November 24, 2024 11:19 AM

views 18

সমগ্ৰ দেশত নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন

সমগ্ৰ দেশত আজি নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন কৰা হৈছে। ১৬৭৫ চনৰ আজি দিনটোতে গুৰু টেগবাহাদুৰে ধৰ্ম, মানৱীয় প্ৰমূল্য আদৰ্শ আৰু নীতি ৰক্ষাৰ বাবে জীৱন বলিদান দিছিল। গুৰু টেগ বাহাদুৰৰ বলিদানৰ এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুৰু টেগবাহাদুৰৰ শ্বহী...

November 24, 2024 11:16 AM

views 31

ঝাৰখণ্ডত আই এন ডি আই মিত্ৰজোঁটৰ নৱনিৰ্বাচিত বিধায়কসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

ঝাৰখণ্ডত আই এন ডি আই মিত্ৰ জোঁটৰ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ উদ্দেশ্যে আজি ৰাঁচীত মিত্ৰজোঁটটোৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বাসগৃহত হ'বলগীয়া এই বৈঠকত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ, আৰ জে ডি, চি পি আই এম এলৰ নৱনিৰ্বাচিত বিধায়কসকলে ভাগ ল'ব। সূত্ৰৰ পৰা জ...

November 24, 2024 11:11 AM

views 13

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি অভিহিত কৰিছে। নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি দলীয় কর্মীসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে নির্বাচনী ফলাফলক নেতিবাচক ৰাজনীতিৰ পৰাজয় আখ্যা দিয়ে। তেওঁ কয়, যে জনসাধাৰণে কেইবাখনো ৰাজ্যত অ...

November 24, 2024 11:07 AM

views 33

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনত বিজেপি মিত্রজোঁটৰ জয়লাভ

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ নির্বাচনত বিজেপি মিত্রজোঁটে পাঁচোটা সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম হৈছে। ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰি সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীয়ে ৩৫ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। এ...

November 24, 2024 11:03 AM

views 23

ডিব্ৰুগড়ত ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ আয়োজন

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চৰ উদ্যোগত ডিব্ৰুগড়ত ৪০২ সংখ্যক বীৰ লাচিত দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পথালিবাম অঞ্চলৰ ৰাইজৰ সহযোগত মৰাণৰ পানীতোলা গ্রাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ ১ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ৪০২ সংখ্...

November 23, 2024 9:00 PM

views 16

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়

ৰাজ্যৰ ৫টা বিধানসভা সমষ্টি ধলাই, চিদলী, বঙাইগাঁও, বিহালী আৰু চামগুৰিৰ উপ-নির্বাচনত বিজেপি সমর্থিত প্রার্থীয়ে জয়লাভ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিত বিজেপি প্রার্থী দিপ্লুৰঞ্জন শৰ্মাই ২২ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰে। বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ অগপ প্রার্থী দীপ্তিময়ী চৌধুৰীয়ে ৩৫ হাজাৰতক...

November 23, 2024 8:55 PM

views 15

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২-৬ ডিচেম্বৰলৈ ‘নটসূৰ্য’ৰ অষ্টবিংশতিতম নাট সমাৰোহ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ নটসূৰ্যৰ অষ্টবিংশতিতম নাট সমাৰোহৰ আয়োজন কৰা হৈছে। নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্রাপক, নৃত্যাচাৰ্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত যতীন গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশ ল'ব। উদ...

November 23, 2024 8:53 PM

views 7

কামৰূপ মহানগৰ জিলাত জলজীৱন অভিযানৰ আঁচনিসমূহৰ কাম-কাজ পৰ্যৱেক্ষণ আয়ুক্ত সুমিত চাট্টাৱানৰ

কামৰূপ মহানগৰ জিলাত জলজীৱন অভিযানৰ দ্বাৰা ৰূপায়ন হোৱা আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতি আজি জিলাখনৰ আয়ুক্ত সুমিত চাট্টাৱানে পৰ্যৱেক্ষণ কৰে। তেওঁ গুৱাহাটী মহানগৰীৰ গৰীয়াঘুলিৰ পানী যোগান আঁচনিৰ পৰ্যৱেক্ষণ কৰি জনসাধাৰণে নিয়মীয়াকৈ পানী লাভ কৰি আছে নে নাই সেই বিষয়ে বুজ লয়। উল্লেখযোগ্য যে জলজীৱন অভিযানৰ ...

November 23, 2024 8:52 PM

views 13

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী, পদ্মশ্ৰী ইমৰাণ শ্বাহৰ আজি ৯২সংখ্যক ওপজা দিন

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথা শিল্পী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইমৰাণ শ্বাহৰ আজি ৯২সংখ্যক ওপজা দিন উপলক্ষে শিৱসাগৰৰ ধাইআলিত থকা তেওঁৰ বাসভৱনত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত গুণমুগ্ধসকলে তেওঁক কিতাপৰ টোপোলা, গামোচা, ফুলৰ থোপা আদিৰে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানত সাহ...

November 23, 2024 8:50 PM

views 20

শিৱসাগৰৰ যুৱদলত শ্রমিক কল্যাণ দিৱস উদযাপন

শিৱসাগৰ শ্ৰম আয়ুক্ত আৰু চৰাইদেউ জিলা শ্রম বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ যুৱদলত শ্রমিক কল্যাণ দিৱস উদযাপন কৰা হয়। ৰাষ্ট্ৰ নিৰ্মাণৰ সৈনিক, সৱল সুৰক্ষিত শ্রমিক শীৰ্ষক বিষয়েৰে ৰাজ্যখনৰ শ্ৰমজীৱীসকলৰ পুৰোধা সদৃশ সন্তোষ তপ্নৰ জন্মদিন উপলক্ষে আজি এই দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখ...