December 14, 2024 11:15 AM

views 40

মাজুলীত মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অনান্য জিলাসমূহৰ লগতে মাজুলীতো মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত বিভিন্ন আপোচযোগ্য ফৌজদাৰী গোচৰ, বিবাহজনিত গোচৰ, চেক বাউঞ্চৰ গোচৰ, যানবাহন ১৯৮৮ আইনৰ অধীনত নিষ্পত্তিৰ দিহা কৰা হৈছে। ইয়াৰো...

December 14, 2024 11:03 AM

views 35

ৰাজ্যৰ কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম’বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ

ৰাজ্য চৰকাৰৰ ৰাজনৈতিক বিভাগে এখন জাননীৰ জৰিয়তে কেবিনেটৰ বৈঠকত মন্ত্ৰীসকলৰ ম'বাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। আনকি কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলগীয়া বিভাগীয় সচিবকে ধৰি অন্যান্য বিষয়াসকলেও ম'বাইল লৈ প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ৭ ডিচেম্বৰত অনুষ্ঠিত কেবিনেটৰ বৈঠকতে ম'বাইল ফোন নিষিদ...

December 14, 2024 10:55 AM

views 29

২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত ২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ জলপথক মালবাহী তথা যাত্রী চলাচলৰ অনুকূল আৰু বিকল্প পথ হিচাপে গঢ়ি তুলিবলৈ অহো...

December 14, 2024 10:51 AM

views 50

তিনিচুকীয়া জিলাৰ পঞ্চায়ত সমষ্টিসমূহৰ খচৰা ভোটাৰ তালিকা প্রকাশ

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তিনিচুকীয়া জিলাৰ পঞ্চায়ত সমষ্টিসমূহৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হৈছে। ২২টা জিলা পৰিষদ সমষ্টিৰ অধীনৰ ৭টা আঞ্চলিক পঞ্চায়ত আৰু ৮৬খন গাঁও পঞ্চায়ত সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮লাখ ২৮ হাজাৰ ৩২৫। ইয়াৰে ৪লাখ ৬হাজাৰ ৭৮৭জন পুৰুষ আৰু ৪লাখ ২১ হাজাৰ ৫০৭গৰাকী মহিলা। কোনো ...

December 14, 2024 10:47 AM

views 38

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্রকাশ ৰাজ্যিক নির্বাচন আয়োগৰ

ৰাজ্যিক নির্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীভুক্ত আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যৰ ২৭খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটৰ তালিকাত এক কোটি ৭৫ লাখ ৫৪ হাজাৰ ৫৮৯ জন ভোটাৰ অন্তৰ্ভুক...

December 14, 2024 10:43 AM

views 39

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্যৰে গোলাঘাটত হিতাধিকাৰীসকলৰ সাহায্য বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব

বিকাশৰ ১২ দিনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত গোলাঘাট জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বান সাহায্য বিতৰণ, বীজ সাহায্য বিতৰণ আৰু প্ৰধানমন্ত্রী ক্ষু...

December 13, 2024 8:41 PM

views 20

কাইলৈ পুৱা ৫ বাজি ৫০ মিনিটত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৫ বাজি ৫০ মিনিটত আৰম্ভ হ'ব। দুয়োটা দলে বৰ্তমানলৈ একোখনকৈ খেলত জয়লাভ কৰিছে। ভাৰতে শৃংখলাৰ প্ৰথমখন খেলত ২৯৫ ৰাণত জয়লাভ কৰিছে। একেদৰে, অষ্ট্ৰেলিয়া...

December 13, 2024 8:37 PM

views 20

২০২৩ চনত দেশত ১৮ হাজাৰৰো অধিক অংগ সংৰোপণ আৰু ১৬ হাজাৰ ৫৪২ টা অংগ দান পঞ্জীয়ন হৈছেঃ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে

দেশত ব্যাপক সজাগতা অভিযান আৰু নতুনকৈ গ্ৰহণ কৰা ভালেমান ব্যৱস্থাৰ বাবে অংগদান, অংগ সংৰোপণ আৰু কলা দান বৃদ্ধি পাইছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাধৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২৩ চনত দেশত ১৮ হাজাৰৰো অধিক অংগ সংৰোপণ আৰু ১৬ হাজাৰ ৫৪২ টা অ...

December 13, 2024 8:31 PM

views 24

১০ ডিচেম্বৰ পৰ্য্যন্ত সমগ্ৰ দেশত ১ লাখ ৭৫ হাজাৰৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন

যোৱা ১০ ডিচেম্বৰ পৰ্য্যন্ত সমগ্ৰ দেশত ১ লাখ ৭৫ হাজাৰৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে গাঁও আৰু চহৰ অঞ্চলত থকা উপ স্বাস্থ্য কেন্দ্ৰ আৰু প্রাথমিক স্বাস্থ্য কেন্দ্...

December 13, 2024 8:28 PM

views 27

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছেঃ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী

দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১০ বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূর্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য ৯১ হাজাৰ ২৮৭ কিলোমিটাৰ আছিল আৰু যোৱা ...