য সপ্তাহৰ অংশ হিচাপে চৰাইদেউ মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল কালি বিশ্ব ঐতিহ্য সপ্তাহ উদযাপনৰ অংশ হিচাপে চৰাইদেউ মৈদামত উপস্থিত হৈ প্ৰত্নতত্ত্ব বিভাগৰ বিষয়াসকলৰ পৰা মৈদামৰ বিভিন্ন দিশ সম্পর্কে বুজ লয়। মৈদামক্ষেত্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মৈদামথলীৰ চৌহদত থকা স্থায়ী চাও-চি ৰেন গৃহত বন্তি প্ৰজ্বলন কৰাৰ লগতে ...

November 22, 2024 12:18 PM

views 22

অসমৰ মীন পালন খণ্ডৰ ব্যৱসায়িক মাছ পালনৰ ক্ষেত্ৰত পঞ্চম স্থান দখল

অসমৰ মীন পালন খণ্ডই বিগত ১০ বছৰত যথেষ্ট প্ৰগতি লাভ কৰিছে আৰু ব্যৱসায়িক মাছ পালনৰ ক্ষেত্ৰত পঞ্চম স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি দিছপুৰৰ লোকনির্মাণ বিভাগৰ সন্মিলন প্রেক্ষাগৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত আয়োজিত বিশ্ব মীন পালন দিৱসত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। তেও...

November 22, 2024 12:17 PM

views 19

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

কাজিৰঙাত অহা ২৭ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা অনুষ্ঠিত হ'ব। পৰ্যটন মেলাৰ লগত সংগতি ৰাখি কেইবাখনো আলোচনাসত্ৰ আৰু বৈঠক অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্রীয় পর্যটন মন্ত্রী গজেন্দ্র সিং শেখাৱ...

November 22, 2024 12:14 PM

views 29

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অসম গ্রন্থমেলা

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত হ'ব। নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষি...