November 30, 2024 12:51 PM

views 19

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা অসমী ছৰছ মেলা

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজিৰ পৰা অসমী ছৰছ মেলাৰ আয়োজন কৰা হৈছে। অহা ১৫ ডিচেম্বৰত সামৰণি পৰিবলগীয়া এই মেলা প্রতিদিনে দিনৰ ১০ বজাৰ পৰা নিশা ৯ বজালৈ খোলা থাকিব। এই মেলাৰ জৰিয়তে জনসাধাৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ ভিন ভিন জনগোষ্ঠীৰ ...

November 30, 2024 12:49 PM

views 13

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ মুকলি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে। দীৰ্ঘদিন ধৰি এই টেলিফোন নম্বৰটো বিকল হৈ থকাৰ বাবে বাতৰি বিভাগ, আমাৰ সংবাদদাতাসকল আৰু আমাৰ শ্ৰোতাসকল যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছিল। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলৰ অধীনৰ এই টেলিফোন নম্বৰলৈ ম...

November 30, 2024 12:48 PM

views 13

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্টৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবা...

November 30, 2024 12:47 PM

views 9

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি, চিন্ময় কৃষ্ণসহ ১৬জন লোকৰ বেংক একাউণ্ট বন্ধ

বাংলাদেশত ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত দেশখনত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দেশখনত মহম্মদ ইউনুছ চৰকাৰৰ হিন্দু বিৰোধী কাৰ্যকলাপে অধিক ভয়ংকৰ ৰূপ লোৱাৰ সময়তে কালি চৰকাৰে চিন্ময় কৃষ্ণ দাসৰ বেংক একাউণ্টো বন্ধ কৰে। চিন্ময় কৃষ্ণৰ লগতে আন ১৬ জন হিন্দু লোকৰ...

November 30, 2024 12:46 PM

views 10

ৰাজ্যত বৰ্তমানলৈ প্ৰায় ১৫জন জিলা আয়ুক্তৰ এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্রহণ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জানিবলৈ দিছে, যে বৰ্তমানলৈ প্ৰায় ১৫জন জিলা আয়ুক্তই এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্ব গ্রহণ কৰিছে। কামৰূপ মহানগৰ, ডিব্ৰুগড়, মাজুলী, চৰাইদেউ, গোলাঘাট, ধুবুৰী, হাইলাকান্দি, দৰং আৰু ধেমাজিৰ জিলা আয়ুক্তই নিজৰ এলেকাত এটাকৈ জলজীৱন মিছন আঁচনিৰ দায়িত্...

November 30, 2024 12:45 PM

views 13

তিনিচুকীয়াৰ মাকুমত অগ্নিকাণ্ড, ৩খন ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত

তিনিচুকীয়া জিলাৰ মাকুমৰ দ্বিতীয় অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সমীপত কালি সংঘটিত অগ্নিকাণ্ডত তিনিখন ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে আন দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সামান্য ক্ষয়-ক্ষতি হয়। ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনৰ সমীপত জ্বলি থকা শুকান জাৱৰৰ দ’মৰ পৰা এই অগ্নিকাণ্ডৰ সূত্রপা...

November 30, 2024 12:44 PM

views 6

ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্রিকেটত অসমক ৮ উইকেটত পৰাস্ত বিদৰ্ভৰ

বিশাখাপট্টনমত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-ডিৰ এখন খেলত অসমে কালি বিদৰ্ভৰ বিৰুদ্ধে ৮ উইকেটত পৰাজয় বৰণ কৰে। প্ৰথমে বেট ধৰি অসমৰ দলটোৱে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ১২৪ ৰানৰ লক্ষ্য সন্মুখত লৈ বিদৰ্ভৰ দলটোৱে ১৪ অভাৰত দুটা উইকেট হেৰুৱাই এই লক্ষ্য অতিক্ৰম কৰে। কৰুণ ন...

November 30, 2024 12:42 PM

views 16

বৰপেটাত বিধানসভা সমষ্টিভিত্তিক আৰু জিলা পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাৰ প্ৰস্তুতি

বৰপেটা জিলাত গাঁও পঞ্চায়ত আৰু পৌৰসভা পৰ্যায়ৰ খেল মহাৰণৰ প্ৰতিযোগিতাসমূহৰ সামৰণি পৰাৰ পাছত বিধানসভা সমষ্টি ভিত্তিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ বাবে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰশাসনীয় স্তৰৰ এখন পৌৰসভা অনুষ্ঠিত হয়। এই সভাত পৌৰসভা আৰু গাঁও পঞ্চায়ত পৰ...

November 30, 2024 12:40 PM

views 28

কেন্দ্ৰীয় চৰকাৰ আৰু এছিয়ান ডেভলপমেণ্ট বেংকৰ ৯ কোটি ৮০ লাখ ডলাৰৰ ঋণ বুজাবুজি চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় চৰকাৰ আৰু এছিয়ান ডেভলপমেণ্ট বেংকে (ADB) উদ্যান শস্যৰ সৈতে জড়িত খেতিয়কসকলৰ বাবে ৯ কোটি ৮০ লাখ ডলাৰৰ ঋণ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিয়ে কৃষকসকলক ৰোগমুক্ত, প্রমাণিত গছ পুলি ৰোপণ সামগ্ৰী প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ উৎপাদকতা, গুণগতমান আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰ...

November 30, 2024 12:39 PM

views 17

লখিমপুৰৰ সোৱণশিৰি শাখা কবি সন্মিলনৰ অসমভিত্তিক অনলাইন কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা

লখিমপুৰ জিলা কবি সন্মিলনৰ অন্তৰ্গত সোৱণশিৰি শাখা কবি সন্মিলনে আয়োজন কৰা অসম ভিত্তিক অনলাইন কবিতা প্রতিযোগিতাৰ কালি ফলাফল ঘোষণা কৰা হয়। প্রতিযোগিতাখনত প্ৰথম স্থান লাভ কৰিছে মৈদমীয়া পদ্মানগৰ পথৰ দীপালী বৰুৱা, দ্বিতীয় স্থান লাভ কৰি নগাঁৱৰ বিশ্বজিৎ বৰা আৰু তৃতীয় স্থান লাভ কৰিছে উত্তৰ লখিমপুৰ কলেজৰ ...