February 12, 2025 4:33 PM

views 32

গুৱাহাটী জল বোৰ্ডৰ ক্ষেত্ৰসীমাৰ ভিতৰত থকা এলেকাসমূহত আজিৰে পৰা ৩টা পৰ্যায়ত পানী যোগান ব্যাহত হ’ব

গুৱাহাটী জল বোৰ্ডৰ ক্ষেত্ৰসীমাৰ ভিতৰত থকা এলেকাসমূহত আজিৰে পৰা তিনিটা পৰ্যায়ত পানী যোগান ব্যাহত হ'ব বুলি জল বোর্ডে এখন জাননীযোগে প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ত আজিৰে পৰা ১৫ ফেব্ৰুৱাৰীলৈ, দ্বিতীয় পৰ্যায়ত ১৯ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ আৰু তৃতীয় পৰ্যায়ত ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব। এই সম...

February 12, 2025 4:31 PM

views 24

আজি মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যক জয়ন্তী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সদৌ ডিব্ৰুগড় জিলা কোচ...

February 12, 2025 3:51 PM

views 34

ছিংগাপুৰৰ উপ-প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী এইচ ই গান কীম ইয়ঙক মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ

বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্য ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ উপ প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী এইচ ই গান কীম ইয়ঙক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ড০ শৰ্মাই জ্ঞান আধাৰিত অৰ্থব্যৱস্থা, ছেমি কনড...

February 12, 2025 11:01 AM

views 51

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬,৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যক...

February 12, 2025 10:52 AM

views 23

ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নম, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণণ, ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰ...

February 12, 2025 10:46 AM

views 33

সংসদৰ কাৰ্য বিৱৰণী বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ’ব

সংসদৰ কাৰ্য বিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি সংসদৰ কাৰ্যক্ৰমণিকা বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথেলী আৰু উৰ্দুলৈ ভাষান্তৰ সেৱাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয়, যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰা...

February 11, 2025 9:23 PM

views 23

ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছেঃ ৰাষ্ট্ৰপতি

ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছে। নতুন দিল্লীত আজি বিয়লি দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় য়ুনানী দিৱস সন্মিলন মুকলি কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয়, যে য়ুনানী চিকিৎসা এতিয়া গ্ৰীচ আৰু মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহতকৈও ভাৰত...

February 11, 2025 9:04 PM

views 22

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে পেৰিছত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ইয়াক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নির্ণায়ক শক্তি বুলি অভিহিত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ সৈতে পেৰিছত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত সহ অধ্যক্ষতা কৰি শ্রীমোদীয়ে এইদৰ...

February 11, 2025 8:28 PM

views 41

চাইবাৰ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে ৰাজ্যত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন

চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাজ্যৰ ভিন ভিন জিলাত প্ৰশাসনৰ উদ্যোগত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন কৰা হৈছে। চৰাইদেউ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে এখন কৰ্মশালাৰ আয়োজন কৰা হয়। প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া...

February 11, 2025 8:03 PM

views 34

প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিঃ ৰাজ্যত কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

ৰাজ্যৰ প্ৰতিখন জিলাতে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী পূর্ণগতিত চলি আছে। চৰাইদেউ জিলা কৃষি বিভাগে নিজৰ নামত মাটিৰ পট্টা থকা, এতিয়ালৈকে কৃষক পঞ্জীয়ন নকৰা জিলাখনৰ হিতাধিকাৰী সকলক অনতিপলমে নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনাইছে। ...