January 19, 2025 7:13 PM

views 58

হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক মন কী বাতত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন কী বাত অনুষ্ঠানত হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ অসমৰ নগাঁও জিলাৰ হাতীবন্ধু নামৰ সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যই আমাৰ চৌপাশৰ জন্তু আৰু চৰাইৰ স...

January 19, 2025 7:11 PM

views 24

গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্রী অশোক সিংহলৰ ঐতিহাসিক উপদ বিল পৰিদৰ্শন

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্রী অশোক সিংহলে আজি জিলাখনৰ ঐতিহাসিক উপদ বিলত উপস্থিত হৈ বিজেপিৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰাৰ লগতে বিলখন পৰিদৰ্শন কৰে। বিলখন পৰিদৰ্শন কৰি তেওঁ কয়,যে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও বিলখনৰ যথেষ্ট উন্নয়ন কৰা হৈছে যদিও ইয়াৰ অধিক উন্নয়নৰ বাবে কেন্দ...

January 19, 2025 7:07 PM

views 14

শিক্ষাবিদ, সাহিত্যিক, প্রশাসক আনন্দ ৰাম বৰুৱাৰ মৃত্যু বার্ষিকীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মহান শিক্ষাবিদ, সাহিত্যিক, প্রশাসক আনন্দ ৰাম বৰুৱাৰ মৃত্যু বার্ষিকীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ এটা বাৰ্তাত কয়, যে জনজাতীয় জীৱনক সমৃদ্ধ কৰা অসম সন্তান আনন্দ ৰাম বৰুৱা শিক্ষা, সাহিত্য আৰু প্ৰশাসনৰ ক্ষেত্ৰত এক উজ্জ্বল নক্ষত্ৰ আছিল। পণ্ডিত আনন্দ ৰাম বৰুৱা কে...

January 19, 2025 7:00 PM

views 27

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰেট হ’ল মাইনিং বন্ধ কৰিবলৈ অসম আৰক্ষীৰ তৎপৰতা গ্ৰহণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই অসম আৰক্ষীয়ে ৰাজ্যত চলি থকা ৰেট হ'ল মাইনিং অর্থাৎ এন্দুৰৰ গাঁত সদৃশ কয়লা খনিৰ খনন বন্ধ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে কয় যে ৭ দিনৰ ভিতৰত ৰেট হ'ল মাইনিং বন্ধ কৰা হ'ব। মাৰ্ঘেৰিটা, লিডু, লেখাপানী আদি অঞ্চলত এতিয়াও...

January 19, 2025 1:26 PM

views 12

দেশৰ বিভিন্ন বিনিয়োগকাৰীক এডভাণ্টেজ আছামলৈ আমন্ত্ৰণৰ বাবে টকিঅ’ত অনুষ্ঠিত অসম সপ্তাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভাণ্টেজ আছামৰ লগত সংগতি ৰাখি বিনিয়োগকাৰীক ৰাজ্যলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে টকিঅ'ত ভাৰতীয় দূতাবাসৰ উদ্যোগত চলি থকা অসম সপ্তাহত আজি অংশগ্রহণ কৰিব। এই উদ্দেশ্যে মুখমন্ত্ৰীগৰাকীয়ে এটা প্রতিনিধি দল লৈ কালি মাজনিশা জাপান অভিমুখে ৰাওনা হয়। টকিঅ'ত তেওঁ দেশখনৰ বিভিন্ন খ...

January 19, 2025 1:22 PM

views 10

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থাঃ ৰাজ্যপাল ৰমেন ডেকা

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হ'ব। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কালি নলবাৰীৰ বেলশৰত চলি থকা অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত বিশ্ব ভাৰতী বিশ্বব...

January 19, 2025 1:20 PM

views 18

চৰকাৰী আৰু প্ৰশাসনিক বিদ্যালয়সমূহৰ অসামৰিক কাম-কাজ নিৰীক্ষণৰ বাবে শিক্ষা বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী আৰু প্ৰশাসনিক বিদ্যালয়সমূহৰ অসামৰিক কাম-কাজ নিৰীক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গুণোৎসৱৰ জৰিয়তে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে সমগ্র শিক্ষা অভিযানে এটা বিশেষ ৱেব প'ৰ্টেল প্ৰস্তুত কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই প'ৰ্টে...

January 19, 2025 1:19 PM

views 17

প্রয়াগৰাজৰ মহাকুম্ভমেলালৈ মাজুলীৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০জনীয়া ভকত-বৈষ্ণৱৰ দল

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ এটা দল প্রয়াগৰাজত চলি থকা মহাকুম্ভমেলাত অংশগ্রহণ বাবে ৰাওনা হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভমেলাত নামঘৰ, মণিকূট আৰু ৰাঙলী চ’ৰা নিৰ্মাণ কৰি উলিয়াইছে। ভকত-বৈষ্ণৱৰ এই দলটোৱে মেলাত ...

January 19, 2025 1:18 PM

views 7

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত সর্বদলীয় বৈঠক

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে কালি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্রীদৈমাৰীয়ে বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকলৰ সহযোগিতা কামনা কৰে।  এ...

January 19, 2025 1:16 PM

views 15

অবৈধ কয়লাখনিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তৎপৰতা; নামদাঙত ১৩টা অবৈধ খনি বন্ধ, ৩জনৰ আটক

উমৰাংছ'ৰ অবৈধ কয়লাখনিত শ্রমিকৰ মৃত্যুৰ ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে অবৈধ কয়লাখনিসমূহ বন্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে। খনি আৰু খনিজাত বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্যখনৰ ৰেট হ’ল খনি বন্ধ কৰাৰ উদ্দেশ্যে কালি মাৰ্ঘেৰিটা সম-জিলা প্রশাসনে এটা অভিযান চলায়। এই অভিযানকালত কয়লা খননত ব্যৱহৃত এ...