January 27, 2025 7:04 PM

views 32

ডিব্ৰুগড়ত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভৱন মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাত বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় নামৰ এটা নতুন ভৱন মুকলি কৰে। এই ভৱন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে মহান চিন্তাবিদ আৰু দার্শনিক স্বামী বিবেকানন্দলৈ গভীৰ প্ৰণিপাত জনায়। অনুষ্ঠানত দিয়া ভাষণত ড° শৰ্মাই কয়, যে চাহ জনগোষ্ঠী আৰু জনজাতীয় সমাজৰ সেৱাৰ বাবে ...

January 27, 2025 6:56 PM

views 31

বিটিচিত আজি বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকীৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

বি টি আৰ চুক্তি আৰু বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে বিটিচিত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ লক্ষ্যৰে আজি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। বড়োলেণ্ড আঞ্চলিক পৰিষদ, বি টি চিৰ উদ্যোগত কোকৰাঝাৰত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ প্ৰথম দিনা এটা মটৰ চাইকেল সমদল উলিওৱা হয়। আজি বিয...

January 27, 2025 7:13 PM

views 18

দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৃষি মেলা, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্র ইত্য...

January 27, 2025 6:26 PM

views 25

অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব’ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন

বি এছ এফৰ পাঞ্জাব ফ্ৰণ্টিয়াৰে অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা ব'ৰ্ডাৰমেন মাৰাথন ২০২৫ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰিছে। এই বাৰ্ষিক মাৰাথন অমৃতসৰৰ গ'ল্ডেন গেটত আৰম্ভ হৈ আটাৰী সীমান্তত অন্ত পৰিব। সীমান্তৱৰ্তী লোকসকলৰ সৈতে হাতে হাত ধৰি আগবঢ়াৰ উদ্দেশ্যে এই মাৰাথনৰ আয়োজন কৰা হৈছে। ৪২ কিলোমিটাৰৰ ফুল মাৰাথন, ২১ কিলো...

January 27, 2025 6:16 PM

views 25

বি এছ এফৰ অভিযানত ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত আৰু ৩০ জন পাকিস্তানৰ নাগৰিক আটক

সীমান্ত নিৰাপত্তা বাহিনী, বি এছ এফে চলোৱা অভিযানত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূ-ভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন ৩০ জন পাকিস্তানৰ নাগৰিক আটক হয়। বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্রধান সতীশ খাণ্ডাৰেই কালি সন্ধিয়া অমৃতসৰত সংবাদ মাধ্যম...

January 27, 2025 5:58 PM

views 25

বি এছ এফৰ অভিযানত ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত আৰু ৩০ জন পাকিস্তানৰ নাগৰিক আটক

সীমান্ত নিৰাপত্তা বাহিনী, বি এছ এফে চলোৱা অভিযানত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূ-ভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন ৩০ জন পাকিস্তানৰ নাগৰিক আটক হয়। বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্রধান সতীশ খাণ্ডাৰেই কালি সন্ধিয়া অমৃতসৰত সংবাদ মাধ্যম...

January 27, 2025 5:53 PM

views 22

নতুন দিল্লীত দলীয় নির্বাচনী ইস্তাহাৰ মুকলি আম আদমী পাৰ্টীৰ

আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লীত দলীয় নির্বাচনী ইস্তাহাৰ মুকলি কৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ জনসাধাৰণৰ বাবে এই ইস্তাহাৰত ১৫টা গেৰাণ্টিৰ বিষয়ে ঘোষণা কৰা হৈছে। নতুন দিল্লীত আজি সংবাদমেল সম্বোধন কৰি শ্ৰী কেজৰিৱালে তেওঁৰ দল ক্ষমতালৈ আহিলে অহা ৫ বছৰৰ ভিতৰত এই...

January 27, 2025 4:43 PM

views 31

পথৰুঘাটত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষি মেলা উদ্বোধন, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগত...

January 27, 2025 4:38 PM

views 37

৩ দিনীয়া কাৰ্যসূচীৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ বিভিন্ন নেতাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰ্যালোচনা কৰিব। উভয়পক্ষৰ মাজৰ আলোচনাই এই দ্বিপাক্ষিক সম্পর্কক অধিক শক্তিশালী কৰি তোলাৰ পথ প্ৰশ...

January 27, 2025 4:25 PM

views 37

গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন

দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা ৩১ জানুৱাৰী পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক-শ্রোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্র বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰ...