October 7, 2025 12:12 PM
41
মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপত দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে
■ ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এদিনীয়া ক্রিকেট বিশ্বকাপৰ এখন খেলত কালি দক্ষিণ আফ্রিকাই নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰে। নিৰ্ধাৰিত ২৩২ ৰানৰ লক্ষ্য অতিক্ৰম কৰি দক্ষিণ আফ্ৰিকাই ৪ উইকেটৰ বিনিময়ত ৪০ অভাৰ আৰু ৫টা বলত ২৩৪ ৰান সংগ্ৰহ কৰে। দলৰ হৈ তাজমিন ব্ৰিটছে ১০১ ৰান আৰু ছুনে লুছে অপৰাজিত ৮৩...