December 13, 2024 5:39 PM

views 38

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত Whatsapp নম্বৰ ৯৮৬৪০-৫৫৫৬৬ যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫...

December 13, 2024 5:34 PM

views 9

ছত্তিশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ২ মাওবাদী নিহত

ছত্তিশগড়ত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। চি আৰ পি এফৰ ক'ৰা বেটেলিয়ন আৰু জিলা ৰিজাৰ্ভ বাহিনীৰ যুটীয়া অভিযানত নিহত মাওবাদী দুজনৰ পৰা নিৰাপত্তাৰক্ষীৰয়ে বহুসংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে। অঞ্চলটোত এতিয়া অভিযান অব্যাহত আছে।

December 13, 2024 5:32 PM

views 34

দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমাতংক

দিল্লীৰ ৬ খনকৈ বিদ্যালয়ত আজি পুৱাৰ ভাগত বোমা বিস্ফোৰণ সংঘটিত হ'ব বুলি ই-মেইল যোগে জানিব পৰা যায়। এই তথ্য লাভ কৰাৰ লগে লগে কৰ্তৃপক্ষই আটাইকেইখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ঘূৰাই পঠিয়াই। দিল্লী অগ্নি নির্বাপক সেৱাৰ সঞ্চালক অতুল গাৰ্গে কয়, যে পশ্চিম বিহাৰৰ ভাটনগৰ ইণ্টাৰনেচনেল স্কুল, কেমব্ৰিজ ...

December 13, 2024 5:30 PM

views 28

স্মার্ট ইণ্ডিয়া হেকাথনত ভিন্ন প্ৰতিষ্ঠানৰ পুৰস্কাৰ লাভ

আই আই টি হায়দাবাদত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুম্বাইস্থিত বেলিংকাৰ ইনষ্টিটিউট অব মেনেজমেণ্ট, নয়দা ইনষ্টিটিউট অব ইনঞ্জিনিয়াৰিং এণ্ড টেকনলজী, যশৱন্ত ছাৱন্ত ইঞ্জিনিয়াৰিং নাগপুৰ আৰু টেকন'মেইনছল্ট লেক কলকাতাই ছফ্টৱেৰ সংস্ককৰণৰ কৃষিৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিছিল। একেদৰে নেচনেল ইনষ্টিটিউট অব টে...

December 13, 2024 5:26 PM

views 30

লাডাখত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ’চিয়েছনৰ দলসহ পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ স্কী-ঢাল পৰিদৰ্শন

লাডাখত শীতকালীন পর্যটন আৰু ক্ৰীড়াৰ প্ৰসাৰৰ দিশত এটা পদক্ষেপ হিচাপে জ্যেষ্ঠ স্কী প্রশিক্ষক চৈয়দ চামচুদ্দিনৰ নেতৃত্বত লাডাখ স্কী এণ্ড স্নোবোর্ড এছ'চিয়েছনৰ দলটোৱে পৰ্যটন বিভাগৰ সহকাৰী সঞ্চালক ৰেহমতুল্লাৰ সৈতে নামছুৰুত স্কী-ঢাল পৰিদৰ্শন কৰে। দলটোৱে এই ঢালটোক স্কী কাৰ্যকলাপৰ বাবে উপযোগী বুলি বিবেচনা ক...

December 13, 2024 5:21 PM

views 31

ভাৰতীয় সংবিধান হৈছে দেশৰ সভ্যতা আৰু মূল্যবোধৰ প্ৰকাশঃ ৰাজনাথ সিং

লোকসভাত আজি ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাক লৈ এটা বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাত আগভাগ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে ভাৰতীয় সংবিধানে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশকে স্পৰ্শ কৰি জাতি গঠনৰ প্ৰক্ৰিয়াৰ প্ৰশস্ত কৰি তুলিছে। তেওঁ কয়, যে এই সংবিধান...

December 13, 2024 5:18 PM

views 31

বাংলাদেশে সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী

বাংলাদেশে নিজ দেশত সংখ্যালঘূসকলক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাৰত আশাবাদী। লোকসভাত পৰিপূৰক প্ৰশ্নৰ উত্তৰত বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে বাংলাদেশত সংখ্যালঘূসকলৰ ওপৰত হোৱা একাধিক আক্রমণ চিন্তাৰ বিষয় হৈ পৰিছে আৰু এই কথা ভাৰতে বাংলাদেশৰ কৰ্তৃপক্ষৰ দৃষ্...

December 13, 2024 5:15 PM

views 29

২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত ৰাষ্ট্ৰপতি মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০০১ চনত সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুমুৱে সুৰক্ষা কৰ্মীসকলৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰি কয়, য...

December 13, 2024 5:13 PM

views 32

সংসদৰ দুয়োখন সদনতত ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সংসদৰ দুয়োখন সদনতে আজি ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ঘটনাত নিহত ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। দুয়োখন সদনৰ সদস্যসকলে সাহসী নিৰাপত্তাৰক্ষীসকলৰ স্মৃতিৰ প্ৰতি সন্মান জনাই মৌনতা অৱলম্বন কৰে। লোকসভাৰ কাৰ্যক্ৰমণিকাৰ বাবে সদন মিলিত হোৱাৰ সময়তে অধ্যক্ষ ওম বিৰলাই কয়, যে ২০০১ চনৰ এই দিনটোতেই সংসদৰ সজা...

December 13, 2024 10:49 AM

views 13

মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ হাতত থাইলেণ্ড ৯-০ গ’লত পৰাস্ত

ভাৰতে যোৱানিশা ওমানৰ মাস্কাটত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল-এৰ নিজৰ চতুৰ্থখন খেলত থাইলেণ্ডক ৯-০ গ'লত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অহা বছৰ ছিলিত হ'বলগীয়া এফ আই এইচ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ খ...