December 11, 2024 10:26 AM

views 31

ৰাষ্ট্ৰপতি মুৰ্মুৱে দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান কৰিব। তৃণমূল পৰ্যায়ত প্ৰশাসন আৰু উন্নয়নত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এইবাৰ বিভিন্ন শিতানত মুঠ ৪৫ খন পঞ্চায়তক বাছনি কৰা হৈছে। মাজুলীৰ উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জেংৰাই গাঁও পঞ্চায়তলৈ ...

December 10, 2024 9:25 PM

views 15

হাতশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ সন্দৰ্ভত বাল সভা অনুষ্ঠিত

হাতশিঙিমাৰী জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ সহযোগত আজি হাতশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ সন্দৰ্ভত এখন বাল সভা অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলা শিশু সুৰক্ষা গোটে আয়োজন কৰা এই সভাত শিশু শ্রম, শিশু সৰবৰাহ, বাল্য বিবাহ আদিকে ধৰি শিশুৰ সুৰক্ষা আৰু অধিকাৰ সন্দৰ্ভত...

December 10, 2024 9:22 PM

views 14

অহা ১৫ ডিচেম্বৰত উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৭ বছৰ অনুৰ্ধৰ যুৱ ফুটবল প্রতিযোগিতাৰ আয়োজন

বাইচুং ভুটিয়া ফুটবল স্কুল আৱাসিক একাডেমীয়ে অহা ১৫ ডিচেম্বৰত উত্তৰ গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ১৭ বছৰ অনুৰ্ধৰ যুৱ ফুটবল প্রতিযোগিতাৰ আয়োজন কৰিছে। এই প্ৰতিযোগিতাত নির্বাচিত খেলুৱৈসকলে বাইচুং ভুটিয়া ফুটবল স্কুল আৱাসিক একাডেমীত যোগদান কৰাৰ সুযোগ লাভ কৰিব। এই প্রতিযোগিতাখনে যুৱ খেলুৱৈসকলক দক্ষতা প...

December 10, 2024 9:17 PM

views 23

শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাৰ প্ৰতিবাদ

বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু অন্যান্য ধৰ্মীয় লোকৰ ওপৰত অব্যাহত থকা উৎপীড়ন সোনকালে বন্ধ কৰাৰ দাবী উত্থাপন কৰি আজি গুৱাহাটীৰ শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাই প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ...

December 10, 2024 9:06 PM

views 26

বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰশাসন অধিক স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক হোৱা বুলি প্ৰকাশ কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙৰ

কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰশাসন অধিক স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় তথ্য আয়োগৰ ষোড়শ বার্ষিক সন্মিলন সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০১৮ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ ...

December 10, 2024 9:05 PM

views 23

চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপর্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্ত কৰ্তাৰ পঞ্জীয়ন আৰম্ভ

আই ফ'ৰ চি অৰ্থাৎ চিটিজেন ফাইনেন্সিয়েল চাইবাৰ ফ্ৰড ৰিপর্টিং এণ্ড মেনেজমেণ্ট ছিষ্টেমৰ অধীনত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সহযোগত সন্দেহযুক্ত চাইবাৰ অপৰাধী চিনাক্ত কৰ্তাৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গৃহ পৰিক্ৰমা ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়, যে এই ব্যৱস্থাৰ ফলত ...

December 10, 2024 8:57 PM

views 37

ৰাজ্যসমূহৰ পৰা কৃষি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ বাবে ব্যাপক সহযোগিতাৰ ব্যৱস্থা কৰা হৈছেঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় চৰকাৰে শস্য, বতৰ আৰু পানীৰ তথ্য সংগ্ৰহৰ উদ্দেশ্যে ২,৮১৭ কোটি টকা ব্যয়েৰে কেন্দ্ৰীয় মন্ত্রীসভাই ডিজিটেল কৃষি অভিযানৰ প্ৰস্তাৱত অনুমোদন দিয়া বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যসমূহ...

December 10, 2024 8:53 PM

views 22

দেশত ২০১৫ চনৰ তুলনাত ২০২৩ চনত যক্ষ্মা ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২১.৪ শতাংশ হ্ৰাস

দেশত ২০১৫ চনৰ তুলনাত ২০২৩ চনত যক্ষ্মা ৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ২১.৪ শতাংশ হ্ৰাস পোৱা বুলি চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰী কৰে। তেওঁ কয়, যে বিগত ৮ বছৰত প্ৰতি লাখ লোকৰ বিপৰীতে যক্ষ্মা ৰোগত ...

December 10, 2024 8:52 PM

views 22

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰাৰ কথা প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগা আঁচনিৰ ৯৭ শতাংশৰো অধিক ধন আধাৰ ধনাদায় ব্রীজ ব্যৱস্থাৰে কৰা হৈছে বুলি প্ৰকাশ কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰি কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সময়ছোৱাত এম জি এনৰেগাৰ অধীনত লেন-দেন হোৱা ৩৫ কোটিৰো অধিক...

December 10, 2024 8:49 PM

views 19

মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য

স্বচ্ছ ভাৰত গ্ৰামীণ অভিযানৰ অধীনত সমগ্ৰ দেশৰ গাঁওসমূহৰ মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত চলিত বৰ্ষৰ নবেম্বৰ পৰ্য্যন্ত ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য কেন্দ্ৰৰ অংশীদাৰিত্ব হিচাপে মুকলি কৰি দিয়া হয়। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গ্রামোন্নয়ন মন্ত্রালয়ে এই তথ্য সদৰী কৰে। মল ...