খেল

October 9, 2025 6:11 PM

views 33

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰত ছেমি ফাইনেলত

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি চতুর্থ দিনা ভাৰতে দক্ষিণ কোৰিয়াক হৰুৱাই ছেমি ফাইনেলত প্ৰবেশ কৰে। প্ৰথম ছেটত ভাৰতে ৪৪-৪৫ পইণ্টত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় ছেটত ৪৫-৩০ আৰু তৃতীয় ছেটত ৪৫-৩৩ পইণ্টত ধাৰাবাহিকভাৱে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰবেশ কৰে। ছে...

October 8, 2025 9:03 PM

views 76

অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ

আই চি চি এদিনীয়া মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক জয়ৰ বাবে ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পাকিস্তানে টছত জিকি অষ্ট্ৰেলিয়াক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই...

October 8, 2025 8:59 PM

views 48

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ

দক্ষিণ শালমাৰা জিলাৰ মানকাচৰৰ বাঘাপাৰাত আজি আঞ্চলিক ফুটবল প্রাইজমানি প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম আৰু মেঘালয়ৰ মুঠ ৩২ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত স্থানীয় বিধায়ক আমিনুল ইছলাম, জিলা পৰিষদৰ সভানেত্রী তানজিনা খান আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মেঘালয়ৰ নতুন ...

October 8, 2025 6:22 PM

views 47

বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপত ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

 কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা আজি ভাৰতৰ খেলুৱৈয়ে সংযুক্ত আৰৱ এমিৰ্টেছৰ বিৰুদ্ধে জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ নকআউট পৰ্যায়ৰ খেলত ভাৰত-দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

October 8, 2025 1:27 PM

views 40

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বিগত ছেপ্টেম্বৰৰ ‘প্লেয়াৰ অৱ দা মান্থ’ বঁটাৰ বাবে মনোনীত খেলুৱৈৰ তালিকা প্রকাশ

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ, আই চি চি এ-য়ে বিগত ছেপ্টেম্বৰৰ প্লেয়াৰ অৱ দা মান্থ বঁটাৰ বাবে মনোনীত খেলুৱৈসকলৰ তালিকা প্রকাশ কৰিছে। তালিকা অনুসৰি পুৰুষৰ শিতানত ভাৰতৰ অভিষেক শর্মা আৰু কুলদীপ যাদৱক মনোনয়ন দিয়া হৈছে। তালিকাখনৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে জিম্বাব’ৱেৰ ব্ৰায়ান বেনেটে স্থান লাভ কৰিছে। উ...

October 8, 2025 12:20 PM

views 30

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত বাংলাদেশক ৪ উইকেটত পৰাস্ত ইংলেণ্ডৰ

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে বাংলাদেশক ৪ উইকেটত পৰাস্ত কৰে। এয়া হ'ল প্ৰতিযোগিতাত বাংলাদেশৰ প্ৰথম পৰাজয় আৰু ইংলেণ্ডৰ দ্বিতীয় জয়। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি বাংলাদেশে দুটা বল বাকী থকা অৱস্থাত...

October 8, 2025 12:19 PM

views 39

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত আজি ভাৰত-ইউ এ ই খেল

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি তৃতীয় দিনা ভাৰত ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পৰৱৰ্তী ৰাউণ্ডত ভাৰতীয় খেলুৱৈ চীন, জাপান, থাইলেণ্ড, ইণ্ডোনেছিয়াৰ খেলুৱৈৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত খেলত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰে। কালিৰ খেলখনত শ্ৰীলংকাক ২-০ গেমত ...

October 7, 2025 7:51 PM

views 45

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেটত বিজয়ৰ বাবে ইংলেণ্ডক বাংলাদেশৰ ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলত বাংলাদেশে ইংলেণ্ডক ১৭৯ ৰাণৰ লক্ষ্য নির্ধাৰণ কৰি দিছে। টছত জিকি ইংলেন্ডে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশে প্রথমে বেট ধৰি ৪৯ অভাৰ ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৮ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে ...

October 7, 2025 12:32 PM

views 54

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি বিয়লি ৩ বজা বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ’ব

আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত বাংলাদেশ ইংলেণ্ডৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ'ব। বিশ্বকাপত দুয়োটা দলে ইতিমধ্যে একোখনকৈ খেলত জয়ী হৈছে। ইপিনে ইন্দোৰৰ হলকাৰ ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই নি...

October 7, 2025 12:34 PM

views 60

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে জয়েৰে অভিযান আৰম্ভ

● কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাত ভাৰতে জয়েৰে অভিযান আৰম্ভ কৰিছে। কালি অনুষ্ঠিত গ্ৰুপৰ প্ৰথমখন খেলত ভাৰতে নেপালক ২-০ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতে আজি শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কালি অনুষ্ঠিত গ্ৰুপৰ আন এখন খেলত শ্রীলংকাই সংযুক্ত আৰব আমীৰি ৰাষ্ট্ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।