January 27, 2025 8:17 PM
19
নতুন দিল্লীত আজি ৱেভছ্ বাজাৰ, ৱাহ ওস্তাদ চেলেঞ্জ আৰু ৱেভছ বঁটা মুকলি
নতুন দিল্লীত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে আজি ৱেভছ্ বাজাৰ, ৱাহ ওস্তাদ চেলেঞ্জ আৰু ৱেভছ বঁটা মুকলি কৰে। অনুষ্ঠানত বৈষ্ণৱে কয়, যে ভাৰতে নিজৰ ঐতিহ্য, চহকী সংস্কৃতি আৰু গল্প কথনৰ কৌশলৰ বাবে বিশ্বত বিশেষ গুৰুত্ব অৰ্জন কৰিছে। আমাৰ দেশ অতি সোনকাল...