December 1, 2024 12:27 PM

views 18

নাগালেণ্ডত আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

চুবুৰীয়া ৰাজ্য নাগালেণ্ডে আজি ৬২ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰিছে। ১৯৬৩ চনৰ আজিৰ দিনটোতে নাগালেণ্ড ভাৰতৰ ১৬ নম্বৰ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল। এই ঐতিহাসিক দিনটোক স্মৰণ কৰি ৰাজ্যখনত ধাৰাবাহিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নাগালেণ্ডৰ ৰাজধানী চহৰ ক'হিমাৰ অসামৰিক সচিবালয় প্লাজাত অনুষ্ঠিত হ'বলগীয়া...

December 1, 2024 12:09 PM

views 19

অহা ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত মহাযুটি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ

মহাৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত মহাযুটি চৰকাৰৰ শপতগ্ৰহণ সমাৰোহ অহা ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ মৈদানত অনুষ্ঠিত হ'ব। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত মহাৰাষ্ট্ৰৰ বিজেপিৰ অধ্যক্ষ চন্দ্ৰশেখৰ বাৱানকুলেই কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই অনুষ্ঠানত উপস্থিত থাকিব। মহাযুটি মিত্রজোঁটত বিজেপি, শিৱসেনা সিন্দে ...

December 1, 2024 12:04 PM

views 10

সৰ্বভাৰতীয় বাৰ্ষিক আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শক সন্মিলনৰ আজি দ্বিতীয় দিন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দ্বিতীয় দিনাৰ বাবে সৰ্বভাৰতীয় বাৰ্ষিক আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকৰ সন্মিলনত অংশগ্ৰহণ কৰিব। ওড়িশাৰ ভূবনেশ্বৰত তিনি দিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ আজি অন্তিম দিন। কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু কেন...

November 30, 2024 8:56 PM

views 16

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলা মহিলা ডাবল্‌ছৰ ফাইনেলত প্ৰৱেশ

চৈয়দ মোদী ইণ্ডিয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ভাৰতীয় যুটি ট্ৰেছা জলী আৰু গায়ত্ৰী গোপিছান্দ পুলেলাই থাইলেণ্ডৰ বেনয়াপা আইমষ্টাৰ্ড আৰু নুন্তাকাৰ্ন আইমষ্টাৰ্ডক ১৮-২১, ২১–১৮, ২১–১০ ছেটত পৰাস্ত কৰি মহিলা ডাবল্‌ছৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধুৱে উন্নতি হোদাক ২১-১২, ২১-...

November 30, 2024 8:53 PM

views 13

ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত

সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপ গ্রুপ-এৰ ক্রিকেট প্রতিযোগিতাত ভাৰত পাকিস্তানৰ হাতত ৪৩ ৰানত পৰাজিত হয়। পাকিস্তানে টছত জিকি প্রথমে বেটিং কৰি নিৰ্ধাৰিত ৫০ অ’ভাৰত ৭টা উইকেটৰ বিনিময়ত ২৮১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪৭ অ’ভাৰ এটা বলত আটাইকেইটা উই...

November 30, 2024 8:51 PM

views 28

বি এছ এফে চলিত বৰ্ষত বৰ্তমানলৈকে পাঞ্জাৱ সীমান্তৰে ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিছে

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে চলিত বৰ্ষত এতিয়ালৈকে পাঞ্জাৱ সীমান্তইদি ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। বিগত বৰ্ষৰ তুলনাত জব্দ কৰা দ্ৰোণৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ৪৪০ কিলোগ্ৰাম হেৰ’ইনৰ তুলনাত এইবাৰ ২৫৪ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে।...

November 30, 2024 8:47 PM

views 30

মহাৰাষ্ট্ৰৰ দেৱলালীত তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত

মহাৰাষ্ট্ৰৰ দেৱলালীত আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচীৰে দেশৰ প্ৰতিৰক্ষা বাহিনী আৰু ছিংগাপুৰ প্ৰতিৰক্ষা বাহিনীৰ যুটীয়া সামৰিক অনুশীলন অগ্নি ৱাৰিয়ৰ-২০২৪ অনুষ্ঠিত হৈছে। ত্রয়োদশ দ্বিপাক্ষিক অনুশীলনত ছিংগাপুৰ আৰ্টিলেৰী ৰেজিমেণ্টৰ ১৮২ গৰাকী আৰু ভাৰতীয় সেনাবাহিনীৰ ১১৪ গৰাকী বিষয়া- জোৱানে অংশগ্ৰহণ কৰিছে।...

November 30, 2024 8:44 PM

views 17

চুডানৰ গেজিৰাত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ আক্ৰমণত কমেও ১২ জন লোক নিহত

চুডানৰ গেজিৰাত কালি ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ আক্ৰমণত কমেও ১২ জন লোক নিহত হয়। ৰেপিড ছাপৰ্ট ফ’ৰ্চে পশ্চিম গেজিৰাৰ অল-মেহেইৰিবা অঞ্চলৰ ৮ খন গাঁৱক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত বর্তমানলৈ আৰ এছ এফে কোনো মন্তব্য কৰা নাই। আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে জনোৱা অনুসৰি ২০২৩ ব...

November 30, 2024 8:39 PM

views 30

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন

প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে INS-বিক্রমাদিত্যৰ মেৰামতিৰ বাবে কোচিন শ্বিপয়ার্ড লিমিটেডৰ সৈতে আজি ১,২০০ কোটিৰো অধিক টকা মূল্যৰ চুক্তি সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি এই প্ৰকল্পৰ ফলত কোচিন শ্বিপয়ার্ড লিমিটেডৰ মেৰামতিকে ধৰি আন আনুসংগিক কাৰ্যৰ বাবে দেশৰ ঔদ্যোগিক ব্যৱস্থাত এটা ব...

November 30, 2024 8:29 PM

views 25

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ২০৩০ চনৰ ভিতৰত সৰ্প দংশনৰ বিষক্রীয়া প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপন্থা শীৰ্ষক পদক্ষেপ গ্ৰহণ

সৰ্প দংশন আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ বিষয়টো ৰাজ্যিক জনস্বাস্থ্য আইন বা অন্য প্রযোজ্য বিধিৰ অধীনত অধিসূচনা জাৰি কৰিবলগীয়া ৰোগ হিচাপে চিহ্নিত কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে। সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব নাইবা অতিৰিক্ত মুখ্য সচিব...