January 29, 2025 12:04 PM

views 30

অৰবিন্দ কেজৰিৱাললৈ নির্বাচন আয়োগৰ জাননী জাৰি

আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাললৈ কংগ্ৰেছ আৰু বিজেপিৰ অভিযোগৰ ভিত্তিত নির্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি নিশা ৮ বজাৰ ভিতৰত অৰবিন্দ কেজৰিৱালক তেওঁ অনা অভিযোগসমূহৰ তথ্য প্রমাণ আয়োগৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে অৰবিন্দ কেজিৱালে এটা সাক্ষাৎকাৰত যমুনা নদীৰ পানীৰ বিষক্ৰ...

January 29, 2025 12:32 PM

views 17

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কাইলৈ চৰকাৰৰ সৰ্বদলীয় বৈঠক আহ্বান

সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে চৰকাৰে কাইলৈ সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। উল্লেখযোগ্য যে শুক্রবাৰে আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনত শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিল কৰিব ।

January 29, 2025 11:49 AM

views 15

হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ পেহোৱাত আজি আন্তঃৰাষ্ট্ৰীয় সৰস্বতী মহোৎসৱ আৰম্ভ

হাৰিয়ানাৰ কুৰুক্ষেত্ৰ জিলাৰ পেহোৱা সৰস্বতী তীৰ্থত আজি আন্তঃৰাষ্ট্ৰীয় সৰস্বতী মহোৎসৱ আৰম্ভ হ'ব। মুখ্যমন্ত্রী নয়ব সিং চাইনীয়ে এই মহোৎসৱৰ উদ্বোধন কৰিব। সাত দিনীয়া মহোৎসৱৰ সময়ছোৱাত ২ ফেব্ৰুৱাৰীলৈকে মূল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে এই মহোৎসৱত ৪ ফেব্ৰুৱাৰীলৈকে চৰস মেলা অনুষ্ঠিত হ'ব। ...

January 29, 2025 11:46 AM

views 33

প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মৌনি অমাৱশ্যা উপলক্ষে মহাকুম্ভত দ্বিতীয় অমৃত স্নান আৰম্ভ হৈছে। মৌনী অমাৱশ্যাৰ ধৰ্মীয় গুৰুত্ব উল্লেখযোগ্য আৰু এই দিনটোত অমৃত স্নানক অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বৰ সৰ্ববৃহৎ ধর্মীয় সমাৱেশ হিচাপে স্বীকৃতিপ্রাপ্ত মহাকুম্ভ মেলা ১৩ জানুৱাৰীত আৰম্ভ হৈছে আৰু প্ৰথম অমৃত স্নান ১...

January 29, 2025 11:44 AM

views 15

বিজয় চকত আজি গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্রীট আজি নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এইবেলি স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ বেণ্ডৰ সংগীতৰ তালে তালে ৩০ গৰাকী শিল্পীয়ে দৰ্শকক মন্ত্রমুগ্ধ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী...

January 29, 2025 11:41 AM

views 32

উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে এথলিট পেতে অংশগ্ৰহণ কৰি একতা আৰু ক্রীড়া বিদ্যা প্ৰদৰ্শন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে দেৱভূমি উত্তৰাখণ্ডত ৰাষ্ট্ৰীয় ক্রীড়া আয়োজন কৰাৰ ...

January 28, 2025 9:11 PM

views 28

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰীট কাইলৈ নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ’ব

গণৰাজ্য দিৱসৰ সামৰণি সমাৰোহ বিটিং ৰিট্ৰীট কাইলৈ নতুন দিল্লীৰ বিজয় চকত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিযোগে কৈছে যে এইবেলি স্থলসেনা, নৌসেনা, বায়ুসেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহৰ বেণ্ডৰ সংগীতৰ তালে তালে ৩০ গৰাকী শিল্পীয়ে দৰ্শকক মন্ত্রমুগ্ধ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপ...

January 28, 2025 9:06 PM

views 24

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে বৰপেটাত বাছনি শিবিৰৰ আয়োজন

অসম ক্রিকেট একাডেমীলৈ ১৩ বছৰৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈক বাছনিৰ বাবে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত আজি বৰপেটাত এটা বাছনি শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা পৌৰ সভা খেলপথাৰত অনুষ্ঠিত এই শিবিৰত বৰপেটা, বজালী, শোণিতপুৰ, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা ...

January 28, 2025 9:04 PM

views 15

মহাৰাণা প্রতাপ ষ্টেডিয়ামত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ

উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত আজি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰী...

January 28, 2025 9:00 PM

views 24

পৰিবহণ বিভাগৰ সৌজন্যত আৰু অল আছাম কেব অপাৰ্টেছ ইউনিয়নৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ সামৰণি

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সৌজন্যত আৰু অল আছাম কেব অপাৰ্টেছ ইউনিয়নৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আজি সামৰণি পৰে। গুৱাহাটীৰ নাৰেঙ্গীৰ কেন্দুগুৰি জ্যেষ্ঠ নাগৰিক উন্নয়ন সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অভিজ্ঞ চিকিৎ‍সকৰ দ্বাৰা কেব চালক তথা পৰিয়ালৰ চ...