February 14, 2025 6:40 PM

views 27

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ মৃত্যু বার্ষিকী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাৰ মৃত্যু বার্ষিকী পালন কৰা হৈছে। ১৯৮০ চনৰ আজিৰ দিনটোতে কলংপৰীয়া গীতিকাৰ হিচাপে পৰিচিত ৰুদ্ৰ বৰুৱাৰ দেহাৱসান ঘটিছিল। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। শ্ৰী সোণোৱালে সামাজিক মাধ্যমযোগে কৈছে যে, ৰুদ্ৰ বৰুৱাৰ কালজ...

February 14, 2025 6:36 PM

views 33

ধেমাজিত কেইবাটাও কাৰ্যসূচীত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ আৱৰ্ত ভৱনৰ নতুন গৃহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি জিলাখনৰ আন কেইবাটাও কাৰ্যসূচীত অংশ লয়। ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ অধীনত ১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আৱৰ্ত ভৱনৰ ভূমি পূজন অনুষ্ঠানত লখিমপুৰ ল...

February 14, 2025 6:30 PM

views 32

জালুকবাৰীৰ গোটানগৰত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যুৰ লগতে ৩ গৰাকী ছাত্রী গুৰুতৰভাৱে আহত

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ গোটানগৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিগৰাকী ছাত্রী গুৰুতৰভাৱে আহত হয়। পুৱাৰ ভাগত এখন বাছে এখন স্কুটীক মহটীয়াই নিয়াৰ ফলত প্ৰফুল্ল দাস নামৰ লোকজন থিতাতে নিহত হয়। সম্প্রতি ছাত্রী তিনিগৰাকী বিপদমুক্ত বুলি জানিব পৰা গৈছে। ইপিনে বৰপেটা জি...

February 14, 2025 6:28 PM

views 32

কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘ম‍ই ৰেডিঅ’ কিয় শুনো শীর্ষক’ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘ম‍ই ৰেডিঅ’ কিয় শুনো শীর্ষক’ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকর্মী, প্রাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পর্...

February 14, 2025 6:26 PM

views 23

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থখন আজি দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই উন্মোচন কৰে। সংগ্রামী জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলিন দাস বহুতৰ বাবে অনুপ্ৰেৰণা হ'ব বুলি শ্ৰী ভূঞাই উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে সঞ্চালনা কৰা এই অ...

February 14, 2025 1:10 PM

views 34

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হলদ্বানিত হ'বলগীয়া সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। কেন্দ্ৰীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়া, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চা...

February 14, 2025 1:08 PM

views 28

৩৪ টা পদকেৰে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ অভিযান সামৰণি

অসমে উত্তৰখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত ৩৪টা পদকেৰে অভিযান সামৰিছে। অসমে কালি নেট বলৰ মিক্সড শাখাৰ গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লোৱাৰ লগে লগে অসমৰ পদক ৩৪টাতে সীমিত থাকে। অসমৰ খেলুৱৈসকলে এইবাৰৰ প্ৰতিযোগিতাত তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক জয়ী কৰিবলৈ সমৰ্থ হয়। অসম এই পর্...

February 14, 2025 1:06 PM

views 17

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মই ৰেডিঅ’ কিয় শুনো শীর্ষক বিশেষ অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীর্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সম্পৰ্কত ...

February 14, 2025 1:04 PM

views 40

ভাৰতীয় শক্তি সপ্তাহ ২০২৫ ত অসম সন্দৰ্ভত এটা বিশেষ সত্ৰৰ আয়োজন

দিল্লীৰ দ্বাৰকাৰ যশোভূমিত চলি থকা ভাৰতীয় শক্তি সপ্তাহ ২০২৫ত কালি অসম সন্দৰ্ভত এটা বিশেষ সত্ৰৰ আয়োজন কৰা হয়। এই সত্ৰত অসম পেট্ৰ'কেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিপুল চন্দ্ৰ ডেকাৰ নেতৃত্বত যোৱা এটা দলে বিনিয়োগৰাকীসকলক বিশেষকৈ হাইড্রোকার্বন আৰু আনুসঙ্গিক খণ্ডৰ কাণ্ডাৰীসকলক এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰ...

February 14, 2025 1:02 PM

views 22

অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰণালী নামৰ ডিজিটেল মঞ্চ মুকলি জয়ন্ত মল্লবৰুৱাৰ

ৰাজ্যৰ গৃহ নিৰ্মানৰ অনুমতি লাভৰ ব্যৱস্থাটো সু-শৃংখলিত কৰাৰ উদ্দেশ্যে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰণালী নামৰ ডিজিটেল মঞ্চ মুকলি কৰে। এতিয়াৰে পৰা নিৰ্মাণৰ অনুমতিৰ বাবে সকলো আৱেদন অনলাইন পৰ্টেলৰ জৰিয়তে দাখিল কৰিব লাগিব। গুৱাহাটীৰ খানাপাৰাৰ ...