খেল

July 24, 2025 8:10 PM

views 11

চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ

সদৌ অসম যোগাসন ক্রীড়া সন্থাৰ উদ্যোগত চৰাইদেউ জিলা যোগাসন ক্রীড়া সন্থাৰ সহযোগত সাপেখাটিত আজিৰে পৰা পঞ্চম বার্ষিক সদৌ অসম যোগাসন ক্রীড়া প্রতিযোগিতা আৰম্ভ হৈছে। সাপেখাটি মজলীয়া বিদ্যালয়ৰ খেলপথাৰত চাৰিদিনীয়াকৈ আয়োজন কৰা প্ৰতিযোগিতাখনত বিভিন্ন জিলাৰ প্ৰায় ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্রাক্...

July 23, 2025 9:05 PM

views 28

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ’ৰ্ডত অনুষ্ঠিত

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্রিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অ’ল্ড ট্রেফ'ৰ্ডত অনুষ্ঠিত হৈছে। টেষ্টখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই প্ৰথম ইনিংছত ১০১ ৰান সংগ্ৰহ কৰিছে। কে এল ৰাহুল ৪৬ ৰান কৰি আউট হোৱাৰ পাছত যশস্বী জয়ছোৱালে ...

July 23, 2025 8:20 PM

views 30

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ-A ৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী

আৰ জি বৰুৱা সোঁৱৰণী ১৬ বছৰ অনূর্ধ আন্তঃজিলা ক্রিকেট প্রতিযোগিতাত মধ্য অসম মণ্ডলৰ গ্ৰুপ- এৰ খেলত মৰিগাঁও জিলা ক্ৰীড়া সন্থা জয়ী হৈছে। মৰিগাঁৱৰ ক্ষিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ আজি দ্বিতীয় দিনা মৰিগাঁৱে তিতাবৰ ক্ৰিকেট সন্থাক এক ইনিংছ আৰু ৩৪ ৰানত পৰাস্ত কৰি বোনাছসহ সম্পূর্ণ পইণ্ট অৰ্জন কৰে। ...

July 23, 2025 12:42 PM

views 15

অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ীসকলৰ নগদ ধনৰ পৰিমাণ বৰ্তমানৰ ৩ কোটিৰ পৰা ৭ কোটি টকালৈ বৃদ্ধিৰ কথা দিল্লী চৰকাৰৰ ঘোষণা

যুৱ সৱলীকৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে দিল্লী চৰকাৰে অলিম্পিক আৰু পেৰালিম্পিকৰ পদক বিজয়ীসকলৰ বাবে নগদ ধনৰ পৰিমাণ বৰ্তমানৰ ৩ কোটিৰ পৰা ৭ কোটি টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কালি নতুন দিল্লীত মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্রী খেল প্রোসাহন আঁচন...

July 22, 2025 1:01 PM

views 17

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ

ছাফ ১৭ বছৰ অনূৰ্ধ্ব চেম্পিয়নশ্বিপ ২০২৫ ফুটবল প্রতিযোগিতাৰ খেলৰ সূচী প্রকাশ কৰা হৈছে। যোৱাবাৰৰ বিজয়ী ভাৰতক গ্ৰুপ বিত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান তথা ভূটান আৰু মালদ্বীপৰ সৈতে স্থান দিয়া হৈছে । আনহাতে গ্রুপ এত ৰখা দলকেইটা হৈছে শ্রীলংকা, বাংলাদেশ আৰু নেপাল। প্রতিযোগিতাখন ১৫ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টে...

July 21, 2025 12:11 PM

views 13

আজিৰে পৰা দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ

দিল্লীৰ উদীয়মান যুৱ ফুটবল প্রতিযোগিতা অৰিয়েণ্টেল কাপৰ তৃতীয় সংস্কৰণ আজিৰে পৰা ড০ আম্বেদকাৰ ষ্টেডিয়ামত আৰম্ভ হ'ব। এই প্রতিযোগিতাত ৩৬টা দলে অংশগ্ৰহণ কৰিছে। ইয়াৰে ২৪টা দল ল'ৰাৰ আৰু ১২টা দল ছোৱালীৰ। উদ্বোধনী খেলত ল'ৰা শাখাত দ্বাৰকাৰ চৰকাৰী সহ-শিক্ষা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ে, মাদাৰছ ইণ্টাৰনেশ্যনে...

July 21, 2025 12:10 PM

views 21

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন

যোৰহাট জিলা দবা সন্থাৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী হিচাপে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰে সৈতে সংগতি ৰাখি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কালিৰে পৰা ২৪ জুলাইলৈ ৪৮ সংখ্যক সদৌ অসম মুকলি ফিডে ৰেটিং দবা প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ ২৭খন জিলা ২৬৭গৰাকী প্ৰতিযোগীয়ে...

July 19, 2025 9:50 PM

views 13

হায়দৰাবাদত অহা ৩ৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ

হায়দৰাবাদৰ গাচিবৌলী ইনড'ৰ ষ্টেডিয়ামত অহা ৩ আগষ্টৰ পৰা ১০ আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ব। ২০০৫ চনত এছিয়ান কাবাডী চেম্পিয়নশ্বিপৰ পাছত হায়দৰাবাদে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহিলা কাবাডী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই বিশ্বকাপত ১৪ খন দেশে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইতি...

July 19, 2025 9:47 PM

views 11

এফ আই ডি ই বিশ্ব মহিলা কাপ দবা প্রতিযোগিতাত ভাৰতৰ ৪গৰাকী খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত

এফ আই ডি ই বিশ্ব মহিলা কাপ দবা প্রতিযোগিতাত অভিলেখ সৃষ্টি কৰি ভাৰতৰ ৪ গৰাকী খেলুৱৈ ক্ৰমে গ্ৰেণ্ড মাষ্টাৰ কনেৰু হাম্পী, ডি হাৰিকা, আৰ বৈশালী আৰু আন্তৰ্জাতিক মাষ্টাৰ দিববা দেশমুখে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ৪ গৰাকী খেলুৱৈয়ে প্ৰৱেশ কৰা ভাৰত হৈছে প্ৰথমখন দেশ।

July 19, 2025 12:32 PM

views 32

গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ সামৰণি

● গুৱাহাটীত অনুষ্ঠিত অইল আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্রতিযোগিতাৰ কালি সামৰণি পৰে। সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলত আয়োজিত এই প্রতিযোগিতাৰ ল'ৰাৰ ১৪ বছৰ অনুৰ্থ শাখাত অসমৰ নিব্ৰাছ হুছেইনে একক আৰু ডাবলছ শাখাৰ খিতাপ দখল কৰে। নিব্ৰাছে একক শাখাৰ ফাইনেলত বিহাৰৰ অবিনাশ ৰয়ক ৬-২, ৬-২ ব্যাৱধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।