May 6, 2024 1:52 PM May 6, 2024 1:52 PM
9
লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে
♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিভিন্ন ৰাজনৈতিক দলে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন ধৰণেৰে প্ৰচাৰ চলাই জনসাধাৰণৰ মন জয় কৰাৰ চেষ্টা কৰে। উল্লেখযোগ্য যে ৰাজ্যত তৃতীয় পৰ্যায়ত কাইলৈ হ'বলগীয়া নিৰ্বাচনত ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। ইয়াৰ ভিতৰত ছগৰাকী মহিলা প্রার্থী আছে। আনহাতে, এইটো পৰ্যায়ত ৯,৫১৬ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব । Read More: ৰ...