খেল

August 1, 2025 11:17 AM

views 20

মাকা’ অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে মাকা' অপেন বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছত কালি তৰুণ মন্নেপল্লিয়ে হংকঙৰ লি ছেউক য়ুক ১৯-২১, ২১-১৪, ২২- ২০ গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। তৰুণ আজি কোৱাৰ্টাৰ ফাইনেলত চীনৰ হু ঝে এনৰ সন্মুখীন হ'ব। একেদৰে লক্ষ্য সেনে...

July 31, 2025 9:46 AM

views 23

অ’ভেলত আজি ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম টেষ্ট

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট আজি অ’ভেলত আৰম্ভ হ’ব। অ’ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখন ড্ৰ’ কৰিবলৈ সমৰ্থ হোৱাৰ পিছত ভাৰতৰ মনোবল উন্নত হৈ আছে। এণ্ডাৰ্ছন-টেণ্ডুলকাৰ শৃংখলাত এতিয়ালৈকে ইংলেণ্ডে ২-১ ৰ অগ্ৰগতি লাভ কৰি আছ...

July 30, 2025 8:59 PM

views 37

১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ বড়োলেণ্ড এফ চি – কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ

১৩৪ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত কাইলৈ কোকৰাঝাৰৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত বড়োলেণ্ড এফ চি - কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এই খেলখন বিয়লি চাৰি বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে ডুৰাণ্ড ফুটবল প্...

July 30, 2025 12:33 PM

views 31

ব্রাজিলত আজিৰে পৰা ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ

ব্রাজিলৰ ফজ ড’ ইগোৱাছ’ত আজিৰে পৰা চলিত বৰ্ষৰ ডব্লিউ টি টি ষ্টাৰ কণ্টেণ্ডাৰ টেবুল টেনিছ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত মানৱ থক্কৰ, হৰমিত দেশাই, মনুছ শ্বাহ, স্নেহিত ছুৰাভাজ্জ্বলা, পায়ছ জৈন আৰু অংকুৰ ভট্টাচার্যীয়ে দেশক প্রতিনিধিত্ব কৰিব। মহিলাৰ ছিংগলছত আগশাৰীৰ মণিকা বাঢ়াৰ উপৰি ঐহ...

July 30, 2025 12:28 PM

views 12

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টী দ্বিতীয় ৰাউণ্ডত প্ৰবেশ

ভাৰতৰ স্বাতিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো চলিত বৰ্ষৰ মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডত ভাৰতৰ যুটীটোৱে মালয়েছিয়াৰ ল’ হাং য়ি আৰু এং চিৰঙৰ যুটীটোক ৩৬ মিনিটৰ খেলত ২১-১৩, ২১-১৫ গেমত পৰাস্ত কৰে।অৱশ্যে ইয়াৰ পূৰ্বে কালি মহিলাৰ ডাবল...

July 29, 2025 9:52 AM

views 23

ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখক প্রধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত এটা বার্তাযোগে প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে দিব্যা দেশমুখ ২০২৫ চনৰ ফিডে মহিলা বিশ্বকাপত জয়ী হোৱাৰ লগতে গ্ৰেণ্ড মাষ্টাৰো হৈছে। দিব্যাৰ সফলতাই যুৱক-যুৱতীসকলক প্ৰ...

July 28, 2025 9:18 PM

views 35

ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক ৰাষ্ট্ৰপতি মুর্মুৰ অভিনন্দন জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ফিডে মহিলা বিশ্বকাপত খিতাপ দখল কৰা ভাৰতীয় দবা খেলুৱৈ দিব্যা দেশমুখ আৰু প্ৰতিযোগিতাৰ ৰাণাৰ আপ কনেৰু হাম্পিক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমতী মুৰ্মুৱে ১৯ বছৰ বয়সত এই খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা দবা খেলুৱৈ হিচাপে বিবেচিত হোৱা দিব...

July 28, 2025 9:12 PM

views 29

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখৰ খিতাপ অৰ্জন

ফিডে মহিলা বিশ্বকাপত ভাৰতৰ দিব্যা দেশমুখে খিতাপ অৰ্জন কৰিছে। জর্জিয়াৰ বাটুমিত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত দিব্যা দেশমুখে স্বদেশৰেই কনেৰু হাম্পিক পৰাভূত কৰি খিতাপ দখল কৰে। তিনিদিন ধৰি চলা খেলখনত দিব্যাই টাই ব্ৰেকাৰৰ সহায়ত ২.৫১.৫ ফলাফলত জয়লাভ কৰে। কালি আৰু পৰহি হোৱা ফাইনেল খেল দুখন ড্র' হোৱাৰ পাছ...

July 28, 2025 5:05 PM

views 19

পোলেণ্ডত অনুষ্ঠিত উইছল’ চেপিয়েস্কি মেম’ৰিয়েল ২০২৫ এথলেটিকছত ভাৰতৰ তেজস্বিন শংকৰৰ নতুন ৰাষ্ট্ৰীয় ডেকাথলন অভিলেখ

ভাৰতৰ তেজস্বিন শংকৰে পোলেণ্ডত কালি অনুষ্ঠিত উইছল' চেপিয়েস্কি মেম'ৰিয়েল ২০২৫ এথলেটিকছ মিটত ৭,৮২৬ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয়বাৰৰ বাবে নতুন ৰাষ্ট্ৰীয় ডেকাথলন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। ২৬ বছৰীয়া এথলীট গৰাকীয়ে ২০২২ চনত হাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৰূপৰ পদকেৰে অৰ্জন কৰা নিজৰেই পূৰ্বৰ শ্ৰেষ্ঠ ৭৬৬৬ পই...

July 28, 2025 11:38 AM

views 17

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কাৰ্বি আংলং মর্নিং ষ্টাৰ আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত

১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কালি কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিয়ে ব্যর্থতাৰে অভিযান আৰম্ভ কৰে। সেনাবাহিনীয়ে আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত অভিষেক কৰাৰ সুযোগ লাভ কৰা ফুটবল দলটোৱে আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে নিজৰ প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।