January 6, 2025 12:17 PM

views 9

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰৰ সোণৰ পদক

৬৭সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতীয় সেনাৰ বৰুণ টোমাৰে সোণৰ পদক লাভ কৰিছে। কালি নতুন দিল্লীৰ ডাঃ কর্ণী সিং শ্বুটিং ৰেঞ্জত অনুষ্ঠিত পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত তেওঁ এই পদক লাভ কৰে। বৰুণ টোমাৰৰ সতীৰ্থ প্ৰধ্যুম সিঙে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ৰাজস্থানৰ আকাশ ভৰদ্বাজে ব্ৰঞ্জৰ পদক ...

January 6, 2025 12:12 PM

views 7

মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭৪ হাজাৰ অবৈধ ঔষধৰ কেপচুল, ২.৪৪ লাখ নকল চিগাৰেট জব্দ

দেওবাৰে মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নার্ক'টিক কণ্ট্ৰ'ল ব্যুৰ' চমুকৈ এন চি বিয়ে ৭৪ হাজাৰ অবৈধ ঔষধৰ কেপচুল আৰু ২ লাখ ৪৪ হাজাৰ নকল চিগাৰেট জব্দ কৰিছে। এনচিবিৰ মুম্বাই মণ্ডল গোটে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীৰ ছিণ্ডিকেট সন্দৰ্ভত এক গোপন সূত্ৰৰ ভিত্তিত বিমানবন্দৰত লজি...

January 6, 2025 12:11 PM

views 20

নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি ভার্চুৱেল ব্যৱস্থাৰে নতুন দিল্লীৰ ৰোহিনীত কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৮৫ কোটি টকা ব্যয় সাপেক্ষে ২.৯২ একৰ ভূমিত স্থাপন হ'ব এই নতুন ভৱনটো। এই উপলক্ষে দিয়া ভাষণ প্ৰসংগত প্রধানমন্ত্রী মোদীয়ে চৰকাৰে দেশৰ দৰিদ্ৰ লোকস...

January 5, 2025 8:50 PM

views 37

ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাত  পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি

ইণ্ডিয়ান চুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ আজি নতুন দিল্লীৰ জৱাহৰলাল ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ এফ চি- কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ মুখামুখি হৈছে।  প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত এতিয়ালৈকে দুয়োটা দল ৩ বাৰকৈ মুখামুখি হৈছে। ইয়াৰ ভিতৰত পাঞ্জাৱ এফ চিয়ে দুখনত আৰু কেৰালা ব্লাষ্টাৰ্ছে এখনত জয়লাভ কৰে। প...

January 5, 2025 8:48 PM

views 29

বিচিচিআইৰ শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা

ভাৰতৰ বিশেষভাৱে সক্ষম ক্রিকেট পৰিষদৰ ৰাষ্ট্ৰীয় বাচনি কমিটিয়ে আজি শাৰীৰিকভাৱে বাধাগ্রস্ত চেম্পিয়নছ ট্ৰফীৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোৰ নাম ঘোষণা কৰিছে। অহা ১২ জানুৱাৰীৰ পৰা শ্ৰীলংকাত এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। বিক্ৰান্ত ৰবীন্দ্ৰ কেনিক ভাৰতীয় দলৰ অধিনায়ক হিচাপে বাচনি কৰা হৈছে। ২০১৯ চনত পোনপ্ৰথম...

January 5, 2025 8:39 PM

views 23

দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়ঃ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে দেশৰ নাগৰিকসকল জাতীয়তাবাদৰ প্রতি প্রতিশ্রুতিবদ্ধতা অবিহনে কোনো এখন দেশৰেই বিকাশ সম্ভৱ নহয়। দিল্লীত আজি এন চি চি গণৰাজ্য দিৱস শিবিৰ মুকলি কৰি শ্ৰীধনখড়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে জাতীয়তাবাদ সংস্থা আৰু ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰ প্ৰয়োজন। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয়,...

January 5, 2025 8:36 PM

views 27

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ উত্থাপন

আম আদমী পার্টী শাসনাধিস্থিত দিল্লী চৰকাৰে এটা দশক কেন্দ্ৰৰ সৈতে যুঁজ কৰিয়েই অপচয় কৰিলে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযোগ উত্থাপন কৰিছে। শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনত ভৱিষ্যতৰ মহানগৰী হিচাপে পৰিৱৰ্তন কৰিবলৈ বিজেপিক এটা সুযোগ প্ৰদান কৰাৰ বাবে দিল্লীৰ জনসাধাৰণক আহ্বান জনায়। নতুন দিল্লীৰ...

January 5, 2025 8:30 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ দিল্লীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ মূল উদ্দেশ্য হ'ল আঞ্চলিক সংযোগ ব্যৱস্থাৰ উন্নতি সাধনেৰে যাতায়াত ব্যৱস্থা সূচল কৰি তোলা। প্রধানমন্ত্রী মোদীয়ে চাহিবাবাদ ৰেল ষ্টেচনৰ পৰা নিউ অশোক নগৰ ৰেল ষ্টেচন...

January 5, 2025 8:26 PM

views 139

চি এছ আই আৰে পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড° জীতেন্দ্র সিঙৰ ঘোষণা

বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ - চি এছ আই আৰে বিষ উপশম আৰু জ্বৰ কম কৰাৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহৃত পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড° জীতেন্দ্র সিঙে ঘোষণা কৰিছে। নতুন দিল্লীত আজি বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ প্ৰতিষ্ঠা দিৱস...

January 5, 2025 8:06 PM

views 23

শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলৰ সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপৰ খিতাপ লাভ

নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত সদৌ ভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপত শ্বিলঙৰ আৰ এছ বি মহিলা বেডমিণ্টন দলে পাটনাৰ আঞ্চলিক ক্রীড়া বৰ্ডক ২-০ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰিছে। প্ৰথম একক খেলত আৰ এছ বি, শ্বিলঙৰ অমোলিকা সিং চিছোদিয়াই বিভা কুমাৰীক ২১-১১, ২১–১২ ব্যৱধানত ...