November 24, 2024 6:17 PM

views 19

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠক

চৰকাৰৰ আহ্বান মৰ্মে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰে। সংসদৰ শীতকালীন...

November 24, 2024 6:14 PM

views 34

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া বিদেশ ভ্ৰমণৰ বিষয়ে মন কী বাতত প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত তেওঁৰ শেহতীয়া গায়েনা ভ্ৰমণৰ বিষয়ে আনন্দ প্রকাশ কৰি কয়, যে গায়েনাত এখন মিনি ইণ্ডিয়া বাস কৰে। প্ৰায় ১৪০ বছৰৰ আগতে ভাৰতীয় লোকসকলক পথাৰত কাম কৰিবলৈ বা অন্যান্য কামৰ বাবে গায়েনালৈ লৈ যোৱা হৈছিল। শ্রীমোদীয়ে কয়, যে গায়েনাত থকা ভাৰতীয়...

November 24, 2024 6:05 PM

views 37

গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান বুলি  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে গ্রন্থ মানুহৰ শ্ৰেষ্ঠ বন্ধু, পুথিভঁৰালবোৰ হৈছে এই বন্ধুত্ব শক্তিশালী কৰাৰ এটা স্থান। তেওঁ প্ৰকাশ কৰে যে, এনেকুৱা এটা পুথিভঁৰাল শিশুসকলৰ বাবে চেন্নাইত আৰম্ভ কৰা হৈছে। যিটো এতিয়া শিক্ষা আৰু সৃষ্টিশীলতাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰু যা...

November 24, 2024 6:03 PM

views 33

বয়োজ্যেষ্ঠ লোকসকলক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধৰ বিষয়ে শিকাবলৈ যুব প্ৰজন্মৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, ভূপালৰ মহেশে তেওঁৰ অঞ্চলৰ বহুতো বয়োজ্যেষ্ঠ লোকক মোবাইল ফোনৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ শিকাইছে। সেই বয়োজ্যেষ্ঠ লোকসকলৰ স্মাৰ্ট ফোন আছে কিন্তু সেই ফোনৰ ব্যৱহাৰৰ বিষয়ে তেওঁলোকক ক'বলৈ কোনো নাছিল। শ্রীমোদীয়ে আৰু কয়, আহমেদাবাদৰ ৰাজীৱ...

November 24, 2024 5:59 PM

views 26

ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক পৃষ্ঠভূমি নথকা পৰিয়ালৰ যুৱক-যুৱতীসকলক ৰাজনীতিত যোগদান কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে এইদৰে আহ্বান জনায়। তেওঁ অহা কেইটামান মাহত একলাখ এনে যুৱক-যুৱতীক ৰাজনাতিৰ সৈতে সংযুক্ত কৰাৰ বাবে ভাল...

November 24, 2024 12:29 PM

views 26

চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

পৰিস্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে চৰকাৰী কাৰ্যলয়ৰ দশক-দশক পুৰণি ফাইল আৰু ব্যৱহাৰ নোহোৱা পুৰণি সামগ্ৰী আঁতৰ কৰাৰ বাবে বিশেষ পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান আৰম্ভ কৰা হৈছে। তেওঁ কয় যে চৰকাৰী বিভাগসমূহত এই আঁচনি ফলদায়ক ৰূপে পৰিগণিত হৈছে আৰু কাৰ্যালয়সমূহত যথেষ্ঠ ঠাই ওলাই...

November 24, 2024 12:26 PM

views 20

মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণ কৰা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃৰ নামত এজোপা গছ অভিযানৰ অধীনত মাত্র ৫ মাহৰ ভিতৰত ১০০ কোটি গছপুলি ৰোপণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰা বুলি প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি ৰাষ্ট্ৰক উদ্দেশ্য কৰি ভাষণ দি শ্রীমোদীয়ে প্রকাশ কৰে। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে এ...

November 24, 2024 11:30 AM

views 34

তিনিদিনীয়া ভ্রমণসূচীৰে ইটালীলৈ বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্রমণসূচীৰে আজি ইটালীলৈ ৰাওনা হব। ইটালীৰ ফিউগীত তেওঁ জি চেভেন বিদেশ মন্ত্রীগোটৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ বাবে ভাৰতক অতিথি ৰাষ্ট্ৰ হিচাপে আমন্ত্রণ জনোৱা হৈছে। এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ইটালীকে ধৰি অন্যান্য অংশগ্রহণকাৰী ৰা...

November 24, 2024 11:28 AM

views 37

‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ‘ওড়িশা পার্বা ২০২৪’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই উপলক্ষে ভাষণ প্ৰদান কৰিব। ওড়িশা পাৰ্বা হৈছে নতুন দিল্লীৰ ওডিয়া সমাজ নামৰ এটা ন্যাসৰ দ্বাৰা পৰিচালিত এটা ধ্বজাবাহী অনুষ্ঠান । যাৰ জৰিয়তে ওডিয়া ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ চেষ্টা ...

November 24, 2024 11:22 AM

views 27

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে  কেন্দ্ৰীয় চৰকাৰৰ সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ক...