December 28, 2024 9:16 PM

views 18

মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অন্ধেৰি, থানে, ছিয়ৰ লগতে কেইবাটাও স্থানৰ চলচ্চিত্ৰ গৃহসমূহত মুঠ ৬১ খন ছবি প্ৰদৰ্শন কৰা হ’ব। কাঞ্চ চলচ্চিত্ৰ মহোৎসৱৰ আনচাৰটেইন ৰিগার্ড শাখাত শ্ৰেষ্ঠ ছবি হিচাপে সন্মানিত দ্যা ব্লেক ডগ শীৰ্...

December 28, 2024 8:55 PM

views 30

স্পেদেক্স অভিযানৰ সকলো প্রস্তুতি সম্পূৰ্ণ ‘ইছৰো’ৰ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বাহ্যিক সাহায্য অবিহনে দুটা কৃত্রিম উপগ্ৰহৰ মাজত যোগসূত্র স্থাপনৰ সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে সোমবাৰে উৎক্ষেপণ কৰিবলগীয়া স্পেদেক্স অভিযানৰ সকলো প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি এটা সাক্ষাৎকাৰত কয়, যে বছৰৰ শেষভাগত উ...

December 28, 2024 8:39 PM

views 34

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত শুনিবলৈ পোৱা যাব। প্রধা...

December 28, 2024 8:32 PM

views 35

ৰাষ্ট্ৰীয় মর্যাদাৰে প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন

বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শিখ পুৰোহিত আৰু প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। সামৰিক অভিবাদনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীম...

December 28, 2024 7:56 PM

views 34

অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ বাৰ্ষিক বঁটা প্ৰদান

৬ গৰাকী খেলুৱৈক এন আৰ এল-অইল বঁটা প্ৰদান ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিগত বছৰবোৰৰ দৰে আজি বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে৷ আজি ৰুদ্ৰ সিংহ ক্ৰীড়া প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এনআৰএল-অইল বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ ৬ গৰাকী প্ৰচুৰ সম্ভাৱনাপূৰ্ণ খেলুৱৈক ...

December 28, 2024 11:46 AM

views 22

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৭ সংখ্যক খণ্ড । আকাশবাণী - দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শ...

December 28, 2024 11:44 AM

views 26

কাইলৈ ক্ষীৰোদা চৌধুৰী সোঁৱৰণী ষষ্ঠ বার্ষিক সদৌ অসম ভিত্তিত ছাত্ৰীৰ কুইজ প্ৰতিযোগিতা

মহানগৰীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত্ব মঞ্চই কাইলৈ ক্ষীৰোদা চৌধুৰী সোঁৱৰণী ষষ্ঠ বার্ষিক সদৌ অসম ভিত্তিত ছাত্ৰীৰ কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই প্রতিযোগিতা কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত অনুষ্ঠিত হ'ব। বিশ্বৰ সফল নাৰী বিষয়ক কুইজ প্ৰতিযোগিতাখনত নৱম শ্ৰেণীৰ পৰা গৱেষক ছাত্ৰীলৈ বাবে মুকলি থাকিব। চূড...

December 28, 2024 11:40 AM

views 19

এডভান্টেজ আছাম সন্মিলনত ৮০০০ নৃত্য শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া এডভান্টেজ আছাম সন্মিলনত ৮ হাজাৰ নৃত্য শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি লগতে কয়, যে এডভান্টেজ আছাম বিনিয়োগ সন্মিলন আৰু আ...

December 28, 2024 11:37 AM

views 15

মঙলদৈত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা

অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা আজিৰ পৰা দুদিনীয়াকৈ মঙলদৈ চহৰত অনুষ্ঠিত হ'ব। অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ উদ্যোগত আৰু মঙলদৈ শাখাৰ আতিথ্যত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বর্ণপীঠ মণ্ডলৰ অধীনৰ ৮ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অধিৱে...

December 28, 2024 11:27 AM

views 16

পহিলা জানুৱাৰীৰ পৰা পাৰস্পৰিক বদলিকৰণৰ বাবে পোর্টেল মুকলি

পহিলা জানুৱাৰীৰ পৰা পাৰস্পৰিক বদলিকৰণৰ বাবে পোর্টেল মুকলি হ'ব। এই পোৰ্টেল পহিলা জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ খোলা থাকিব। এই সময়ছোৱাতে আবেদন দাখিল, আবেদনৰ সত্যাসত্য নিৰূপনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব আৰু তাৰ পাছত আবেদনসমূহ স্বয়ংক্রিয়ভাৱে পোৰ্টেলত পাৰস্পৰিক বদলিকৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। মুখ্...