খেল

October 12, 2025 9:14 PM

views 36

বেষ্ট ইন্ডিজৰ ভাৰতৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ

বেষ্ট ইন্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টত আজি তৃতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৩ ৰাণ সংগ্ৰহ কৰে। খেল সামৰাৰ পৰত ছাই হ'পে ৬৬ আৰু জন কেম্পবেলে ৮৭ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বেষ্ট ইন্ডিজ ৮টা উইকেট আউট হ'বলৈ বাকী...

October 12, 2025 12:22 PM

views 45

মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব

মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশাখাপট্টনমৰ এ চি এ-ভি ডি চি এ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। কালি নিশা কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ইংলেণ্ডে শ্রীলংকাক ৮৯ ৰানত পৰাস্ত কৰে। এই জয়েৰ...

October 12, 2025 11:37 AM

views 33

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিঅ’ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেলত চীনৰ খিতাপ দখল

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ ফাইনেল খেলত কালি ইণ্ডোনেছিয়াক ২-০ পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন ছেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে বি ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন ছেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খে...

October 11, 2025 8:06 PM

views 34

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত ভাৰতৰ শক্তিশালী স্থিতি

ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে নতুন দিল্লীত অনুষ্ঠিত চলিত ক্রিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন টেষ্টৰ আজি দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰলৈকে ৪টা উইকেটৰ বিনিময়ত প্রথম ইনিংছত ১৪০ ৰাণ সংগ্ৰহ কৰে। খেল সামৰণিৰ পৰত ছাই হোপে ৩১ আৰু টেভিন ইমাকে ১৪ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূর্বে ভাৰতে ৫ উইকেটৰ বিনিময়ত ৫১...

October 11, 2025 7:55 PM

views 23

বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপত চীনৰ খিতাপ দখল

আমিনগাঁৱত চলি থকা ডব্লিঅ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ দলীয় শাখাৰ আজি ফাইনেল খেলত ইণ্ডোনেছিয়াক ২-০ পোনপটীয়া ছেটত হৰুৱাই চীনে নতুন চেম্পিয়নৰ খিতাপ দখল কৰে। ভাৰতে প্ৰথমবাৰৰ বাবে ডব্লিঅ' এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। খেলৰ অন্তত বেডমিন্ট...

October 11, 2025 1:36 PM

views 32

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া-চীন

কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া চীনৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ইণ্ডোনেছিয়াই ভাৰতক পৰাস্ত কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত চীনে জাপানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে ছেমি ফাইনেলত ...

October 11, 2025 1:35 PM

views 31

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত ভাৰত-নিউজিলেণ্ডৰ টি-টুৱেণ্টি মেচ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ এখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত অনুষ্ঠিত হ'ব। শৃংখলাৰ তৃতীয়খন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি অসম ক্রিকেট সংস্থাই কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভাৰত ভ্ৰমণসূচীত নিউজিলেণ্ডে তিনি...

October 10, 2025 8:27 PM

views 33

৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্রতিযোগিতাত প্ৰিয়ানুজ বৰুৱাৰ ব্ৰঞ্জৰ পদক অৰ্জন

৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্রতিযোগিতাত অসমৰ প্ৰিয়ানুজ বৰুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। ১৪ বছৰ অনুৰ্ধৰ লৰাৰ টাইথলম ইভেন্টত প্রিয়ানুজে এই সফলতা লাভ কৰিছে। ভুৱনেশ্বৰৰ কলিংগ স্টেডিয়ামত আজি ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্রতিযোগিতা আৰম্ভ হৈছে। প্রিয়ানুজ বৰুৱাৰ ঘৰ শিৱসাগৰত।

October 10, 2025 8:25 PM

views 40

বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত প্রথম ইনিংছত ভাৰত শক্তিশালী স্থিতিত উপনীত

বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই ভাৰতে প্রথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। অপেনাৰ যশস্বী জয়চোৱালৰ অপৰাজিত ১৭৩ ৰাণৰ সহায়ত ভাৰতে দিনান্তত ২ উইকেট হেৰুৱাই ৩১৮ ৰাণ সংগ্ৰহ কৰিছে। দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লয়। যশস্বী...

October 10, 2025 8:30 PM

views 37

ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ভাৰতৰ ব্ৰঞ্জৰ পদক অর্জন

ভাৰতীয় বেডমিন্টন দলে আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মিক্সড শাখাৰ দলীয় শিতানত ব্ৰঞ্জৰ পদক অর্জন কৰে। ভাৰতে আজি ইণ্ডোনেছিয়াৰ হাতত পৰাভূত হয় যদিও ছেমি ফাইনেলত প্রবেশ কৰাৰ সুবাদত প্ৰথমবাৰৰ বাবে প্রতিযোগিতাত পদক অর্জন কৰিবলৈ সমর্থ হয়। উন্নতি হুদা নেতৃত্বাধীন ভাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।