November 30, 2024 7:18 PM

views 25

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। এই উৎসৱৰ সময়ছোৱাত জিলাসমূহৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আদিৰ চিকিৎসা সেৱা আৰু আন্তঃগাথনি মূল্যায়ন কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ ৫৬ টা স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হব। আজি কামৰূপ মহানগৰ জিল...

November 30, 2024 7:10 PM

views 43

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রীৰ আহ্বান

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মহোৎসৱখনক শিকাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু ঔদ্যোগিক গ...

November 30, 2024 7:00 PM

views 10

ভুৱনেশ্বৰত অনুষ্ঠিত সদৌ ভাৰত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা পৰিদৰ্শক সন্মিলনত প্রধানমন্ত্রী মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত সদৌ ভাৰত আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহা পৰিদৰ্শক সন্মিলনত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ভূবনেশ্বৰৰ লোকসেৱা ভৱনৰ প্ৰেক্ষাগৃহত আয়োজিত তিনিদিনীয়া সন্মিলখন উদ্বোধন কৰিছিল। প্ৰধানমন্ত্রী মোদীয়ে কাইলৈ স...

November 30, 2024 6:51 PM

views 26

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ’বঃ উপ-ৰাষ্ট্ৰপতি

উন্নত ভাৰত এতিয়া সপোন হৈ থকা নাই বৰং প্ৰত্যাহ্বানমূলক লক্ষ্য আৰু সংকল্পৰে দেশে এই লক্ষ্যত উপনীত হ'ব বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে মন্তব্য কৰিছে। নতুন দিল্লীত আজি উন্নত ভাৰত ২০৪৭: নতুন ভাৰতৰ লক্ষ্য ৩.০ সমাবেশত ভাষণ দি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতীয় অর্থনীতি আৰু আন্তঃগাঁথনি, ডিজিটেল আন্তঃগাঁথনি...

November 30, 2024 6:49 PM

views 29

বিহাৰৰ ঝাঝৰপুৰত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ বিত্তমন্ত্রী সীতাৰমণৰ

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি বিহাৰৰ মধুবনি জিলাৰ ঝাঝৰপুৰত এটা অনুষ্ঠানত ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ ১,১২১ কোটিৰো অধিক টকাৰ অনুমোদন পত্ৰ আৰু ঋণ হস্তান্তৰ কৰে। শ্ৰীমতী সীতাৰমণে প্রধানমন্ত্রী স্বনিধি, প্রধানমন্ত্রী বিশ্বকর্মা, মুদ্রা, ষ্টেণ্ড আপ ইণ্ডিয়া আৰু কিষান ক্রেডিট কার্ড আঁচনিৰ ...

November 30, 2024 6:44 PM

views 35

মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্রী কোন হ’ব ? মহাজুটিৰ নেতৃবৰ্গৰ মাজত প্ৰায় এসপ্তাহ ধৰি মুম্বাই আৰু দিল্লীত বৈঠক

বিধানসভা নিৰ্বাচনৰ পাছত মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্রী বাছনিৰ বাবে মহাজুটিৰ নেতৃবৰ্গৰ মাজত প্ৰায় এসপ্তাহ ধৰি মুম্বাই আৰু দিল্লীত বৈঠক চলি আছে। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্রী কোন হ'ব সেই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিক সিদ্ধান্ত হোৱা নাই যদিও বিজেপি আৰু শিৱসেনাৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৫ ডিচেম্বৰত আজাদ ...

November 30, 2024 6:41 PM

views 28

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে

গৃহ যুদ্ধত জৰ্জৰিত ছিৰিয়াত সশস্ত্ৰ বিৰোধী বাহিনীয়ে দেশখনৰ দ্বিতীয় বৃহৎ মহানগৰ এলেপ্প অধিকাৰ কৰিছে। দেশখনৰ উত্তৰ পশ্চিম অংশত বিৰোধী বাহিনীয়ে সশস্ত্র বিদ্রোহ আৰম্ভ কৰাৰ কেইদিনমানৰ পাছতে মহানগৰখনত অধিকাৰ সাব্যস্ত কৰে। ইছলামিক সন্ত্রাসবাদী গোট হায়াত তেহৰিৰ অল-ছাম আৰু ইয়াৰ বিভক্ত গোটসমূহে ইতিমধ্যে ...

November 30, 2024 6:38 PM

views 39

ঘূৰ্ণীবতাহ ফেইঞ্জলৰ প্ৰভাৱত হ’ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুডুচেৰীত সতর্কতা

ঘূৰ্ণীবতাহ ফেইঞ্জলৰ প্ৰভাৱত হ'ব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুডুচেৰীত সতর্কতা অৱলম্বন কৰা হৈছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ উপকূলীয় অঞ্চলত ৩০০ৰো অধিক আৰক্ষী জোৱান নিয়োগ কৰা হৈছে। আনহাতে উপকূলীয় পথসমূহো বন্ধ কৰি দিয়াৰ লগতে এই অঞ্চলসমূহত ৰাজহুৱা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী অধ...

November 30, 2024 6:15 PM

views 28

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্রার্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবা...

November 30, 2024 12:53 PM

views 14

ব্ৰহ্মপুত্ৰ, বৰাক নদীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১,০১০ কোটি টকা বিনিয়োগ

ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ে এহেজাৰ ১০ কোটি টকা বিনিয়োগ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত এই কথা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাগৰমালা আঁচনিৰ অধীনত ৯৬ কোটি ৬০ লাখ টকা বিনিয়োগেৰে ...