December 31, 2024 1:31 PM
37
প্ৰচণ্ড তুষাৰপাতৰ ফলত ছিকিমৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ
ছিকিমত যোৱা কিছুদিনত প্ৰচণ্ড তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত বহুতো পৰ্যটক আৱদ্ধ হৈ পৰিছে। শেহতীয়াকৈ ছিকিম আৰক্ষী আৰু সীমান্ত পথ সংস্থাই যুটীয়াভাৱে অভিযান চলাই ৰাজ্যখনত আবদ্ধ হৈ থকা অসমৰ ছগৰাকী পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। পৰহি নিশা উত্তৰ ছিকিমৰ মংগন জিলাৰ লাছুঙৰ পৰা ১০ কিলোমিটাৰ ...