খেল

July 29, 2024 8:30 PM

views 28

পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলত ১-১ গলত ড্ৰ’

পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন ১-১ গলত ড্ৰ’ হয়। আৰ্জেণ্টিনাৰ লুকাচ মার্টিনেজে খেলৰ প্ৰথম হাফত ১ গলত আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমন প্রীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ ফলত খেলখন ড্ৰ’ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ...

July 29, 2024 6:38 PM

views 40

তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্রগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্রণ জনায়। শ্রীলংকাই নিৰ্ধা...

July 29, 2024 8:13 PM

views 28

ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফলত মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত পদক জয়ত ব্যৰ্থ

পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনা আজি ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফল মহিলাৰ চূড়ান্ত ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰমিতা জিন্দাল ফাইনেল ৰাউণ্ডত সপ্তম স্থানত থমিক ৰয়। একেদৰে ১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষ শাখাৰ ফাইনেলত ভাৰতৰ শ্বুটাৰ অৰ্জুন বাবুটাই চতুর্থ স্থানতে থমকি ৰয় । আনহাতে, সৰবজোৎ স...

July 29, 2024 1:15 PM

views 20

শ্ৰীলংকাৰ পাল্লেকলেত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত শ্রীলংকাক ৭ উইকেটত পৰাস্ত ভাৰতৰ

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতে শ্রীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ৰ অপ্ৰতিৰুদ্ধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্রীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শ্রীলংকাই নিৰ্ধাৰিত ২০...

July 29, 2024 12:56 PM

views 9

পেৰিছ অলিম্পিকত আজি ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেল খেলিব অৰ্জুন বাবুটাই

পেৰিছ অলিম্পিকত আজি বিয়লি ৩.৩০ বজাত ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষ শাখাৰ ফাইনেলত অৰ্জুন বাবুটা অৱতীৰ্ণ হ'ব। আনহাতে, সৰবজোৎ সিঙৰ সৈতে মানু ভাকৰৰ যুটি আৰু অৰ্জুন সিং ছেমাৰ সৈতে ৰিডম চংৱানৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেচন ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইফালে পুৰুষ হকীত ভাৰতে আজি পুল বিৰ এখন খ...

July 28, 2024 7:52 PM

views 17

মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাৰ ৮ উইকেটত জয়লাভ

মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাই ৮ উইকেটত জয়লাভ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত গৃহদল শ্রীলংকাই ১৬৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ১৮ অভাৰ ৪ টা বলত দুটা উইকেট হেৰুৱাই ১৬৭ ৰাণ কৰিবলৈ সমৰ্থ হয় ৷

July 28, 2024 7:19 PM

views 22

পেৰিছ অলিম্পিকত ভাৰতৰ মনু ভাকেৰৰ মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ

ভাৰতৰ মনু ভাকেৰে মহিলাৰ দহ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। দহ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল ইভেণ্টত ২২১ পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ। আনহাতে, পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শা...

July 28, 2024 12:04 PM

views 30

পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰ মানু মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত আজি ভাৰতীয় শ্বুটাৰ মানু আজি শ্বেট' শুটিং কেন্দ্ৰত হ'বলগীয়া মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত অৱতীৰ্ণ হ'ব। খেলখন বিয়লি চাৰে তিনি বজাত আৰম্ভ হ'ব পুৰুষ আৰু মহিলা উভয় শাখাৰ ১০মিটাৰ এয়াৰ ৰাইফলচত ৰমিতা জিন্দাল, এলাভেনিল ভালাৰিৱান, সনদীপ সিং আৰু অর্জুন বাবুতায়েও প্রতিযোগিতাত অৱতীৰ্...

July 28, 2024 12:01 PM

views 22

পেৰিছ অলিম্পিকত বেডমিণ্টনৰ গ্রুপ পৰ্যায়ত বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনৰ জয়লাভ

ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনে পেৰিছ অলিম্পিকত বেডমিণ্টনত গ্রুপ পৰ্যায়ত নিজৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্রহণ কৰা লক্ষ সেনে গুৱাটেমালাৰ কেবিন কনক ২১–৮, ২২-১০ত পৰাস্ত কৰে। সেনে পৰৱৰ্তী খেলখন সোমবাৰে জুলিয়ান কেৰাগীৰ বিৰ...

July 28, 2024 11:57 AM

views 20

ভাৰত আৰু শ্ৰীলংকা তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকা ৪৩ ৰানত পৰাস্ত

শ্ৰীলংকাৰ পাল্লেকলে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত কালি অনুষ্ঠিত তিনিখনীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে শ্রীলংকাক ৪৩ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাটোত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। টছত জয়লাভ কৰি শ্ৰীলংকাই প্ৰথমে ভাৰতক বেট ধৰাৰ আমন্ত্ৰণ জনায়।...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।