খেল

July 14, 2025 8:02 PM

views 33

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন

লৰ্ডছ ক্রিকেট টেষ্টত ভাৰত নিশ্চিত পৰাজয়ৰ সন্মুখীন হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ভাৰতে জয়লাভৰ দ্বিতীয় ইনিংছৰ ছটা উইকেট বাকী থকা অৱস্থাত ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰে যদিও কালি অপৰাজিত হৈ থকা কে এল ৰাহুলে মাত্ৰ ৬ ৰান যোগ দিয়াৰ পাছতে ৩৯ ৰানত ষ্ট’কছৰ বলত এল বি ডব্লিউ আউট হয়। ঋষভ পণ...

July 14, 2025 11:40 AM

views 18

যোৰহাট ষ্টেডিয়ামত ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা

যোৰহাট ষ্টেডিয়ামত কালি ১৫ বছৰ অনুৰ্ধ আন্তঃজিলা ছাব জুনিয়ৰ বক্সিং চেম্পিয়নশ্বিপ প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত ল'ৰাৰ শ্ৰেষ্ঠ দল হিচাপে গুৱাহাটী বক্সিং দল নির্বাচিত হোৱাৰ লগতে লখিমপুৰৰ ছোৱালী বক্সিং দল ছোৱালীৰ শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয়।

July 14, 2025 11:34 AM

views 67

২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ১৩৪ সংখ্যক ডুৰাণ্ড কাপ

● ২৭ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ১৩৪ সংখ্যক ডুৰাণ্ড কাপ প্রতিযোগিতাৰ পূৰ্বে কালি তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত "ডুৰাণ্ড কাপ ট্ৰফী ট্যূৰ" কাৰ্যসূচী সফলতাৰে সম্পন্ন হয়। এই কাৰ্যসূচী ভাৰতীয় সেনাবাহিনীৰ গজৰাজ কৰ্পছৰ ১০৭ মাউণ্টেইন ব্...

July 14, 2025 11:30 AM

views 25

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিন

● লর্ডছত চলি থকা এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলৰ আজি পঞ্চম দিনা ভাৰতে কালি চাৰিটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৫৮ ৰানৰ পৰা নিজৰ দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰিব। কালি খেল সামৰাৰ পৰলৈকে কে এল ৰাহুলে ৩৩ ৰান কৰি খেলি আছিল। লৰ্ডছ টেষ্ট জয়ৰ বাবে ভাৰতক সম্প্ৰতি ১৩৫ ৰানৰ প্ৰয়োজ...

July 13, 2025 1:26 PM

views 61

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ইগা স্বিয়াটেকৰ প্ৰথমটো খিতাপ অৰ্জন

ইগা স্বিয়াটেকে আমান্দা অনিছিমভাক পৰাস্ত কৰি উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰথমটো খিতাপ অৰ্জন কৰিছে। প'লেণ্ডৰ স্বিয়াটেকে কালি অল ইংলেণ্ড ক্লাবত অনুষ্ঠিত একপক্ষীয় ফাইনেলত আমেৰিকা যুক্তৰাষ্টৰ আমান্দাক ৬-০, ৬-০ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে স্বিয়াটেক উইম্বলডন টেনিছ প্রতিযোগি...

July 13, 2025 1:51 PM

views 23

শ্বুটিঙত ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাৰ আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন

শ্বুটিঙত ৰাষ্ট্ৰীয় ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাই আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। কালি ইটালীৰ লনাট'ত অনুষ্ঠিত শ্বটগান ৱৰ্ল্ড কাপৰ চূড়ান্ত পৰ্যায়ত ট্রেপ ইভেণ্টৰ চূড়ান্ত পৰ্যায়ত চতুর্থ স্থান দখল কৰি নিৰু ধান্দাই ফাইনেলৰ যোগ্যতা লাভ কৰিছে। তেওঁ ৫০ শ্বটৰ ফাইনেলত প্ৰথম ৩৫ট...

July 13, 2025 1:24 PM

views 17

টাক্স খণ্ডৰ ডষ্টলীক ষ্টেডিয়ামত উজবেকিস্তানৰ বিৰুদ্ধে দুখন প্ৰীতি মেচ খেলিব ভাৰতৰ ২০ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল দলটোৱে

ভাৰতৰ ২০ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল দলটোৱে কাইলৈ টাক্স খণ্ডৰ ডষ্টলীক ষ্টেডিয়ামত আয়োজক দেশ উজবেকিস্তানৰ বিৰুদ্ধে দুখন প্ৰীতি মেচৰ প্ৰথমখন খেল খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা চাৰে আঠ বজাত আৰম্ভ হ'ব। এই প্ৰীতি খেলসমূহৰ হৈছে ভাৰতে অহা মাহত হ'বলগীয়া ২০ বছৰ এ এফ চি মহিলা এছিয়ান কাপৰ বাবে যোগ্যতা ন...

July 11, 2025 8:34 PM

views 24

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ দ্বিতীয় দিনা ইংলেণ্ডৰ ৩৮৭ ৰান সংগ্ৰহ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন টেষ্টৰ আজি দ্বিতীয় দিনা ঘৰুৱা দল ইংলেণ্ডে প্রথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৮৭ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ যশপ্রীত বুমৰাই আজি চাৰিটা উইকেট দখল কৰে। ইংলেণ্ডে কালি ৪ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ২৫১ ৰানৰ পৰা আজি দ্বিতীয় দিনৰ খেল আৰম্ভ...

July 11, 2025 10:28 AM

views 33

এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীত বিয়লি ৩.৩০ বজাত ইংলেণ্ড ভাৰতৰ মুখামুখি হ’ব

● এণ্ডাৰ্ছন-টেণ্ডুলকাৰ ট্ৰফীৰ বাবে হোৱা টেষ্ট ক্রিকেট শৃংখলাৰ লৰ্ডছত অনুষ্ঠিত তৃতীয়খন খেলত আয়োজক দেশ ইংলেণ্ডে ৪টা উইকেটৰ বিনিময়ত প্ৰথম ইনিংছত কালি সংগ্ৰহ কৰা ২৫১ ৰানৰ পৰা আজি দ্বিতীয় দিনাৰ খেল আৰম্ভ কৰিব। ভাৰতীয় সময় অনুসৰি বিয়লি ৩.৩০ বজাত খেল আৰম্ভ হ'ব। টছত জিলি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহ...

July 9, 2025 2:45 PM

views 35

ভাৰতৰ পুৰুষ হকী খেলুৱৈ এ দলৰ হাতত নেডাৰলেণ্ডছ ৬-১ গ’লত পৰাস্ত

ভাৰতৰ পুৰুষ হকী খেলুৱৈ এ দলে কালি নেডাৰলেণ্ডছৰ আইণ্ডোভেনত অনুষ্ঠিত এখন খেলত আয়ৰলেণ্ডক ৬-১ গ'লত পৰাস্ত কৰি ইউৰোপীয় ভ্ৰমণৰ পাতনি মেলে। ভাৰত আজি নিশা চাৰে ৯ বজাত হ'বলগীয়া আন এখন খেলত পুনৰ আয়ৰলেণ্ডৰ সন্মুখীন হ'ব।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।